Class 8 Assamese Chapter 5 MCQ’s Jatiya Bidyalaya | ধূলি-কণা মই | AJB Class 8 Assamese Chapter 5 MCQ’s Assamese Medium | Class 8 Assamese Chapter 5 | MCQ’s Type Question Answer |

Chapter- 5

ধূলি-কণা মই

1. ধূলি কণা মই মৰিলেও দিন গ’লে কি হ’ব?

(ক) পুৱা

(খ) সন্ধিয়া

(গ) ৰাতি

উত্তৰ- (গ) ৰাতি ।

2. ধূলি কণা মৰিলেও কি ওলায়ে থাকিব?

(ক) তৰা

(খ) চন্দ্ৰ

(গ) জোন বেলি

উত্তৰ- (গ) জোন বেলি ।

3. গছত কি ফুলি থাকিব?

(ক) ফুল

(খ) ফল

(গ) শাক

উত্তৰ- (ক) ফুল ।

4. নিজ বাটে কি ঘূৰিব?

(ক) নক্ষত্ৰ

(খ) বেলি

(গ) তৰা

উত্তৰ- (ক) নক্ষত্ৰ ।

5. ধূলি-কণা নহলে এই জগতৰ কি পৰি নাথাকিব?

(ক) কাম পৰি নাথাকিব

(খ) কাম পৰি থাকিব

(গ) সময় পৰি নাথাকিব

উত্তৰ- (ক) কাম পৰি নাথাকিব ।

6. চন্দ্ৰধৰ বৰুৱা কিমান চনত জন্ম হৈছিল?

(ক) ১৮৪৭

(খ) ১৯৮৭

(গ) ১৮৭৪

উত্তৰ- (গ) ১৮৭৪ ।

7. চন্দ্ৰধৰ বৰুৱা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৬১

(খ) ১৯১৬

(গ) ১৮৬৪

উত্তৰ- (ক) ১৯৬১ ।

8. চন্দ্ৰধৰ বৰুৱবা জন্ম ক’ত হৈছিল?

(ক) যোৰহাটত

(খ) গুৱাহাটীত

(গ) মৰিগাঁৱত

উত্তৰ- (ক) যোৰহাটত ।

9. চন্দ্ৰধৰ বৰুৱা পিতৃৰ নাম কি?

(ক) দুৰ্গাধৰ বৰুৱা

(খ) মহেন্দ্ৰ বৰুৱা

(গ) দুৰ্গাৰাম বৰুৱা

উত্তৰ- (ক) দুৰ্গাধৰ বৰুৱা ।

10. চন্দ্ৰধৰ বৰুৱা মাতৃৰ নাম কি?

(ক) প্ৰেমাৱতী

(খ) চন্দ্ৰনী বৰুৱা

(গ) চন্দ্ৰ প্ৰভা বৰুৱা

উত্তৰ- (ক) প্ৰেমাৱতী ।

11. কিমান চনত কামৰূপ সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য়ৰত্ন উপাধিৰে বিভূষিত ?

(ক) ১৯২৮

(খ) ১৯২৯

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৯২৯ ।

12.কিমান চনত ৰঞ্জন নামৰ এখন ধেমেলীয়া কবিতা পুথি ৰচনা কৰে?

(ক) ১৯১৭

(খ) ১৯২৭

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৯২৭ ।

13. কিমান চনত গোৱালপাৰাত বহা অসম সাহিত্য় সভাৰ সভাপতি আছিল?

(ক) ১৯১৮

(খ) ১৯২৮

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৯১৮ ।

14. বিপুল শব্দ অৰ্থ কি?

(ক) বিস্তাৰ

(খ) অতিশয়

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

15. বিভোৰ শব্দ অৰ্থ কি?

(ক) মগ্ন

(খ) মুগ্ধ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

16.সংসাৰ সমাৰ্থক শব্দ কি? 

(ক) পৰিয়াল

(খ) ঘৰ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ঘৰ ।

17. ফুলৰ সমাৰ্থক শব্দ কি?

(ক) পুষ্প

(খ) ফুলনি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) পুষ্প ।

18. গছৰ সমাৰ্থক শব্দ কি?

(ক) বিৰিখ

(খ) বৃক্ষ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

19. বিশালৰ সমাৰ্থক শব্দ কি?

(ক) শকত

(খ) ডাঙৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ডাঙৰ ।

20. হানি সমাৰ্থক শব্দ কি?

(ক) অসুবিধা

(খ) সুবিধা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) অসুবিধা ।

Type by- Bikul Manda