জীৱৰ চলন | AJB Class 5 Science Chapter 4 MCQ’s Assamese Medium | Class 5 Science Chapter 4 MCQ’s Type Question Answer |

chapter- 4

জীৱৰ চলন

১। সকলো উদ্ভিদৰ চলন আছেনে?

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আছে ।

২।  কিছুমান অনুজীৱই কোষৰ কিহৰ সহায়ত চলাচল কৰে? 

(ক) সংকোচন আৰু প্ৰসাৰণৰ

(খ) ফ্লেজেলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সংকোচন আৰু প্ৰসাৰণৰ ।

৩। উদ্ভিদৰ শিপাবোৰে কি বলৰ দিশত বাঢ়ে?

(ক) স্পৰ্শ

(খ) মাধ্য়াকৰ্ষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাধ্য়াকৰ্ষণ।

৪। প্ৰাণীয়ে খোজ কাঢ়োতে বা দৌৰোঁতে কেইখন ঠেং ব্য়ৱহাৰ কৰে?

(ক) দুখন

(খ) তিনিখন

(গ) চাৰিখন

উত্তৰ- (ক) দুখন ।

৫। মানুহৰ শৰীৰত সৰু-ডাঙৰ কেইডাল হাড় আছে?

(ক) ২০৭

(খ) ২০৬

(গ) ২২৩

উত্তৰ- (খ) ২০৬ ।

৬। হাড়ৰৰ গাঁথনিটোক কি বোলে?

(ক) ঠেং

(খ) জঁকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জঁকা ।

৭। শৰীৰৰ  প্ৰধান হাড় ডালৰ নাম কি?

(ক) জঁকা

(খ) ৰাজহাড়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ৰাজহাড় ।

৮। লাওখোলাত কেইডাল হাড় থাকে?

(ক) ২৩

(খ) ২৮

(গ) ২৯

উত্তৰ- (গ) ২৯ ।

৯। লাওখোলাৰ কেইডাল হাড় লৰচৰ কৰিব নোৱাৰে?

(ক) ১২

(খ) ২৮

(গ) ২২

উত্তৰ- (খ) ২৮ ।

১০। মাংসপেশীৰ চলনক কিহে নিয়ন্ত্ৰন কৰে?

(ক) শৰীৰে

(খ) হাড়ে

(গ) মগজুৱে

উত্তৰ- (গ) মগজুৱে ।

১১। সকলো জীৱই কি কৰিব পাৰে?

(ক) লৰচৰ

(খ) খেলিব

(গ) দৌৰিব

উত্তৰ- (ক) লৰচৰ ।

১২। ইয়াক কি বোলে?

(ক) ফ্লেজেলা

(খ) জীৱৰ চলন

(গ) উদ্ভিদৰ চলন

উত্তৰ- (খ) জীৱৰ চলন ।

১৩। বেক্টেৰিয়া, এমিবা, অণুজীৱ ইহঁত কি কোষী জীৱ?

(ক) এককোষী

(খ) বহুকোষী

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) এককোষী ।

১৪। _______ৰ কোষত এডাল বা এডালতকৈ বেছি চুলিৰ দৰে অংশ থাকে?

(ক) বেক্টেৰিয়াৰ

(খ) অণুজীৱৰ

(গ) এমিবাৰ

উত্তৰ- (ক) বেক্টেৰিয়াৰ ।

১৫। এইবোৰক কি বোলে?

(ক) শ্লাইড

(খ) মেৰুদণ্ড

(গ) ফ্লেজেলা

উত্তৰ- (গ) ফ্লেজেলা ।

১৬। এমিবাই কোষৰ আকাৰ সলনি কৰি কি নামৰ এবিধ অংশৰ সৃষ্টি কৰে?

(ক) ড্ৰপা

(খ) কূটপদ

(গ) মাধ্য়াকৰ্ষণ

উত্তৰ- (খ) কূটপদ ।

১৭। শৰীৰত থকা হাড়বোৰ এডাল আনডালৰ লগত_____লাগি থাকে?

(ক) জোৰা

(খ) মাংস

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) জোৰা ।

১৮। চৰায়ে কাৰ সহায়ত উৰে?

(ক) মানুহৰ

(খ) ডেউকাৰ

(গ) হাতৰ

উত্তৰ- (খ) ডেউকাৰ ।

১৯। উৰি ফুৰাৰ সুবিধাৰ কাৰণেই চৰাইৰ আগঠেং দুখন কাৰ ৰূপ লয়?

(ক) ভৰিৰ

(খ) হাতৰ

(গ) ডেউকাৰ

উত্তৰ- (গ) ডেউকাৰ ।

২০। সাপৰ______বা_______নাথাকে?

(ক) ঠেং বা ডেউকা

(খ) হাত বা ভৰি

(গ) কাণ বা নাক

উত্তৰ- (ক) ঠেং বা ডেউকা ।

Type by- Bikul Mandal