Class 10 General Science Chapter 1 | Short Question Answer | অধ্যায় ১ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

চমু প্ৰশ্ন উত্তৰঃ

১। কেলছিয়াম অক্সাইডক কি বোলা হয়?

(ক) পোৰা চুণ

(খ) বাহি চুণ

(গ) শিথিলিত চুণ

উত্তৰঃ (ক) পোৰা চুণ।

২। অদ্ৰাৱ্য পৰ্দাথক কি বোলে?

(ক) দ্বিঅপসৰণ বিক্ৰিয়া

(খ) অধঃক্ষেপ

(গ) তাপগ্ৰাহী বিক্ৰিয়া

উত্তৰঃ (খ)অধঃক্ষেপ।

৩। অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক কি বোলে?

(ক) অধঃক্ষেপ

(খ) অধঃক্ষেপন বিক্ৰিয়া

(গ) দ্বিঅপসৰণ বিক্ৰিয়া

উত্তৰঃ (খ) অধঃক্ষেপন বিক্ৰিয়া।

৪। বিক্ৰিয়া পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হোৱা বুলি কয়?

(ক) জাৰিত

(খ) বিজাৰিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক) জাৰিত।

৫। মাৰ্বলৰ ৰাসায়নিক সংকেত কি?

(ক) H₂O

(খ) CaCO₃

(গ) C₆H₁₂O₆(aq)

উত্তৰঃ(খ) CaCO₃।

৬। দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কি বোলে?

(ক) দ্বিঅপসৰণ বিক্ৰিয়া

(খ) বিযোজন বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ (ক) দ্বিঅপসৰণ বিক্ৰিয়া।

৭। বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাক কি বোলে?

(ক) তাপগ্ৰাহী বিক্ৰিয়া

(খ) তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ(খ) তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া।

৮। বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনো এটা কি

(ক) তাপগ্ৰাহী বিক্ৰিয়া

(খ) তাপবৰ্জী বিক্ৰিয়া

(গ) সংযোজন বিক্ৰিয়া

উত্তৰঃ(খ) তাপবৰ্জী বিক্ৰিয়া।

৯। Fe₂O₃ + 2A→ Al₂O₃ + 2Fe বিক্ৰিয়াটো এটা উদাহৰণ

(ক)এটা  সংযোজন বিক্ৰিয়াৰ

(খ) এটা বিযোজন বিক্ৰিয়াৰ

(গ) এটা অপসৰণ বিক্ৰিয়া

  উত্তৰঃ(গ) এটা অপসৰণ বিক্ৰিয়া।

১০। লেড ক্ল’ৰাইডৰ ৰাসায়নিক সংকেট কি?

(ক) PbCl₂

খ) PbCl

(গ) CuCl₂

 উত্তৰঃ(গ) CuCl₂।

১১। 2FeSO₄(S) → Fe₂O₃(s) + SO₂(g) + SO₂(g) এই বিক্ৰিয়াটোে কি বিক্ৰিয়া?

(ক) সংযোজন বিক্ৰিয়া

(খ) বিযোজন বিক্ৰিয়া

(গ) তাপগ্ৰাহী বিক্ৰিয়া

 উত্তৰঃ(খ) বিযোজন বিক্ৰিয়া।

১২। ফেৰিক অক্সাইড কি পদাৰ্থ?

(ক) জুলীয়া পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) গোটা পদাৰ্থ

উত্তৰঃ(গ) গোটা পদাৰ্থ।

১৩। চিমেণ্ট উৎপাদনত কি ব্যৱহাৰ কৰা হয়?

(ক) পোৰা চুণ

(খ) শিথিলিত চুণ

(গ) বাহি চুণ

উত্তৰঃ(ক) পোৰা চুণ।

১৪। বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত কি ৰঙৰ হৈ পৰে?

(ক) নীলা ৰঙৰ

(খ) ৰঙা ৰঙৰ

(গ) মটীয়া ৰঙৰ

উত্তৰঃ(গ) মটীয়া ৰঙৰ।

১৫। যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তাক কি বিক্ৰিয়া বোলে?

(ক) তাপবৰ্জী বিক্ৰিয়া

(খ) তাপগ্ৰাহী বিক্ৰিয়া

(গ) দ্বিঅপসৰণ বিক্ৰিয়া

উত্তৰঃ(খ) তাপগ্ৰাহী বিক্ৰিয়া।

১৬। ক’পাৰতকৈ দুটা অধিক সক্ৰিয় মৌলৰ নাম কি?

