পোহৰ | AJB Class 7 General Science Chapter 13 MCQ’s Assamese Medium | Class7 Chapter 13 MCQ’s Type Question Answer |AJB Class 7 General Science Chapter 13 MCQ’s Assamese Medium | Class7 Chapter 13 MCQ’s Type Question Answer |

Chapter- 13

পোহৰ

১। পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল ?

(ক) বাল্ব

(খ) মমবাতি

(গ) সূৰ্য

উত্তৰ- (গ) সূৰ্য ।

২। সূৰ্যৰ পোহৰত কেইবিধ ৰঙ থাকে ?

(ক) পাঁচ বিধ

(খ) সাত বিধ

(গ) ন বিধ

উত্তৰ- (খ) সাত বিধ ।

৩। উত্তল লেন্সে বিভিন্ন ধৰণৰ প্ৰতিবিম্ব সৃষ্টি ?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৰে ।

৪। কাচেৰে তৈয়াৰী কি নামৰ এবিধ সঁজুলি আছে ?

(ক) আতছী

(খ) প্ৰিজম

(গ) লেন্স

উত্তৰ- (খ) প্ৰিজম ।

৫। টৰ্চৰ বাল্বটোৰ পিছফালে চিক্মিকাই থকা এটা ঘোৰ অংশ থাকে ইয়াক কি বুলি কোৱা হয় ?

(ক) পোহৰ বুলি কোৱা হয়

(খ) প্ৰতিফলক বুলি কোৱা হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰতিফলক বুলি কোৱা হয় ।

৬। পোহৰৰ প্ৰতিসৰণ ঘটাব পৰা বস্তু হ’ল ?

(ক) কাগজ

(খ) পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পানী ।

৭। নিজে পোহৰ দিব পৰা বস্তুবোৰক কি বোলা হয় ?

(ক) নিজাপোহৰ

(খ) দীপ্তিমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দীপ্তিমান ।

৮। পোহৰে সদায় সৰলৰেখাত গতি ?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৰে ।

৯। হাতেৰে চুব পৰা আৰু পদাৰ্থ পেলাব পৰা প্ৰতিবিম্বই হ’ল ?

(ক) অসৎ প্ৰতিবিম্ব

(খ) সৎ প্ৰতিবিম্ব

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৎ প্ৰতিবিম্ব ।

১০। আতছী কাচ আচলতে-

(ক) অৱতল লেন্স

(খ) উত্তল লেন্স

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) উত্তল লেন্স ।

১১। সমতল দাপোণৰ ক্ষেত্ৰত কোনটো অসত্য ?

(ক) প্ৰতিবিম্ব একে আকাৰৰ

(খ) প্ৰতিবিম্ব প্ৰকাৰ সৎ

(গ) প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান

উত্তৰ- (ক) প্ৰতিবিম্ব একে আকাৰৰ ।

১২. তলৰ ছবিখৱৰ নাম কি ?

(ক) ৰঙ

(খ) ৰামধেনু

(গ) নিউটনৰ কাঁহী

উত্তৰ- (খ) ৰামধেনু ।

১৩. পোহৰৰ প্ৰতিসৰণ ঘটাব পৰা এবিধ বস্তুৰ নাম লিখা ?

(ক) পানী

(খ) গোল্লা

(গ) প্লাষ্টিক

উত্তৰ- (খ) গোল্লা ।

১৪. পোহৰৰ প্ৰতিফলনৰ বাবেই সকলো ধৰণৰ দাপোণত কিহৰ সৃষ্টি হয় ?

(ক) প্ৰতিফলন

(খ) প্ৰতিবিম্ব

(গ) প্ৰতিফলক

উত্তৰ- (খ) প্ৰতিবিম্ব

১৫. তলৰ ছবিখনৰ নাম কি ?

Captionless Image

(ক) অবতল দাপোন

(খ) উত্তল দাপোন

(গ) গোলক

উত্তৰ- (ক) অবতল দাপোন ।

১৬. লেন্স বিভিন্ন প্ৰকাৰৰ নাথাকে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

১৭. প্ৰতিবিম্ব এক ছেকেণ্ডৰ প্ৰায় কিমান অংশ সময়ৰ বাবে স্থায়ী হয় ?

(ক) 1/5

(খ) 1/16

(গ) 18/7

উত্তৰ- (খ) 1/16 ।

১৮. কোনো বস্তুৰ ওপৰত পোহৰ পৰি উফৰি অহাকে পোহৰৰ কি বোলে ?

(ক) প্ৰতিফলক বোলে

(খ) প্ৰতিসৰণ বোলে

(গ) প্ৰতিফলন বোলে

উত্তৰ- (গ) প্ৰতিফলন বোলে ।

১৯. উত্তল আৰু অবতল দাপোণৰ ক্ষেত্ৰত পোহৰৰ প্ৰতিফলন ক’ত ঘটে ?

(ক) ভাজ থকা পৃষ্ঠত

(খ) সমতল পৃষ্ঠত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ভাজ থকা পৃষ্ঠত ।

২০. উত্তল লেন্সে বিভিন্ন ধৰণৰ প্ৰতিবিম্ব সৃষ্টি নকৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।

Type by- Bikul Mandal