ভঠেলি | AJB Class 5 Assamese Chapter 17 MCQ’s Assamese Medium | Class 5 Assamese Chapter 17 MCQ’s Type Question Answer |

Chapter- 17

ভঠেলি

১। বিদ্য়ুতৰ ঘৰ ক’ত?

(ক) শিৱসাগৰত

(খ) নলবাৰীত

(গ) এটাও নহয়

উত্তৰ- (ক) শিৱসাগৰত ।

২। প্ৰদ্য়ুতৰ ঘৰ ক’ত?

(ক) নলবাৰীত

(খ) শিৱসাগৰত

(গ) এটাও নহয়

উত্তৰ- (ক) নলবাৰীত ।

৩। কিমান তাৰিখে বিদ্য়ুত প্ৰদ্য়ুতৰ মোমায়েকৰ পৰিয়ালটোৰ লগত নলবাৰীলৈ যাত্ৰা কৰিছিল?

(ক) ১৫ এপ্ৰিল

(খ) ১২ এপ্ৰিল

(গ) এটাও নহয়

উত্তৰ- (খ) ১২ এপ্ৰিল ।

৪। সাধাৰণতে প্ৰত্য়েক ভঠেলিতে কেইটাকৈ পাৰ থাকে?

(ক) দুটাকৈ

(খ) তিনিটাকৈ

(গ) এটাও নহয়

উত্তৰ- (ক) দুটাকৈ ।

৫। কলপটুৱাৰে সজা সেই ঘৰটোৰ কি ঘৰ বোলে?

(ক) নামঘৰ

(খ) ভঠেলি-ঘৰ

(গ) এটাও নহয়

উত্তৰ- (খ) ভঠেলি-ঘৰ ।

৬। আচ্ছন্ন শব্দৰ অৰ্থ কি?

(ক) আবৃত, ঢাক খাই থকা

(খ) অস্থিৰ, চঞ্চল

(গ) এটাও নহয়

উত্তৰ- (ক) আবৃত, ঢাক খাই থকা ।

৭। গাঁও = ……..

(ক) নগৰীয়া

(খ) গাঁৱলীয়া

(গ) এটাও নহয়

উত্তৰ- (খ) গাঁৱলীয়া ।

৮। মাছ + টো = ……

(ক) মাছটো

(খ) গাঁওখন

(গ) এটাও নহয়

উত্তৰ- (ক) মাছটো ।

৯। কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা বুজোৱা পদক কি পদ বোলে?

(ক) অব্য়য় পদ

(খ) ক্ৰিয়া পদ

(গ) এটাও নহয়

উত্তৰ- (খ) ক্ৰিয়া পদ ।

১০। ” অ সেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইটাও উঠাই লৈ যাব। ব’লা আমিও যাওঁ।” এই কথাষাৰি কোনে কাক কৈছিল?

(ক) বিদ্য়ুতে প্ৰদ্য়ুতক কৈছিল

(খ) প্ৰদ্য়ুতে বিদ্য়ুতক কৈছিল

(গ) এটাও নহয়

উত্তৰ- (ক) বিদ্য়ুতে প্ৰদ্য়ুতক কৈছিল ।

Type by- Bikul Mandal