শ্বাস-প্ৰশ্বাস | AJB Class 7 General Science Chapter 3 MCQ’s Assamese Medium | Class7 Chapter 3 MCQ’s Type Question Answer |AJB Class 7 General Science Chapter 3 MCQ’s Assamese Medium | Class7 Chapter 3 MCQ’s Type Question Answer |

Chapter-3

শ্বাস-প্ৰশ্বাস

১। পেশীত হোৱা অবাত শ্বসনৰ ফলত কি এছিদ উৎপন্ন হয় ?

(ক) এছেটিক এছিড

(খ) লেক্টিক এছিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লেক্টিক এছিদ ।

২। মাছে  কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?

(ক) জাইলেম

(খ) জলক্লোম

(গ) ফ্লৱেম

উত্তৰ- (খ) জলক্লোম ।

৩। জীৱদেহত শ্বসন কেই প্ৰকাৰৰ ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰ- (খ) দুই প্ৰকাৰৰ ।

৪। মানৱ দেহৰ প্ৰধান শ্বসনাংগ হ’ল ?

(ক) কামিহাড়

(খ) কোশীয় শ্বসন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কামিহাড় ।

৫। পাত আৰু কোমল কাণ্ডত থকা ক্ষুদ্ৰ বিন্ধাৰদ্বাৰবোৰক কি বোলা হয় ?

(ক) পত্ৰৰন্ধ্ৰ

(খ) বাতৰন্ধ্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পত্ৰৰন্ধ্ৰ ।

৬। ধপাতত প্ৰায় কিমান বিধ বিষাক্ত পদাৰ্থ থাকে ?

(ক) 50 বিধ

(খ) 69 বিধ

(গ) 15 বিধ

উত্তৰ- (খ) 69 বিধ ।

৭। ধপাতৰ এবিধ বিষাক্ত পদাৰ্থ হ’ল ?

(ক) স্বল্পতা

(খ) নিক’টিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিক’টিন ।

৮। মহ, মাখি, পঁইতাচোৰা আদি এইবোৰক কি বোলা হয় ?

(ক) বায়ুছিদ্ৰ

(খ) কাৰ্বন ডাইঅক্সাইড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বায়ুছিদ্ৰ ।

৯। শিপাত কণ কণ চুলিৰ দৰে অংশ থাকে কে নাথাকে ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাকে ।

১০। মাছে কি ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?

(ক) কূটপদ

(খ) জলক্লোম(খ)

(গ) ছাল

উত্তৰ- (খ) জলক্লোম(খ) ।

১১। জলচৰ প্ৰাণীয়ে কিহেৰে উশাহ লয় ?

(ক) নাকেৰে

(খ) ফুলেৰে

(গ) উদ্ভিদেৰে

উত্তৰ- (খ) ফুলেৰে ।

১২। পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদাৰ্থ সৃষ্টি হয় ?

(ক) এছেটিক এছিদ

(খ) লেক্টিক এছিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লেক্টিক এছিদ ।

১৩। কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাস লয়?

(ক) ছাল

(খ) শ্বাসনলী

(গ) ডিঙি

উত্তৰ- (ক) ছাল ।

১৪। এবিধ অসংখ্যৰ বিন্ধা থকা পতংগৰ নাম লিখা ।

(ক) মাখি

(খ) গৰু

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) মাখি ।

১৫। ধপাতত থকা এবিধ পদাৰ্থ নাম লিখা।

(ক) নেক্টিক

(খ) নিক’টিন

(গ) স্বল্পতা

উত্তৰ- (খ) নিক’টিন ।

১৬। জীৱদেহত কেইপ্ৰকাৰৰ শ্বসন হ’ব পাৰে ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰ- (ক) দুই প্ৰকাৰৰ ।

১৭। তলৰ ছবি খনৰ নাম কি?

(ক) বাতৰন্ধ্ৰ

(খ) পত্ৰৰন্ধ্ৰ

(গ) অক্সিজেন

উত্তৰ- (ক) বাতৰন্ধ্ৰ ।

১৮। ধপাতৰ ফলত কি বেমাৰ হয় ?

(ক) হাঁওফাওঁ

(খ) কেন্সাৰ

(গ) জ্বৰ

উত্তৰ- (খ) কেন্সাৰ ।

১৯। এবিধ পানীত থকা জীৱৰ নাম লিখা।

(ক) শিহু

(খ) পাৰ

(গ) গৰু

উত্তৰ- (ক) শিহু ।

২০। উদ্ভিদৰ জলক্লোম আছেনে ?

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাই ।

Type by- Bikul Mandal