ভাৰতত মৌৰ্য্যসকল | AJB Class 6 Social Science Chapter 2 | MCQ Question Answer Solution |

ভাৰতত মৌৰ্য্যসকল

Chapter- 2

(১) চন্দ্ৰগুপ্ত কোন বংশৰ প্ৰতিষ্ঠাপক ?

ক) মৌৰ্য্য বংশৰ

খ) ভৌম বংশৰ

গ) দানৱ বংশৰ

উত্তৰঃ ক) মৌৰ্য্য বংশৰ।

(২) গ্ৰীক বীৰ আলেকজেণ্ডাৰে কিমান খ্ৰি.পূ.ত ভাৰত আক্ৰমণ কৰিছিল ?

ক) ৩২০ খ্ৰি.পূ.ত

খ) ৩২৫ খ্ৰি.পূ.ত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৩) ৰজা হৈ কোনে অমিত্ৰঘাট উপাধি গ্ৰহণ কৰিছিল ?

ক) অশোকে

খ) বিন্দুসাৰে

গ) চন্দ্ৰগুপ্তই

উত্তৰঃ খ) বিন্দুসাৰে।

(৪) চন্দ্ৰগুপ্তৰ পুত্ৰ বিন্দুসাৰে কিমান খ্ৰি.পূ.ত ৰজা হৈছিল ?

ক) ২৯৬ খ্ৰি.পূ.ত

খ) ২৯৭ খ্ৰি.পূ.ত

গ) ২৯৮ খ্ৰি.পূ.ত

উত্তৰঃ গ) ২৯৮ খ্ৰি.পূ.ত।

(৫) মৌৰ্য্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

ক) বিন্দুসাৰ

খ) অশোক

গ) চন্দ্ৰগুপ্ত

উত্তৰঃ খ) অশোক।

(৬) ‘অৰ্থশাস্ত্ৰ’ কোনে লিখিছিল ?

ক) কৌটিল্যই

খ) বিশাখাদত্তই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৌটিল্যই।

(৭) ‘ইণ্ডিকা’ কোনে লিখিছিল ?

ক) বিশাখাদত্তই

খ) কৌটিল্যই

গ) মেগাস্থিনিচে

উত্তৰঃ গ) মেগাস্থিনিচে।

(৮) ‘মুদ্ৰাৰাক্ষস’ কোনে লিখিছিল ?

ক) মেগাস্থিনিচে

খ) কৌটিল্যই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৯) অশোকক মানৱ জাতিৰ কি বুলি কোৱা হয় ?

ক) অশোৰ বুলি

খ) শিক্ষক বুলি

গ) প্ৰেৰণা বুলি

উত্তৰঃ খ) শিক্ষক বুলি।

(১০) গ্ৰীক কটকী মেগাস্থিনিচৰ দ্বাৰা ৰচিত বিখ্যাত পুথিথনৰ নাম কি ?

ক) অৰ্থশাস্ত্ৰ

খ) ইণ্ডিকা

গ) মুদ্ৰাৰাক্ষস

উত্তৰঃ খ) ইণ্ডিকা।

(১১) ‘দেৱানামপ্ৰিয়’ বুলি কাক কোৱা হৈছিল ?

ক) অশোকক

খ) চন্দ্ৰগুপ্তক

গ) বিন্দুসাৰক

উত্তৰঃ ক) অশোকক।

(১২) পাটলিপুত্ৰ নগৰখন কিমানখন দুৱাৰে চাৰিওফালে ওখ প্ৰাচীৰেৰে আগুৰা আছিল ?

ক) ৭০ খন

খ) ৬০ খন

গ) ৬৪ খন

উত্তৰঃ গ) ৬৪ খন।

(১৩) আকৌ কিমানটা স্তম্ভৰে চাৰিওফালে ওখ প্ৰাচীৰেৰে আগুৰা আছিল ?

ক) ৫৫০ টা

খ) ৫৭০ টা

গ) ৫৬০ টা

উত্তৰঃ খ) ৫৭০ টা।

(১৪) পাটলিপুত্ৰ নগৰখন কোন নদীৰ পাৰত অৱস্থিত আছিল ?

ক) গঙ্গা নদীৰ পাৰত

খ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গঙ্গা নদীৰ পাৰত।

(১৫) বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোক কিহৰ উপাসক আছিল ?

ক) শ্ৰী কৃষ্ণৰ

খ) ব্ৰহ্মাৰ

গ) শিৱৰ

উত্তৰঃ গ) শিৱৰ।

(১৬) ৰজা হৈ বিন্দুসাৰে অমিত্ৰঘাট কি গ্ৰহণ কৰিছিল ? 

ক) উপাধি গ্ৰহণ কৰিছিল।

খ) বিন্দুসাৰক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) উপাধি গ্ৰহণ কৰিছিল।

(১৭) মৌৰ্য্য় শাসন ব্য়ৱস্থাত শাসনৰ মূলবিন্দু কোন আছিল ?

ক) ভৌম বংশৰ

খ) ৰজাই ।

গ) মুদ্ৰাৰাক্ষস

উত্তৰঃ খ) ৰজাই ।

(১৮) মৌৰ্য্য়সকলৰ কেন্দ্ৰীয় ন্য়ায়ালয় ক’ত অৱস্থিত ?

ক) পাটলিপুত্ৰত অৱস্থিত।

খ) ভৌম বংশৰ অৱস্থিত।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পাটলিপুত্ৰত অৱস্থিত।

(১৯) গুৰুতৰ অপৰাধৰ বিচাৰ কেন্দ্ৰীয় ক’ত কৰা হৈছিল ?

ক) গঙ্গা নদীৰ পাৰত।

খ) মুদ্ৰাৰাক্ষস।

গ) ন্য়ায়ালয়ত কৰা হৈছিল।

উত্তৰঃ গ) ন্য়ায়ালয়ত কৰা হৈছিল।