খাদ্য়বস্তুৰ সংৰক্ষণ | AJB Class 5 Science | দ্বিতীয় অধ্যায়- দ্বিতীয় পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়- দ্বিতীয় পাঠ MCQ’s Type Question Answer |

Chapter- 2

খাদ্য়বস্তুৰ সংৰক্ষণ

১। শাক-পাচলি, ফল-মূল, গাখীৰ আদি ভালদৰে নাৰাখিলে কিয়?

(ক) দূষিত হয়

(খ) বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ গজে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ গজে ।

২। কিহে খোৱাবস্তু দূষিত কৰে?

(ক) বেক্টেৰিয়া, ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল

(খ) ভেঁকুৰ

(গ) ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল

উত্তৰ- (গ) ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল ।

৩। মাছ-মাংস আৰু শাক-পাচলি খুব কম উষ্ণতাত কিমান মাহলৈ ভালদৰে ৰাখিব পাৰি? 

(ক) ১-৭

(খ) ১-২

(গ) ১-৬

উত্তৰ- (খ) ১-২ ।

৪। জীৱাণুমুক্ত কৰা গাখীৰ কিহত ৰাখিব লাগে?

(ক) ছাইট্ৰিকত

(খ) পেচিয়ামত

(গ) ফ্ৰিজত

উত্তৰ- (গ) ফ্ৰিজত ।

৫। টাইফয়ড ৰোগ কিহৰ দ্বাৰা হয়?

(ক) বেক্টেৰিয়াৰ দ্বাৰা

(খ) অণুজীৱৰ দ্বাৰা

(গ) ভাইৰাছৰ দ্বাৰা

উত্তৰ- (ক) বেক্টেৰিয়াৰ দ্বাৰা ।

৬। দূষিত পানীত কি অণুজীৱ থাকে?

(ক) প্ৰ’ট’জ’ৱা

(খ) কলেৰা

(গ) ডায়েৰিয়া

উত্তৰ- (ক) প্ৰ’ট’জ’ৱা ।

৭। খোৱাপানী কিমান সময় উতলাব লাগে?

(ক) ১০-৩০

(খ) ১০-৯

(গ) ১০-২০

উত্তৰ- (গ) ১০-২০ ।

৮। আইনষ্টাইনে পোহৰ এবিধ কণিকাহে সেই কামটো  কিমান চনত আৱিষ্কাৰ কৰিছিল? 

(ক) ১৯০৭

(খ) ১৯০৬

(গ) ১৯০৫

উত্তৰ- (গ) ১৯০৫ ।

৯। বেক্টেৰিয়া এবিধ কি জীৱ?

(ক) বহুকোষী জীৱ

(খ) এককোষী জীৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) এককোষী জীৱ ।

১০। বেক্টেৰিয়া এবিধ কি?

(ক) শক্তিশালী জীৱ

(খ) সূক্ষ্ম জীৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সূক্ষ্ম জীৱ ।

১১। ধান, ঘেঁহু আদি বিভিন্ন ধৰণৰ শস্য় কাৰ পৰা ৰক্ষা কৰিব পাৰিলে ভালে থাকে?

(ক) পোক-পৰুৱা, এন্দুৰৰ

(খ) মানুহ, হাতী, বাঘৰ

(গ) বান্দৰ, সাপ, হৰিণৰ

উত্তৰ- (ক) পোক-পৰুৱা, এন্দুৰৰ ।

১২। বেক্টেৰিয়া আৰু ভেঁকুৰে কি উৎপন্ন কৰে?

(ক) খাদ্য়

(খ) বিষাক্ত বস্তু

(গ) বিজাণু

উত্তৰ- (খ) বিষাক্ত বস্তু ।

১৩। দূষিত খাদ্য় খালে মানুহৰ কি হ’ব পাৰে?

(ক) মৃত্য়ু

(খ) বেমাৰ

(গ) পেটৰ অসুখ

উত্তৰ- (ক) মৃত্য়ু ।

১৪। জীৱাণুমুক্ত কৰা গাখীৰ পাৰিলে ক’ত ৰাখিব লাগে?

(ক) ফ্ৰিজত

(খ) প্লাষ্টিকৰ বটলত

(গ) টিনৰ টেমাত

উত্তৰ- (ক) ফ্ৰিজত ।

১৫। বেক্টেৰিয়াৰ গাত, প্ৰাণী আৰু উদ্ভিদ উভয়ৰে কি পোৱা যায়?

(ক) বৈশিষ্ট্য়

(খ) অংশ

(গ) বিষয়

উত্তৰ- (ক) বৈশিষ্ট্য় ।

১৬। খোৱাবস্তু ভাল দৰে কি কৰি ৰাখিব লাগে?

(ক) বান্ধি

(খ) ঢাকি

(গ) সজতনে

উত্তৰ- (খ) ঢাকি ।

১৭।  খোৱাবস্তুৰ ওপৰত হাঁচি বা কাঁহ মাৰিব লাগে/নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) নালাগে ।

১৮। হাঁচিয়াওতে বা কাহোঁতে ওলোৱা জীৱাণুৱে খোৱাবস্তু কি কৰে?

(ক) দূষিত কৰে

(খ) খোৱাৰ উপযোগী কৰে

(গ) নিৰ্মল কৰে

উত্তৰ- (ক) দূষিত কৰে ।

১৯। ঘূৰণীয়া পেলু, চেপেটা পেলু, ফিটা পেলু, হাকোটা পেলু আদি পেলুবোৰ কি খোৱাৰ ফলত হয়?

(ক) ভাত

(খ) দূষিত পানী

(গ) লেতেৰা খাদ্য়

উত্তৰ- (খ) দূষিত পানী ।

২০। আমি খোৱা পানী সদায় পৰিষ্কাৰ, বীজাণুমুক্ত হ’ব লাগে/নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) লাগে ।

Type by- Bikul Mandal