সম্ৰাট হৰ্ষবৰ্দ্ধন | AJB Class 6 Social Science Chapter 5 | MCQ Question Answer Solution |

সম্ৰাট হৰ্ষবৰ্দ্ধন

Chapter- 5

(১) কাৰ ষড়যন্ত্ৰত ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল ?

ক) শশাংকৰ

খ) গ্ৰহবৰ্মনৰ

গ) প্ৰভাকৰবৰ্দ্ধনৰ

উত্তৰঃ ক) শশাংকৰ।

(২) কোনে থানেশ্বৰ আৰু কনৌজ দুয়োখন ৰাজ্যকে একত্ৰিত কৰি ৰাজপাটত আৰোহণ কৰিলে ?

ক) গ্ৰহবৰ্মনে

খ) হৰ্ষবৰ্ধনে

গ) দেৱগুপ্তই

উত্তৰঃ খ) হৰ্ষবৰ্ধনে।

(৩) কিমান বছৰত হৰ্ষবৰ্ধনে ‘ৰাজপুত্ৰ শিলাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?

ক) ১৪ বছৰ বয়সত

খ) ২০ বছৰ বয়সত

গ) ১৬ বছৰ বয়সত

উত্তৰঃ গ) ১৬ বছৰ বয়সত

(৪) হৰ্ষবৰ্ধনে ক’ত ৰাজধানী পাতিছিল ?

ক) থানেশ্বৰত

খ) কনৌজত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কনৌজত।

(৫) কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ কাৰ দ্বাৰা ৰচিত ?

ক) তলৰ এটাও নহয়

খ) হিউৱেন চাঙৰ দ্বাৰা

গ) বাণভট্টৰ দ্বাৰা

উত্তৰঃ গ) বাণভট্টৰ দ্বাৰা।

(৬) আগৰ দিনত ৰজাসকলে নিজৰ শক্তি আৰু গৌৰৱ বঢ়াবৰ বাবে কি কৰিছিল ?

ক) ৰাজ্য আক্ৰমণ কৰিছিল

খ) ৰজাই ৰজাৰ লগত কাজিয়া কৰিছিল

গ) মানুহবোৰক মাৰি ধ্বংস কৰিছিল

উত্তৰঃ ক) ৰাজ্য আক্ৰমণ কৰিছিল।

(৭) হৰ্ষবৰ্দ্ধনে কাৰ হত্যাকাৰী শশাংকক এসেকা দিবলৈ সাজু হৈছিল ?

ক) বাপেকৰ হত্যাকাৰীক

খ) ভায়েকৰ হত্যাকাৰীক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৮) শশাংকক এসেকা দিবলৈ হৰ্ষবৰ্দ্ধনৰ লগত কোনে মিত্ৰতা কৰিছিল ?

ক) পুষ্য বৰ্মনে

খ) ভাস্কৰ বৰ্মনে

গ) বাণভট্টই

উত্তৰঃ খ) ভাস্কৰ বৰ্মনে।

(৯) হৰ্ষবৰ্দ্ধনৰ দিনত ৰাজহক কেইটা ভাগত ভগোৱা হৈছিল ?

ক) ২ টা

খ) ৩ টা

গ) ৪ টা

উত্তৰঃ ক) ২ টা।

(১০) হৰ্ষবৰ্দ্ধনৰ দিনত উপাদনৰ কিমান অংশ ৰাজহ হিচাপে সংগ্ৰহ কৰা হৈছিল ?

ক) ১/৬ অংশ

খ) ১/৫ অংশ

গ) ১/৩ অংশ

উত্তৰঃ ক) ১/৬ অংশ।

(১১) হিউৱেন চাঙৰ টোকামতে ৰাজহ প্ৰধানতঃ কিমানবিধ কামত খটুওৱা হৈছিল ?

ক) ২ বিধ

খ) ৩ বিধ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১২) নালন্দা বিশ্ববিদ্যালয়ত দৈনিক খৰচৰ বাবে হৰ্ষবৰ্দ্ধনে কেইখন গাওঁ দান দিছিল ?

ক) ১৫০ খন

খ) ২০০ খন

গ) ২২০ খন

উত্তৰঃ খ) ২০০ খন।

(১৩) শীলভদ্ৰ ক’ৰ লোক আছিল ?

ক) কামপুৰৰ

খ) শিৱসাগৰৰ

গ) কামৰূপৰ

উত্তৰঃ গ) কামৰূপৰ।

(১৪) নালন্দা বিশ্ববিদ্যালয় বৰ্তমান ক’ত অৱস্থিত ?

ক) উত্তৰ প্ৰদেশত

খ) বিহাৰত

গ) জন্মু – কাশ্মীৰত

উত্তৰঃ খ) বিহাৰত।

(১৫) হৰ্ষবৰ্দ্ধন প্ৰথমে কিহৰ ভক্ত আছিল ?

ক) বিষ্ণু ভক্ত

খ) দেৱী ভক্ত

গ) শিৱ ভক্ত

উত্তৰঃ গ) শিৱ ভক্ত।

(১৬) উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ভ্ৰাট কি আছিল ? 

ক) হৰ্ষবৰ্দ্ধন।

খ) বিহাৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হৰ্ষবৰ্দ্ধন।

(১৭) হৰ্ষবৰ্দ্ধনৰ ক’ত সীমা আছিল।  

ক) বাণভট্টই

খ) সাম্ভ্ৰাজ্য়ৰ

গ) কামপুৰৰ

উত্তৰঃ খ) সাম্ভ্ৰাজ্য়ৰ।

(১৮) সিংহাসনত আৰোহণ কৰিয়ে হৰ্ষবৰ্দ্ধনে কি উপাধি লৈছিল ? 

ক) বিহাৰত।

খ) বৰা।

গ) ৰাজপুত্ৰ শিলাদিত্য়।

উত্তৰঃ গ) ৰাজপুত্ৰ শিলাদিত্য়।

(১৯) শাসনৰ প্ৰাথমিক ভেটি আছি গাঁও। গাঁওবোৰ কোনে শাসন কৰিছিল ?     

ক) গ্ৰামিকসকলে

খ) থানেশ্বৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গ্ৰামিকসকলে

(20) হৰ্ষবৰ্দ্ধনৰ দিনত ৰাজহক দুটা ভাগত ভগোৱা হৈছিল। সেই ভাগ দুটা কি কি ? 

ক) ৱালি আৰু ভাগ।

খ) মাটি বা ভাগ।

গ) ওপৰৰ এটাও নহয়।                                        

উত্তৰঃ ক) ৱালি আৰু ভাগ।