ইয়াতে মাৰিলোঁ টিপা | AJB Class 4 Assamese Chapter 11 | MCQ Question Answer Solution |

১। কোন আহিলে ঘৰ-বাৰী ধ্বংস হ’ব পাৰে ?

ক) ভূঁইকঁপ

খ) বতাহ

গ) বৰষুণ

উত্তৰঃ ক) ভূঁইকঁপ।

২। পৃথিৱীখনৰ ভিতৰভাগ অত্য়ন্ত কি হয় ?

ক) শীত

খ) গৰম

গ) শুকান

উত্তৰঃ খ) গৰম।

৩। ‘ৰিখ্টাৰ স্কেল’ কোনে আৱিস্কাৰ কৰিছিল ?

ক) এন্টনি ভন লিউৱেনহুক

খ) আইনষ্টাইন

গ) চাৰ্লচ ফ্ৰান্সিচ ৰিখ্তাৰে

উত্তৰঃ গ) চাৰ্লচ ফ্ৰান্সিচ ৰিখ্তাৰে।

৪। কিমান চনত ‘ ৰিখ্তাৰ স্কেল ‘ আৱিস্কাৰ হৈছিল ?

ক) ১৯৩৫ চনত

খ) ১৯৪০ চনত

গ) ১৯৩০ চনত

উত্তৰঃ ক) ১৯৩৫ চনত।

৫। ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন ক’ত অৱস্থিত ?

ক) বাহিৰৰভাগত

খ) ভিতৰভাগত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভিতৰভাগত

৬। ভূগৰ্ভৰ পৰা মানুহে কি কি আহৰণ কৰে ?

ক) তাম, ধাতু

খ) মুদ্ৰা, মুকুট

গ) সোণ, ৰূপ

উত্তৰঃ গ) সোণ, ৰূপ।

৭। পাঠটিত কিহে দিশ সলায় বুলি কৈছে ?

ক) নদীয়ে

খ) পুখুৰীয়ে

গ) জুৰিয়ে

উত্তৰঃ ক) নদীয়ে।

৮। গৱেষণাৰ শব্দৰ অৰ্থ কি ?

ক) কিংবদন্তি

খ) অনুসন্ধান

গ) জাননি

উত্তৰঃ খ) অনুসন্ধান।

৯। চিপৰাং শব্দৰ অৰ্থ কি ?

ক) খনিত্ৰ

খ) কোৰ

গ) লোহাৰ খন্তি

উত্তৰঃ গ) লোহাৰ খন্তি।

১০। কোনটো বাহিনীৰ কাৰ্য্য়ালয়ৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি লিখি লোৱাৰ কথা কৈছে ?

ক) অগ্নি নিৰ্বাপক বাহিনী

খ) বায়ু সেনা বাহিনী

গ) জল সেনা বাহিনী

উত্তৰঃ ক) অগ্নি নিৰ্বাপক বাহিনী।