(ক) যিংক আৰু লেড

(খ) সোণ আৰু ৰূপ

(গ) ছডিয়াম আৰু মেগনেছিয়াম

উত্তৰঃ(ক) যিংক আৰু লেড।

১৭। বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো কি হয়?

(ক) জাৰিত

(খ) বিজাৰিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক) জাৰিত।

১৮। অপসৰণ বিক্ৰিয়াৰ আন এটা নাম কি?

(ক) সংযোজন বিক্ৰিয়া

(খ) প্ৰতিষ্ঠাপন বিক্ৰিয়া

(গ) তাপগ্ৰাহী বিক্ৰিয়া

উত্তৰঃ(খ) প্ৰতিষ্ঠাপন বিক্ৰিয়া।

১৯। কি বিক্ৰিয়াত অদ্ৰাৱ্য লৱণ উৎপন্ন হয়?

(ক) অধঃক্ষেপ বিক্ৰিয়া

(খ) দ্বিঅপসৰণ বিক্ৰিয়াত

(গ) অধঃক্ষেপন বিক্ৰিয়াত

উত্তৰঃ(গ) অধঃক্ষেপন বিক্ৰিয়াত।

২০। কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুৰিত যোগ কৰা হয়?

(ক) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়

(খ) ক্ল’ৰি গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়

(গ) আইৰন লৱন আৰু পানী উৎপন্ন হয়

উওৰঃ(গ) আইৰন লৱন আৰু পানী উৎপন্ন হয়।

  (১) তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।

উত্তৰঃ H2 + Cl2 à 2HCl।

(iii ) ছ’ডিয়াম + পানী → ছ’ ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ 2Na + 2H2O à 2NaOH +H2।

(২)শ্বসন কি প্ৰক্ৰিয়া বুলি কো ৱা হয়?

উত্তৰঃতাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

(৩)  কোনটো ধাতুয়ে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰি ?

উওৰঃজিংক ধাতুয়ে।

(৪)আটাইতকৈ কম সক্ৰিয় মৌলটো নাম কি?

উওৰঃ  কপাৰ ।

(৫) ভৌতিক পৰিবৰ্তন নোহোৱা এটা দ্ৰৱন নাম লিখা ?

উওৰঃ LPG ৰ দহন ।

(৬) তাপ শোষিত হোৱা ৰাসানিক বিক্ৰিয়াটোৰ নাম কি লিখা ?

উওৰঃ তাপগ্ৰাহী বিক্ৰিয়া  ।

 (৭) প্ৰকৃতিক গেছ দহন কিহৰ বিক্ৰিয়া হয় লিখা ?

উওৰঃতাপবৰ্জী বিক্ৰিয়া ।

(৮)কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উতপন্ন হয়।

AgNo3(aq) + NaCl(aq) à AgCl(s)↓ + NaNo3(aq)

(৯) তাপ প্ৰয়োগ কৰিলে বিয়োজিত হৈ মুগা বৰনীয়া ধোঁৱাৰ সৈতে পদাৰ্থ  উৎ পন্ন কৰা বগা বৰনীয়া  লৱণটোৰ নাম লিখা ?

উওৰঃ লেড নাইট্ৰেট ।

( ১০) জাৰক কাক বোলে ?

উওৰঃ কোনো এটা বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হয়, আনহাতে আনটো বিজাৰিত হয়,  বিজাৰিত হোৱা  পদাৰ্থক জাৰক বোলা হয়।

(১১) বিজাৰক কাক বোলে ?

উওৰঃ বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হয় ,আনহাতে আনটো বিজাৰিত হয, জাৰিত হোৱা পদাৰ্থটোক বিজাৰক বোলে ।

(১২) ৰেডক্স বিক্ৰিয়া কি  ?

উওৰঃ যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ প্ৰক্ৰিয়া একেলগে সংঘটিত হয় তাকে জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া বোলে।

(১৩) কেলছিয়াম অক্সাইড (চুণ বা পোৰা চুণ )ৰ এটা ব্যৱহাৰ উল্লেখ কৰা?

উওৰঃ চিমেন্ট  উৎপাদন।

(১৪) ৰাসাসনিক বিক্ৰিয়া  বুলিলে কি বুজা ?

