আনন্দৰাম ঢেকিয়াল ফুকন | AJB Class 4 Assamese Chapter 3 | MCQ question Answer Solution |

আনন্দৰাম ঢেকিয়াল ফুকন

Chapter-3

১। অসমৰ সুযোগ্য় সন্তান অসমীয়া ভাষাৰ সাধক বুলি কাক কোৱা হয়?

ক) আনন্দৰাম ঢেকিয়াল ফুকন

খ) আনন্দৰাম বৰুৱা

গ) গুৰু প্ৰসাদ দাস

উত্তৰঃ ক) আনন্দৰাম ঢেকিয়াল ফুকন।

২। আনন্দৰাম ঢেকিয়াল ফুকনে কোনটো ভাষাক বৰ ভাল পাইছিল?

ক) হিন্দী

খ) অসমীয়া

গ) বড়ো

উত্তৰঃ খ) অসমীয়া।

৩। কিমান চনত অসমৰ আদালত, পঢ়শালি আৰু কাৰ্য্য়ালয়ৰ পৰা অসমীয়া ভাষা অতঁৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল?

ক) ১৮৪৫

খ) ১৮২৯

গ) ১৮৩৬

উত্তৰঃ গ) ১৮৩৬।

৪।  মিছনেৰিসকলে কিমান চনত শিৱসাগৰৰ পৰা ‘অৰুনোদই’ নামৰ মাহেকীয়া আলোচনী উলিয়াইছিল?

ক) ১৮৫০

খ) ১৮৩৫

গ) ১৮৪৬

উত্তৰঃ গ) ১৮৪৬।

৫। আনন্দৰাম ঢেকিয়াল ফুকনে ক’ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল?

ক) গুৱাহাটীত

খ) নগাওঁত

গ) নলবাৰীত

উত্তৰঃ ক) গুৱাহাটীত।

৬। কিমান চনত অসমৰ আদালত, পঢ়াশালি আৰু কাৰ্যালয়ত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল?

ক) ১৮৪৭

খ) ১৮৫২

গ) ১৮৭২

উত্তৰঃ গ) ১৮৭২।

৭। আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে ক’ত এটা ছপাশালো প্ৰতিষ্ঠা কৰিছিল?

ক) কলিকতাত

খ) দিল্লীত

গ) মুম্বাইত

উত্তৰঃ ক) কলিকতাত।

৮। ‘আইন ও ব্য়ৱস্থা’ কি ভাষাত লিখা তেওঁৰ আন এখনি গ্ৰন্থ?

ক) বাংলা

খ) অসমীয়া

গ) হিন্দী

উত্তৰঃ ক) বাংলা।

৯। পুৱা ফুৰি আহি কেই বজালৈকে তেওঁ পুনৰ লিখা-পঢ়া কৰি তপত পানীৰে স্নান কৰিছিল?

ক) ৬ বজাত

খ) ৫বজাত

গ) ৮ বজাত

উত্তৰঃ গ) ৮ বজাত।

১০। তেওঁ কোনটো ভাষাৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল?

ক) বাংলা

খ) হিন্দী

গ) অসমীয়া

উত্তৰঃ গ) অসমীয়া।