পোহৰ | AJB Class 5 Assamese Chapter 5 MCQ’s Assamese Medium | Class 5 Assamese Chapter 5 MCQ’s Type Question Answer |

Chapter- 5

পোহৰ

১. ৰূপমৰ ভাল বন্ধু কোন আছিল?

(ক) অৰুণ

(খ) ৰাকেশ

(গ) অৰুপ

উত্তৰ- (ক) অৰুণ ।

২. অৰুণ আৰু ৰূপমে সেইদিনা কি বিষয়বস্তুৰ ওপৰত কথা পাতি    আছিল?

(ক) বিভিন্ন বিষয় সম্বন্ধে

(খ) পঢ়া-শুনাৰ বিষয়ে

(গ) এটাও নহয়

উত্তৰ- (খ) পঢ়া-শুনাৰ বিষয়ে ।

৩. ৰূপমে ৰাতিপুৱা কেইবজাত উঠে?

(ক) পাঁচ বজাত

(খ) ছ বজাত

(গ) এটাও নহয়

উত্তৰ- (ক) পাঁচ বজাত ।

৪. অৰুণে ৰাতিপুৱা কেইবজাত উঠে?

(ক) ছ বজাৰ আগত

(খ) ছ বজাৰ পিছত

(গ) এটাও নহয়

উত্তৰ- (খ) ছ বজাৰ পিছত ।

৫. ৰূপমে ৰাতিপুৱা কেইবজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰে?

(ক) চাৰে পাঁচবজাৰপৰা

(খ) চাৰে ছবজাৰপৰা

(গ) এটাও নহয়

উত্তৰ- (ক) চাৰে পাঁচবজাৰপৰা ।

৬. কোনে কাতকৈ ৰাতি এঘণ্টা বেছি পঢ়ে?

(ক) ৰূপমে অৰুণতকৈ

(খ) অৰুণে ৰূপমতকৈ

(গ) এটাও নহয়

উত্তৰ- (খ) অৰুণে ৰূপমতকৈ ।

৭. খেতিয়কসকলে কেতিয়া খেতি পথাৰলৈ যায়?

(ক) ৰাতিপুৱা

(খ) ৰাতি

(গ) এটাও নহয়

উত্তৰ- (ক) ৰাতিপুৱা ।

৮. বিনিময় শব্দৰ অৰ্থ কি?

(ক) আকৌ কোৱা

(খ) সলনি

(গ) এটাও নহয়

উত্তৰ- (খ) সলনি ।

৯. পৰম্পৰাগত শব্দৰ অৰ্থ কি?

(ক) ডাঙৰ বিপদ

(খ) চলি অহা, ব্য়ৱহাৰ কৰি অহা

(গ) এটাও নহয়

উত্তৰ- (খ) চলি অহা, ব্য়ৱহাৰ কৰি অহা ।

১০. নাটনি শব্দৰ অৰ্থ কি?

(ক) অভাৱ, কম হোৱা অৱস্থা

(খ) সুন্দৰ

(গ) এটাও নহয়

উত্তৰ- (ক) অভাৱ, কম হোৱা অৱস্থা ।

Type by- Bikul Mandal