বিদ্য়ুৎ | AJB Class 6 Science Chapter 14 | MCQ Question Answer Solution

বিদ্য়ুৎ

Chapter-14

১/ তলৰ কোনবিধ আহিলাই বিদ্য়ুৎ যোগান ধৰিব পাৰে

(ক) বৈদ্য়ুতিক কোষ

(খ) তামৰ তাঁৰ

(গ) বাল্ব

উত্তৰঃ (ক) বৈদ্য়ুতিক কোষ।

২/ বৰ্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্য়ৱহাৰ কৰা হয়

(ক) বেটাৰি

(খ) ছুইচ

(গ) প্লাগ

উত্তৰঃ (খ) ছুইচ।

৩/ বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পোহৰ বিলোৱা তাঁৰডাল হল

(ক) প্লাগ

(খ) ছুইচ

(গ) ফিলামেণ্ট

উত্তৰঃ (গ) ফিলামেণ্ট।

৪/ তলৰ কোনবিধ পদাৰ্থ বিদ্য়ুতৰ পৰিবাহী নহয়

(ক) তাম

(খ) প্লাষ্টিক

(গ)ৰূপ

উত্তৰঃ (খ) প্লাষ্টিক।

৫/ বিদ্য়ুৎ প্ৰবাহিত হব পৰা পথেই হল

(ক) বন্ধ বৰ্তনী

(খ) বৈদ্য়ুতিক বৰ্তনী

(গ) খোলা বৰ্তনী

উত্তৰঃ (খ) বৈদ্য়ুতিক বৰ্তনী।

৬/ বিদ্য়ুৎপ্ৰবাহ চলি থকা বৰ্তনীক কি বৰ্তনী বোলা হয়

(ক) বন্ধ বৰ্তনী

(খ) খোলা বৰ্তনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ(ক) বন্ধ বৰ্তনী।

৭/ বিদ্য়ুৎপ্ৰবাহ চলি নথকা বৰ্তনীয়ে হল

(ক) বৈদ্য়ুতিক বৰ্তনী

(খ) খোলা বৰ্তনী

(গ) বন্ধ বৰ্তনী

উত্তৰঃ (খ) খোলা বৰ্তনী।

৮/ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হয়, তেনে পদাৰ্থক কি পদাৰ্থ বোলা হয়

(ক) পৰিবাহী

(খ) অপৰিবাহী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰিবাহী।

৯/ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ পাৰ হৈ যাব নোৱাৰে তাক কি বোলা হয়

(ক) পৰিবাহী

(খ) অপৰিবাহী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অপৰিবাহী।

১০/ বৈদ্য়ুতিক কোষে কি যোগান ধৰে

(ক) পৰিবাহী

(খ) বিদ্য়ুৎ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিদ্য়ুৎ।

১১/ তাঁৰেৰে কি বিদ্য়ুৎ যোগান ধৰা নহয়

(ক) বাল্ব

(খ) দেৱালঘড়ী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দেৱালঘড়ী।

১২/ ঘড়ী আৰু টৰ্চত পোৱা বেলন আকৃতিৰ এই আহিলাবিধ হল

(ক) বেটাৰি

(খ) তাঁৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বেটাৰি।

১৩/ + চিন থকা মূৰটোক কি মেৰু বোলা হয়

(ক) ধনাত্মক

(খ) ঋণাত্মক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ধনাত্মক।

১৪/ – চিন থকা মূৰটোক কি মেৰু বোলা হয়

(ক) ঋণাত্মক

(খ) ধনাত্মক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঋণাত্মক।

১৫/ তলত দিয়া কোনটো বিদ্য়ুৎৰ আহিলা

(ক) ফেন

(খ) ঘড়ী

(গ) টৰ্চ

উত্তৰঃ (ক) ফেন।

১৬/ বৈদ্য়ুতিক কোষ এটাৰ কেইটা মেৰু থাকে

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (খ) ২ টা।

১৭/ বিদ্য়ুতৰ সহায়ত কি চলে

(ক) বেটাৰি

(খ) ফেন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ফেন।

১৮/ কাঁচৰ বাল্বটোৰ ভিতৰত এডাল মিহি তাঁৰ থাকে। এই তাঁৰডালক কি বোলা হয়

(ক) ধনাত্মক

(খ) ফিলামেণ্ট

(গ) পৰিবাহী

উত্তৰঃ (খ) ফিলামেণ্ট।

১৯/ দেৱালঘড়ী এটাই বিদ্য়ুৎ কৰ পৰা পায়

(ক) বৈদ্য়ুতিক তাঁৰ

(খ) বেটাৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বেটাৰী।

২০/ দেৱালঘড়ীৰ ভিতৰত কি বিদ্য়ুৎ থাকে

(ক) তাঁৰৰ বিদ্য়ুৎ

(খ) বিদ্য়ুৎ কোষ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিদ্য়ুৎ কোষ।