Class 8 Assamese Chapter 3 MCQ’s Jatiya Bidyalaya | চৰিত্ৰ | AJB Class 8 Assamese Chapter 3 MCQ’s Assamese Medium | Class 8 Assamese Chapter 3 | MCQ’s Type Question Answer |

Chapter- 3

চৰিত্ৰ

1. ধনৰ বল বা বিদ্য়াৰ বল একোৱেই কিহৰ সমান নহয় ?

(ক) চৰিত্ৰ বলৰ

(খ) মনো বলৰ

(গ) ধন বলৰ

উত্তৰ- (ক) চৰিত্ৰ বলৰ ।

2. কুচৰিত্ৰৰ কি ফল?

(ক) সুফল

(খ) কুফল

(গ) চুৰফল

উত্তৰ- (খ) কুফল ।

3. উদ্গতিৰ পথৰ প্ৰৱল সহায় কি?

(ক) সৎ চৰিত্ৰ

(খ) অসৎ চৰিত্ৰ

(গ) অভদ্ৰ চৰিত্ৰ

উত্তৰ- (ক) সৎ চৰিত্ৰ ।

4. ধনৱন্ত আৰু বিদ্য়াৱন্ত মানুহ কিহৰ দোষত ৰসাতলে যায়?

(ক) চৰিত্ৰৰ

(খ) ৰূপৰ

(গ) গুণৰ

উত্তৰ- (ক) চৰিত্ৰৰ ।

5. কেনেকুৱা মানুহৰ বাবে শত্ৰু সৰহ?

(ক) চৰিত্ৰহীন

(খ) ৰূপহীন

(গ) গুণহীন

উত্তৰ- (ক) চৰিত্ৰহীন ।

6. ধনহীন বা বিদ্য়াহীন হ’লে মানুহে আনৰ কি পায়?

(ক) গুণ

(খ) ৰূপ

(গ) পুতৌ

উত্তৰ- (গ) পুতৌ ।

7. সৎ চৰিত্ৰ মানৱ স্বভাৱৰ কি?

(ক) বেয়া

(খ) জেউতি

(গ) অভদ্ৰ

উত্তৰ- (খ) জেউতি ।

8. চৰিত্ৰৱান মানুহ কি জলৰ নিচিনা?

(ক) অপৱিত্ৰ

(খ) বেয়া

(গ) পৱিত্ৰ

উত্তৰ- (গ) পৱিত্ৰ ।

9.ধন আৰু বিদ্য়াৰ পৰা মানুহে কি লাভ কৰে?

(ক) ক্ষমতা

(খ) অক্ষমতা

(গ) চিন্তা

উত্তৰ- (ক) ক্ষমতা ।

10. চৰিত্ৰৰ মূল কি?

(ক) অভ্য়াস

(খ) ক্ষমতা

(গ) স্বভাৱ

উত্তৰ- (ক) অভ্য়াস ।

11. দয়া এটা কি?

(ক) ভাল

(খ) বেয়া

(গ) গুণী

উত্তৰ- (ক) ভাল

12. লোভ এটা কি বৃত্তি?

(ক) ভাল

(খ) গুণ

(গ) বেয়া

উত্তৰ- (গ) বেয়া ।

13. দয়াৰ গুণত মানুহ কি হয়?

(ক) অদানী

(খ) দানী

(গ) লোভী

উত্তৰ- (খ) দানী ।

14. সত্য়নাথ বৰা জন্ম ক’ত হৈছিল?

(ক) গুৱাহাটীত

(খ) যোৰহাটত

(গ) মৰিগাঁওত

উত্তৰ- (ক) গুৱাহাটীত ।

15. সত্য়নাথ বৰা কিমান চনত জন্ম হৈছিল?

(ক) ১৯০৬

(খ) ১৯৬০

(গ) ১৮৬০

উত্তৰ- (গ) ১৮৬০ ।

16.  সত্য়নাথ বৰা মৃত্য়ু কিমান চনত হৈছিল ?

(ক) ১৯২৫

(খ) ১৯৫২

(গ) ১৯৩২

উত্তৰ- (ক) ১৯২৫ ।

17. সত্য়নাথ বৰা অসমীয়া সাহিত্য়ৰ প্ৰসিদ্ধ কি আছিল?

(ক) গল্প লেখক

(খ) পদ্য় লেখক

(গ) গদ্য় লেখক

উত্তৰ- (গ) গদ্য় লেখক ।

18. পুৰুষাৰ্য শব্দ অৰ্থ কি?

(ক) অচেষ্টা

(খ) চেষ্টা

(গ) অযত্ন

উত্তৰ- (খ) চেষ্টা ।

19. সংকুচিত শব্দ অৰ্থ কি?

(ক) কোঁচ খোৱা

(খ) পোন খোৱা

(গ) লেহুকা খোৱা

উত্তৰ- (ক) কোঁচ খোৱা ।

20. কুন্ধচালি শব্দ অৰ্থ কি?

(ক) বেয়া

(খ) ভাল

(গ) আনন্দ

উত্তৰ- (ক) বেয়া ।

Type by- Bikul Mandal