গ্ৰাহক আহিলে খং উঠা দোকানীজন | AJB Class 4 Assamese Chapter 8 | MCQ Question Answer Solution |

গ্ৰাহক আহিলে খং উঠা দোকানীজন

Chapter-8

১। অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক জনৰ নাম কি ?

ক) এন্টনি ভন লিউৱেনহুক

খ) গুৰু প্ৰসাদ দাস

গ) কাল কৰেন্স

উত্তৰঃ) ক) এন্টনি ভন লিউৱেনহুক।

২। খং উঠা গ্ৰাহক জনৰ নাম কি ?

ক) আইনষ্টাইন

খ) এন্টনি ভন লিউৱেনহুক

গ) গুৰু প্ৰসাদ দাস

উত্তৰঃ খ) এন্টনি ভন লিউৱেনহুক

৩। তেওঁ জন্ম হোৱা ঠাইখনৰ নাম কি ?

ক) আমেৰিকা

খ) জাপান

গ) হলেণ্ড

উত্তৰঃ গ) হলেণ্ড।

৪। তেওঁ জীৱিকা অৰ্জনৰ বাবে কিহৰ দোকান খুলি লৈছিল ?

ক) চছমাৰ দেকান

খ) গেলামালৰ দোকান

গ) কাপোৰৰ দোকান

উত্তৰঃ ক) চছমাৰ দেকান।

৫। আধুনিক অণুবীক্ষণ যন্ত্ৰ কিমান চনত উদ্ভাৱন কৰা হৈছিল ?

ক) ১৬৫৫ চনত

খ) ১৬৭৫ চনত

গ) ১৬৭০ চনত

উত্তৰঃ খ) ১৬৭৫ চনত।

৬। বিশ্বৰ কোনটো আধুনিক অনুবীক্ষণ যন্ত্ৰ ?

ক) চতুৰ্থটো

খ) দ্বিতীয়টো

গ) প্ৰথমটো

উত্তৰঃ গ) প্ৰথমটো।

৭। কাচ কাটি লেন্স তৈয়াৰ কৰা পদ্ধতিটো সস্পূৰ্ণ কিহৰ আছিল ?

ক) নিজৰ আছিল

খ) বেলেগৰ আছিল

গ) ঘৰৰ আছিল

উত্তৰঃ ক) নিজৰ আছিল।

৮। তেওঁক মানুহে কি বুলি ভাবিছিল ?

ক) জ্ঞানী বুলি

খ) বলিয়া বুলি

গ) সৰল বুলি

উত্তৰঃ খ) বলিয়া বুলি।

৯। লিউৱেনহুকে কি ভাষা নাজানিছিল ?

ক)অসমীয়া

খ) হিন্দীগ)

গ) লেটিন

উত্তৰঃ গ) লেটিন।

১০। লিউৱেনহুক কিহৰ মনৰ মানুহ আছিল ?

ক) একাচেকা মনৰ

খ) চিধা মনৰ

গ) ভাল মনৰ

উত্তৰঃ ক) একাচেকা মনৰ।