সন্ধিয়া | AJB Class 5 Assamese Chapter 13 MCQ’s Assamese Medium | Class 5 Assamese Chapter 13 MCQ’s Type Question Answer |

Chapter- 13

সন্ধিয়া

১। সন্ধিয়াৰ ৰঙা বেলি ধীৰে ধীৰে কলৈ গ’ল?

(ক) ঘৰলৈ

(খ) পশ্চিমাকাশত

(গ) এটাও নহয়

উত্তৰ- (খ) পশ্চিমাকাশত ।

২। পেঁপাটি মুখত লই গৰখীয়া ল’ৰা কলৈ গৈছিল?

(ক) পথাৰত গৰু চৰাবলৈ

(খ) ঘৰলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) ঘৰলৈ ।

৩। পূব আকাশৰ পৰা ক’লা ঢাকনিয়ে কি দেখুৱাইছিল?

(ক) পুৱাৰ আভাষ

(খ) নিশাৰ আভাষ

(গ) এটাও নহয়

উত্তৰ- (খ) নিশাৰ আভাষ ।

৪। লুইতৰ পাৰত নাৱৰীয়াবোৰে কি কৰিছিল?

(ক) নাও বান্ধিছিল

(খ) নাও মেলিছিল

(গ) এটাও নহয়

উত্তৰ- (ক) নাও বান্ধিছিল ।

৫। সন্ধিয়া কবিতাটোৰ কবি কোন?

(ক) অৰ্পনা বণিক্য়

(খ) সিংহদত্ত দেৱ অধিকাৰী

(গ) এটাও নহয়

উত্তৰ- (খ) সিংহদত্ত দেৱ অধিকাৰী ।

৬। কবিজনৰ ক’ত জন্ম হৈছিল?

(ক) পলাশবাৰী ওচৰৰ নহিৰা সত্ৰত

(খ) গুৱাহাটীৰ ৰজাদুৱাৰত

(গ) এটাও নহয়

উত্তৰ- (ক) পলাশবাৰী ওচৰৰ নহিৰা সত্ৰত ।

৭। তেওঁ কিমান চনত চাকৰি এৰিছিল?

(ক) ১৯২২ চনত

(খ) ১৯২৫ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯২২ চনত ।

৮। তেওঁৰ ৰচিত পুথিখন কি?

(ক) অম্বা

(খ) সাধু চৰিত

(গ) এটাও নহয়

উত্তৰ- (খ) সাধু চৰিত ।

৯। বিভোল শব্দৰ অৰ্থ কি?

(ক) আপোন পাহৰা

(খ) পোহৰ

(গ) এটাও নহয়

উত্তৰ- (ক) আপোন পাহৰা ।

১০। কবিজনৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯২৫ চনত

(খ) ১৯২৭ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯২৫ চনত ।

Type by- Bikul Mandal