বৃত্তি আৰু প্ৰযুক্তি | AJB Class 6 Social Science Chapter 13 | MCQ Question Answer Solution |

বৃত্তি আৰু প্ৰযুক্তি

Chapter-13

(১) বৰ্তমান সময়ত মাটি চহাবলৈ নাঙলৰ সলনি কি ব্য়ৱহাৰ কৰা হয়?

ক) ট্ৰেক্টৰ

খ) বলধ গৰু

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ট্ৰেক্টৰ।

(২) উদ্য়োগ কেই প্ৰকাৰৰ ?

ক) ২ প্ৰকাৰৰ

খ) কেইবা প্ৰকাৰৰ

গ) ৩ প্ৰকাৰৰ

উত্তৰঃ খ) কেইবা প্ৰকাৰৰ।

(৩) দৃষ্টিশক্তি হ্ৰাস হোৱা মানুহক কি দিয়া হয়?

ক) শ্ৰবণ যন্ত্ৰ

খ) পেছমেকাৰ

গ) চছমা

উত্তৰঃ গ) চছমা।

(৪) হৃৎপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে কি ব্য়ৱহাৰ কৰা হয় ?

ক) চছমা

খ) পেছমেকাৰ

গ) শ্ৰৱণ যন্ত্ৰ

উত্তৰঃ খ) পেছমেকাৰ।

(৫) কাণেৰে নুশুনা লোকক পেছমেকাৰ লগোৱা হয়, কথাটো সঁচা নে মিছা ?

ক) মিছা

খ) সঁচা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মিছা।

(৬) ট্ৰেক্টৰে কি কৰা হয়?

ক) খেতি কৰা হয়

খ) পানী যোগানা ধৰা হয়

গ) হাল বোৱা হয়

উত্তৰঃ গ) হাল বোৱা হয়।

(৭) উইদাৰ নামৰ যন্ত্ৰ কি কৰিবলা আৱিষ্কাৰ হৈছে?

ক) শস্যবোৰ নাইকিয়া হ’বলৈ

খ) বন-বাতবোৰ গুচাবলৈ

গ) পোক-পতংগ নাইকীয়া হ’বলৈ

উত্তৰঃ খ) বন-বাতবোৰ গুচাবলৈ।

(৮) ক’ত কৃষকসকলে উন্নত প্ৰযুক্তিৰ ব্য়ৱহাৰ কৰি লাভান্বিত হৈছে ?

ক) হাৰিয়ানা, গুজৰাট আদিত

খ) জন্মু-কাশ্মীৰত

গ) বিহাৰত

উত্তৰঃ ক) হাৰিয়ানা, গুজৰাট আদিত।

(৯) ইয়াৰ ভিতৰত মহামাৰী কোনটো?

ক) জ্বৰ

খ) বমি

গ) বসন্ত

উত্তৰঃ গ) বসন্ত।

(১০) আজিকালি মানুহে ক’ত টকা জমা থয়?

ক) পোষ্ট অভিচত

খ) এ.টি.এম ত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) এ.টি.এম ত।

(১১) এগৰাকী ব্য়ক্তিয়ে যি কাম কৰি নিজৰ  লগতে পৰিয়ালৰ ভৰণ-পোষণ দিয়ে; সেই কামটোকে মানুহজনৰ কি বুলি কোৱা হয়?  

ক) বৃত্তি বা ছিৱিকা বোলে।

খ) বৃত্তি বা জীৱিকা বোলে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) বৃত্তি বা জীৱিকা বোলে।

(১২) বিজ্ঞানৰ প্ৰায়োগিক দিশটোকে কি বোলে?

ক) প্ৰযুক্তি বোলা হয়।

খ) বৃত্তি বোলা হয়।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) প্ৰযুক্তি বোলা হয়।

(১৩) মানুহৰ বিভিন্ন বৃত্তি তিনিটা প্ৰধান অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত। সেই ক্ষেত্ৰ তিনিটা কি কি?

ক) কৃষি, উদ্য়োগ, আৰু সেৱা কাৰ্য্য়।

খ) ঘৰ, উদ্য়োগ, আৰু সেৱা কাৰ্য্য়।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) কৃষি, উদ্য়োগ, আৰু সেৱা কাৰ্য্য়।

(১৪) উদ্য়োগ কেইবা প্ৰকাৰৰ হ’ব পাৰে আৰু কি কি?

ক) কুটীৰ উদ্য়োগ, ক্ষুদ্ৰ উদ্য়োগ, মজলীয়া উদ্য়োগ, বৃহৎ উদ্য়োগ।

খ) কৃষি উদ্য়োগ, ঘৰ উদ্য়োগ, কুটীৰ উদ্য়োগ, বৃহৎ উদ্য়োগ।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) কুটীৰ উদ্য়োগ, ক্ষুদ্ৰ উদ্য়োগ, মজলীয়া উদ্য়োগ, বৃহৎ উদ্য়োগ।

(১৫) যি প্ৰতিষ্ঠানে প্ৰাকৃতিক বা কৃষিজাত সামগ্ৰীবোৰ আমাৰ ব্য়ৱহাৰৰ উপযোগী কৰি তোলে তাকে কি বোলে?

ক) উদ্য়োগ বোলে।

খ) কৃষি উদ্য়োগ

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) উদ্য়োগ বোলে।

(১৬) সময় ৰাহি আৰু কৃষকৰ কষ্ট লাঘৱ হোৱাৰ উপৰি কি পায়।  

ক) উদ্য়োগ উৎপাদনো বৃদ্ধি পায়।

খ) কৃষি উৎপাদনো বৃদ্ধি পায়।

ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) কৃষি উৎপাদনো বৃদ্ধি পায়।

(১৭) কৃষি প্ৰযুক্তিৰ চমকপ্ৰদ বিকাশে কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকৰ উপাৰ্জনো বহু পৰিমাণে কি কৰিছে।

ক) বৃদ্ধি কৰিছে।

খ) কৃষি কৰিছে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বৃদ্ধি কৰিছে।

(১৮) প্ৰযুক্তিৰ ব্য়ৱহাৰৰ ফলত চিকিৎসা সেৱাই কি লাভ কৰিছে?

ক) চমকপ্ৰদ বিভিন নতা লাভ কৰিছে।

খ) চমকপ্ৰদ সফলতা লাভ কৰিছে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) চমকপ্ৰদ সফলতা লাভ কৰিছে।

(১৯) আজিকালি শিক্ষাৰ কাৰ্য্য়সূচীত কম্পিউটাৰ, প্ৰজেক্টৰ আদিৰ ব্য়ৱহাৰ দ্ৰুতগতিত কি পাইছে।

ক) বৃদ্ধি পাইছে।

খ) সফলতা পাইছে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বৃদ্ধি পাইছে।

(২০)  ৰেডিঅ’, টেলিভিছনৰ বিভিন্ন কাৰ্য্য়সূচী, অডিঅ’ টেপ, ভিডিঅ’ টেপ আদিৰ জৰিয়তে শ্ৰেণীকোঠাত তথা ঘৰতে বহি বহুতো দিশত কি লাভ কৰিব পাৰি?

ক) বৃদ্ধি লাভ কৰিব পাৰি।

খ) শিক্ষা লাভ কৰিব পাৰি।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) শিক্ষা লাভ কৰিব পাৰি।