Class 12 Education Chapter 4 | অধ্যায় ৪ শিক্ষণ | MCQs Short Question Answer |

Chapter 4

শিক্ষণ

১। কোন শিক্ষাবিধৰ মতে, “শিক্ষণ মানে আচৰণ আৰু অভিজ্ঞতাৰ সংশোধন” বুলি কৈছিল ?

(ক) গিলফোৰ্ড

(খ) মান

(গ) ই. এ. পীল

উত্তৰঃ (খ) মান

২। ক’হলাৰে কিমান চনৰ পৰা কিমান চনলৈ সামগ্ৰিকতাবাদ ধাৰণাৰ সম্পৰ্কে পৰীক্ষী-নিৰীক্ষা চলাইছিল ?

(ক) ১৯৪৫ পৰা ১৯৫৭

(খ) ১৯০৩ পৰা ১৯০৫

(গ) ১৯১৩ পৰা ১৯১৭

উত্তৰঃ (গ) ১৯১৩ পৰা ১৯১৭

৩। অনুবন্ধনবাদৰ মূল পৃষ্ঠপোষক কোন আছিল ?

(ক) আইভান্ পি, পেভ্লভ্

(খ) স্কীনাৰ

(গ) স্মিথ

উত্তৰঃ (ক) আইভান্ পি, পেভ্লভ্

৪। থৰ্ণডাইকৰ মুখ্য নীতি কেইটা ?

(ক) এটা

(খ) সাতটা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

৫। ‘গেষ্টাল্ট’ শব্দটো কি শব্দ ?

(ক) লেটিন

(খ) জাৰ্মান

(গ) ফাৰ্চী

উত্তৰঃ (খ) জাৰ্মান

৬। শিক্ষণৰ উপাদনসমূহ কেইটা ভাগত ভগাব পাৰি ?

(ক) নটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৭। কোনজন মনোবিজ্ঞানীৰ মনে “শিক্ষণ হৈছে আচৰণৰ সংশোধনৰ এক অবিৰত প্ৰচেষ্টা।” বুলি কৈছে ?

(ক) ডব্লিউ. আৰ মেককাউ

(খ) গিলডফৰ্ড

(গ) গেটছ

উত্তৰঃ (ক) ডব্লিউ. আৰ মেককাউ

৮। জাৰ্মানীৰ বিখ্যাত মনোবিদ কোন কোনে ১৯১২ চনত প্ৰথমবাৰৰ বাবে সামগ্ৰিতাবাদৰ মতবাদ দাঙি ধৰিছিল ?

(ক) ৱলফগেং ক’হলাৰ আৰু থমছন

(খ) মেকগ’চ আৰু জি. এ. কিমবল

(গ) মেক ৱাৰ্থিমাৰ উলফ গেংগ ক’হলাৰ আৰু ক’ৰ্ট ক’ফকাই

উত্তৰঃ (গ) মেক ৱাৰ্থিমাৰ উলফ গেংগ ক’হলাৰ আৰু ক’ৰ্ট ক’ফকাই

৯। ‘গেষ্টাল্ট’ শব্দটো জাৰ্মান শব্দ কোনটো শব্দৰ পৰা লোৱা হৈছে ?

(ক) ‘Gestalten’

(খ) ‘Tenerife’

(গ) ‘Environir’

উত্তৰঃ (ক) ‘Gestalten’

১০। সহজ ভাষাত, ‘গেষ্টাল্ট’ শব্দৰ অৰ্থ কি ?

(ক) ‘অৱদান’

(খ) ‘সামগ্ৰিক গঠন সমষ্টি’

(গ) ‘সংহতিপূৰ্ণ’

উত্তৰঃ (খ) ‘সামগ্ৰিক গঠন সমষ্টি’

১১। কোন তিনিজন জাৰ্মান মনোবিজ্ঞানী  শিক্ষাবিধ অন্তৰ্দৰ্শন পদ্ধতিৰ উদ্ভাৱক ?

