শক্তিৰ উৎসসমূহ । Chapter 14 | SEBA Class 10 General Science Lesson 14 Question and Answer | Assamese Medium Class 10 General Science Chapter 14 Solution | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪ শক্তিৰ উৎসসমূহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter 14

শক্তিৰ উৎসসমূহ

1. শক্তিৰ ভাল উৎস কি ?

উত্তৰঃ 

2. ভাল ইন্ধন কি ?

উত্তৰঃ

3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?

উত্তৰঃ

2. আমি শক্তিৰ বিকল্প উৎস বিটাৰো কিয়?

উত্তৰঃ

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে ?

উত্তৰঃ

প্ৰশ্নাৱলীঃ

1. কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?

উত্তৰঃ 

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?

উত্তৰঃ

3. তাপীয় শক্তি কি ?

উত্তৰঃ

4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ

প্ৰশ্নাৱলীঃ

1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে?

উত্তৰঃ

2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG)  তকৈ পৰিস্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?

উত্তৰঃ

প্ৰশ্নাৱলীঃ

1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ

অনুশীলনীঃ

1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) ৰৌদ্ৰোজ্বল দিন (b) ডাৱৰীয়া দিন 

(c) গৰম দিন (d) বতাহে কোবোৱা দিন।

উত্তৰঃ

অনুশীলনীঃ

1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) ৰৌদ্ৰোজ্বল দিন (b) ডাৱৰীয়া দিন 

(c) গৰম দিন (d) বতাহে কোবোৱা দিন।

উত্তৰঃ

2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?  

(a) খৰি  (b) গোবৰ গেছ  

(c) নিউক্লীয় শক্তি  (d) কয়লা ।  

উত্তৰঃ

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ? 

(a) ভূ-তাপীয় শক্তি  (b) বায়ু শক্তি 

(c) নিউক্লীয় শক্তি  (d) জৈৱ উপাদান। 

উত্তৰঃ

4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা ।

উত্তৰঃ

5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা। 

উত্তৰঃ

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ? 

(a) বতাহ  (b) তৰংগ  (c) জোৱাৰ – ভাতা 

উত্তৰঃ

7. কি আধাৰত শক্তিৰ উৎসমূহ 

(a) নবীকৰণযোগ্য আৰু অনবীণযোগ্য 

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু 

বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে ? 

উত্তৰঃ

৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি ? 

উত্তৰঃ

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ? 

উত্তৰঃ

10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি ? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা ?

উত্তৰঃ