ঢোপ-খেলৰ আনন্দ | AJB Class 4 Assamese Chapter 12 | MCQ Question Answer Solution |

ঢোপ-খেলৰ আনন্দ

Chapter-12

১। নগাঁৱৰ খুৰাক আজি পুৱাই কাৰ ঘৰলৈ আহিলে ?

ক) ৰাখালহতঁৰ ঘৰত

খ) ডালিমীহতঁৰ ঘৰত

গ) ৰামহতঁৰ ঘৰত

উত্তৰঃ ক) ৰাখালহতঁৰ ঘৰত।

২। নগাঁৱৰ খুৰাকজনৰ নাম কি ?

ক) মহিম

খ) তপন

গ) বলেন

উত্তৰঃ খ) তপন।

৩। খুৰাকে কোৱাৰ লগতে কোনে দৌৰ মাৰি গামোচাখন আনি দিলে ?

ক) মনুয়ে

খ) ৰাণীয়ে

গ) ৰাখালে

উত্তৰঃ গ) ৰাখালে।

৪। সকলোৱে এতিয়া কাৰহঁতৰ ঘৰৰ কাষৰ মুকলি ঠাইখনলৈ খেলিবলৈ যাব ?

ক) গীতহঁতৰ

খ) পদুমহঁতৰ

গ) কৰিমহঁতৰ

উত্তৰঃ ক) গীতহঁতৰ।

৫। অশোকক খুৰাকে কাৰ দলৰ পাছফালে থিয় হ’বহি দিছে ?

ক) ৰাখালহঁতৰ দলৰ পাছত

খ) পদুমহঁতৰ দলৰ পাছত

গ) মণিহঁতৰ দলৰ পাছত

উত্তৰঃ গ) মণিহঁতৰ দলৰ পাছত।

৬। ঘাইৰ কাম কি ?

ক) ঢোপটো দলিওৱা

খ) দল ভগোৱা

গ) দলটো ভগা

উত্তৰঃ ক) ঢোপটো দলিওৱা।

৭। অশোকহঁতৰ দলটোৱে ঢোপটো মণিহঁতৰ দললৈ মাৰি দিওতে কাৰ গাত লাগিল ?

ক) মণি গাত

খ) ৰাণীৰ গাত

গ) ৰুণৰ গাত

উত্তৰঃ গ) ৰুণৰ গাত।

৮। ৰগৰ শব্দৰ অৰ্থ কি ?

ক) কৌতুক

খ) ফকৰা

গ) সাথঁৰ

উত্তৰঃ ক) কৌতুক।

৯। টঙালি শব্দৰ অৰ্থ কি ?

ক) চুটি কাপোৰ

খ) দীঘল কাপোৰ

ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দীঘল কাপোৰ।

১০। ” তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে কঁকালত টঙালি বান্ধি আছা ?” কথাষাৰ কোনে কৈছে ?

ক) মহিমে কৈছিল

খ) যদুয়ে কৈছিল

গ) তপন খুৰাকে কৈছিল

উত্তৰঃ গ) তপন খুৰাকে কৈছিল।