তৰা | AJB Class 4 Assamese Chapter 9 | MCQ Question Answer Solution |

তৰা

Chapter-9

১। তৰা কবিটোৰ কবিজনৰ নাম কি ?

ক) বদনচন্দ্ৰ ৰ্শমা

খ) আনন্দ চন্দ্ৰ আগৰৱালা

গ) নৱকান্ত বৰুৱা

উত্তৰঃ ক) বদনচন্দ্ৰ ৰ্শমা।

২। তৰাই কি পোহৰায় ?

ক)দিনত

খ) অমানিশা

গ) আন্ধাৰ

উত্তৰঃ খ) অমানিশা।

৩। তৰাৰ হাঁহিটি পৰিলে কোনে নাচে ?

ক) মাছ নাচে

খ) গছ নাচে

গ) ফুলনি নাচে

উত্তৰঃ গ) ফুলনি নাচে

৪। চিতৰ অৰ্থ কি ?

ক) মন

খ) হিয়া

গ) কপাল

উত্তৰঃ ক) মন।

৫। তৰাই কাক পথৰ বতৰা দিয়ে ?

ক) জেউতিক

খ) পথিকক

গ) নিজৰাক

উত্তৰঃ খ) পথিকক।

৬। নই অৰ্থ কি ?

ক) নৈ

খ) পুখুৰী

গ) নদী

উত্তৰঃ গ) নদী।

৭। বদনচন্দ্ৰ শৰ্মাক কি কবি বুলি জনা যায় ?

ক) নাট্য়কাৰ বুলি

খ) বিহগী কবি বুলি

গ)ভাঙনি- কোঁৱৰ কবি বুলি

উত্তৰঃ ক) নাট্য়কাৰ বুলি।

৮। ঢৰাৰ অৰ্থ কি ?

ক) পাটি

খ) ঢাৰি

গ) কথ

উত্তৰঃ খ) ঢাৰি।

৯। ধৰাৰ অৰ্থ কি ?

ক) পদ্ম

খ) নদী

গ) পৃথিৱী

উত্তৰঃ গ) পৃথিৱী।