(ক) ৱাৰ্থিমাৰ, ক’হলাৰ আৰু কাফকা

(খ) গেটছ, গিলডফৰ্ড আৰু ডব্লিউ. আৰ মেককাউ

(গ) মেকগ’চে, হিলগাৰ্ড আৰু গিলিলেণ্ড

উত্তৰঃ (ক) ৱাৰ্থিমাৰ, ক’হলাৰ আৰু কাফকা

১২। শিক্ষণৰ প্ৰধান নীতি কেইটা ?

(ক) এটা

(খ) ছয়টা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

১৩। প্ৰস্তুতি নীতিয়ে কি কথা বুজাই ?

(ক) কাৰ্য্যৰ ফলাফল

(খ) শিক্ষণৰ লাভৰ বাবে ব্যক্তিৰ পুনৰাবৃত্তি

(গ) ব্যক্তিৰ মন আৰু দেহৰ প্ৰস্তুতি

উত্তৰঃ (গ) ব্যক্তিৰ মন আৰু দেহৰ প্ৰস্তুতি

১৪। অনুশীলনী নীতিয়ে কি বুজায় ?

(ক) পুনৰাবৃত্তি

(খ) শিক্ষণ লাভৰ বাবে ব্যক্তিয়ে পুনৰাবৃত্তি কৰা

(গ) কাৰ্য্যৰ ফলাফল

উত্তৰঃ (খ) শিক্ষণ লাভৰ বাবে ব্যক্তিয়ে পুনৰাবৃত্তি কৰা

১৫। ফলাফল নীতিয়ে কি বুজায় ?

(ক) গ্ৰহণযোগ্য

(খ) দক্ষতা

(গ) কাৰ্য্যৰ ফলাফলৰ ওপৰত নিৰ্ভৰ

উত্তৰঃ (গ) কাৰ্য্যৰ ফলাফলৰ ওপৰত নিৰ্ভৰ

১৬। থৰ্ণডাইকৰ অনুশীলন নীতিক কেইটা ভাগত ভগাব পাৰি ?

(ক) এঘাৰটা

(খ) চৈধ্যটা

(গ) দুটা

উত্তৰঃ (গ) দুটা

১৭। থৰ্ণডাইকৰ কোনটো নীতিক ‘সন্তুষ্টি নীতি’ আৰু ‘অসন্তুষ্টি নীতি’ বোলা হয় ?  

(ক) অনুশীলনৰ নীতি

(খ) ফলাফলৰ নীতি

(গ) প্ৰস্তুতিৰ নীতি

উত্তৰঃ (খ) ফলাফলৰ নীতি

১৮। শৰীৰতত্ত্ববিদ আৰু মনোবিজ্ঞানী পেভলভে শিক্ষণৰ অনুসন্ধনবাদ পদ্ধতি কিমান চনত আৱিষ্কাৰ কৰিছিল

(ক) ১৯০৪

(খ) ১৭২০

(গ) ১৯৫৭

উত্তৰঃ (ক) ১৯০৪

১৯। কোনজন বিজ্ঞানীয়ে ‘কুকুৰৰ পাচন তন্ত্ৰ’ ওপৰত গৱেষণা কৰা বাবে ন’বেল বঁটা পাইছিল ?

(ক) পেভলভে

(খ) ক’হলাৰ

(গ) ক’ৰ্ট ক’ফকাই

উত্তৰঃ (ক) পেভলভে

২০। ‘প্ৰতিক্ৰিয়া শিক্ষণ’ ‘উদ্দীপক শিক্ষণ’ আৰু ‘অনুবন্ধন শিক্ষণক’ পদ্ধতি কি বুলি জনা যায় ?

(ক) শিক্ষণ

(খ) অন্তৰ্দৰ্শন

(গ) প্ৰচেষ্টা

উত্তৰঃ (ক) শিক্ষণ