লাহে লাহে | AJB Class 5 Assamese Chapter 1 MCQ’s Assamese Medium | Class 5 Assamese Chapter 1 MCQ’s Type Question Answer |

Chapter- 1

লাহে লাহে

১. কবিতাটিৰ কবি গৰাকীৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) নবীন চন্দ্ৰ বৰদলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) নবীন চন্দ্ৰ বৰদলৈ ।

২. কিমান চনত কবি গৰাকীৰ জন্ম হৈছিল?

(ক) ১৯০৩ চনত

(খ) ১৮৭৫ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৮৭৫ চনত ।

৩. কিমান চনত কবি গৰাকীৰ মৃত্য়ু হৈছিল?

(ক) ১৯১৮ চনত

(খ) ১৯৩৬ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯৩৬ চনত ।

৪. বক্তৃতা শব্দৰ অৰ্থ কি?

(ক) শিখৰ

(খ) সভাত কোৱা কথা; ভাষণ

(গ) এটাও নহয়

উত্তৰ- (খ) সভাত কোৱা কথা; ভাষণ ।

৫. কবি গৰাকীয়ে কিমান চনৰ পৰা কিমান চনলৈ কলিকতাৰ হাইক’ৰ্টত ওকালতি কৰিছিল?

(ক) ১৯১৮ চনৰ পৰা ১৯২০ চনলৈ

(খ) ১৯০৯ চনৰ পৰা ১৯১৮ চনলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯০৯ চনৰ পৰা ১৯১৮ চনলৈ ।

৬. দেশান্তৰ শব্দৰ অৰ্থ কি?

(ক) সভাত কোৱা কথা

(খ) অন্য় দেশ

(গ) এটাও নহয়

উত্তৰ- (খ) অন্য় দেশ ।

৭. পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয়?

(ক) এডোপ এডোপ কৰি

(খ) একোটা একোটা কৰি আখৰ জোঁটাই

(গ) এটাও নহয়

উত্তৰ- (খ) একোটা একোটা কৰি আখৰ জোঁটাই ।

৮. কবিয়ে কিমান চনত গুৱাহাটীত ওকালতিৰ কৰ্মজীৱন আৰম্ভ কৰিছিল?

(ক) ১৯০৪ চনত

(খ) ১৯০৩ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯০৩ চনত ।

৯. ছেক্সপীয়েৰৰ কেইখন নাট তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিল?

(ক) ৫ খন

(খ) ৩ খন

(গ) ৭ খন

উত্তৰ- (খ) ৩ খন ।

১০. ৰাইজে তেওঁক কি উপাধিৰে বিভূষিত কৰিছিল?

(ক) ৰসৰাজ

(খ) কৰ্মবীৰ

(গ) এটাও নহয়

উত্তৰ- (খ) কৰ্মবীৰ ।

১১. দীঘল কাপোৰখন কেনেদৰে বোৱা হয়?

(ক) এভৰি এভৰি কৰি আগ বাঢ়ি বাঢ়ি

(খ) এডাল এডাল কৰি সূতা বৈ বৈ

(গ) এটাও নহয়

উত্তৰ- (খ) এডাল এডাল কৰি সূতা বৈ বৈ ।

১২. আপুনি শব্দৰ অৰ্থ কি?

(ক) অন্য় দেশ

(খ) নিজে

(গ) টাও নহয়

উত্তৰ- (খ) নিজে ।

১৩. এখোজ এখোজ কৰি খোজ বহুৱাই কবিয়ে কৰ পোৱাগৈ কথা কৈছে?

(ক) দেশ-দেশান্তৰ

(খ) পৰ্বতৰ টিং

(গ) এটাও নহয়

উত্তৰ- (খ) পৰ্বতৰ টিং ।

Type by- Bikul Mandal