উওৰঃ ৰাসানিক বিক্ৰিয়া এনে এটা প্ৰক্ৰিয়া যত দুটা বা তাতোধিক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি ভিন্ন ভৌতিক আৰু ৰাসানিক ধৰ্ম নতুন পদাৰ্থৰ সৃষ্ট কৰে ।

(১৫) অপসৰণ বিক্ৰিয়া কি ?

উওৰঃ য়যি ৰাসানিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে , তেনে ৰাসায়নিক বিক্ৰিয়াক অপসৰণ ূবিক্ৰিয়া বোলা হয় ।

(১৬) সংয়োজন বিক্ৰিয়া কি  ?

উওৰঃ য়ি বিক্ৰিয়াত দুটা বা তাতোধিক পদাৰ্থ য়োজিত হৈ মাএ এটা পদাৰ্থ সৃষ্ট তাকে সলংযোজন বিক্ৰিয়া বোলে।

(১৭) তাপীয় বিয়োজন বিক্ৰিয়া কি ?

উওৰঃ তাপ প্ৰয়োগৰ দ্বাৰা সংঘটিত হোৱা বিয়োজন বিক্ৰিয়াক তাপীয় বিয়োজন বিক্ৰয়া বোলে।

(১৮) বিয়োজন বিক্ৰয়া কি ?

উওৰঃ ৰাসায়নিক বিক্ৰয়াত যৌগ এটা ভাঙি দুটা বা ততোধিক সৰল পদাৰ্থতপৰিণত হয়, তাকে বিয়োজন বিক্ৰিয়া বোলে।

(১৯) দ্বিঅপসৰণ বিক্ৰিয়া কি  ?

উওৰঃ যি বিক্ৰিয়াত দুটা বিক্ৰিয়কে আয়ন বিনিময়েৰে বিক্ৰিয়া সংঘটিত কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাকে দ্বিঅপসৰণ বিক্ৰিয়া বোলে ।

(২০) শিথিলত চুণ (কেলছিয়াম হাইড্ৰক্সাইড)ৰ এটা ব্য়ৱহাৰ উল্লেখ কৰা ?

উওৰঃ বেৰত বগা ৰং সানিবলৈ সিথিলত চুণ ব্যৱহাৰ কৰা হয়।

(২১) কলা-বগা  ফট,গ্ৰাফিত কেনে  ধৰনৰ বিক্ৰিয় ব্যৱহাৰ কৰা হয় ?

উওৰঃ বিয়োজন বিক্ৰিয়া । 

(২২) তাপ উদ্ভৱ হোৱা বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়  ?

উওৰঃ তাপবৰ্জীয় বিক্ৰয়া ।

(২৩) পানীৰ বিদ্যুত বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰ,জেন আৰু অক্সিজেন গেছৰ অনুপাত কিমান ?

উওৰঃ ২.১ ।

(২৪)কোন বিধ মৌল অধিক সক্ৰি – সীহ নে কপাৰ ?

উওৰঃ সীহ। 

(২৫) কেলছিয়াম কাৰ্বননেটত তাপ প্ৰয়োগ কৰিলে উদ্ভৱ হোৱা গেছবিধ নাম কি ?

উওৰঃ কাৰ্বন ডাই-অক্সাইড ।

 খালী ঠাই পুৰণ কৰা ঃ

(২৬) বনস্পতিজাত পদাৰ্থৰ বিয়োজন হৈ পচনসাৰ সৃষ্টি হোৱা  প্ৰক্ৰিয়াটো ——- বিক্ৰিয়াৰ এটা উদাহৰণ ?

উওৰঃ তাপবৰ্জীয় ।

(২৭) ——-বিক্ৰিয়াত অদ্ৰৱনীয় লৱন উৎপন্ন হয়  ?

উওৰঃ অধঃক্ষেপন। 

(২৮) কেলছিয়াম অক্সাইডক ——–বা———বুলি কোৱা হয়  ?

উওৰঃ চুণ,পোৰা চুণ। 

(২৯) ৰাসানিক সমীকৰণৰ সমতুলীকৰণ ——-বিধিৰ ওপৰত আধাৰিত  ?

উওৰঃ ভৰৰ নিত্যতা ।

(৩০) শ্বসন এবিধ ——-পৰিৱৰ্ত  ? 

উওৰঃ ৰাসানিক । 

(৩১) পোহৰৰ দ্বাৰা ছিলভাৰ ক্ল,ৰাইডৰ বিয়াজন ——-ত ব্যৱহাৰ কৰা হয়  ?

উওৰঃ ক,লা-বগা ফটোগ্ৰাফি।