বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ | AJB Class 6 Science Chapter 17 | MCQ Question Answer Solution |

বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ

Chapter-17

১। বৰষুণ ক’ৰ পৰা আহে ?

ক) আকাশৰ পৰা

খ) মেঘৰ পৰা

গ) এটাও নহয়

উত্তৰঃ খ) মেঘৰ পৰা।

২। কেনেধৰণৰ মেঘ জমা হ’লে বৰষুণৰ সৃষ্টি হয় ?

ক) ক’লা মেঘ

খ) নীলা মেঘ

গ) এটাও নহয়

উত্তৰঃ ক) ক’লা মেঘ।

৩। কোনো বস্তু কিমান গৰম বা কিমান ঠাণ্ডা তাক কোনে বুজায় ?

ক) থাৰ্ম’মিটাৰ

খ) উষ্ণতাই

গ) এটাও নহয়

উত্তৰঃ খ) উষ্ণতাই।

৪। কি যন্ত্ৰৰে উষ্ণতা জুখিব পাৰি ?

ক) থাৰ্ম’মিটাৰ

খ) বেৰ’মিটাৰ

গ) এটাও নহয়

উত্তৰঃ ক) থাৰ্ম’মিটাৰ।

৫। তাপ পালে বস্তুৰ কি হয় ?

ক) উষ্ণতা কমে

খ) উষ্ণতা বাঢ়ে

গ) এটাও নহয়

উত্তৰঃ খ) উষ্ণতা বাঢ়ে।

৬। পানীৰ কঠিন অৱস্থাতো কি ?

ক) বৰফ

খ) বৰষুণ

গ) এটাও নহয়

উত্তৰঃ ক) বৰফ।

৭। পানীৰ গেছীয় অৱস্থাতো কি ?

ক) ভূ-জল

খ) জলীয় বাষ্প

গ) এটাও নহয়

উত্তৰঃ খ) জলীয় বাষ্প।

৮। কি কালত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বেছি ?

ক) শৰৎ কালত

খ) বাৰিষা কালত

গ) এটাও নহয়

উত্তৰ) খ) বাৰিষা কালত।

৯। প্ৰাকৃতিকভাৱে পানী বাষ্পত পৰিণত হোৱাকে কি বুলি কোৱা হয় ?

ক) বাষ্পীভৱন

খ) বাষ্পীকৰণ

গ) এটাও নহয়

উত্তৰঃ ক) বাষ্পীভৱন।

১০। পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ লগ লাগি কি সৃষ্টি হয় ?

ক) টোপালৰ

খ) মেঘৰ

গ) এটাও নহয়

উত্তৰঃ ক) টোপালৰ।

১১। কেতিয়া শিলাবৃষ্টি হোৱা বুলি কোৱা হয় ?

ক) যেতিয়া আকাশত নীলা মেঘ জমা হয়

খ) যেতিয়া আকাশত পানীৰ টোপাল গোট মাৰি বৰফ হয়

গ) এটাও নহয়

উত্তৰঃ খ) যেতিয়া আকাশত পানীৰ টোপাল গোট মাৰি বৰফ হয়।

১২। ভূ-পৃষ্ঠৰ ভিতৰত সোমাই থকা পানী ভাগক কি বোলে ?

ক) ভূ-জল

খ) অধঃক্ষেপণ

গ) এটাও নহয়

উত্তৰঃ ক) ভূ-জল।

১৩। আমাৰ ব্ৰহ্মপুত্ৰ নদীখন কোনখন সাগৰত মিলিছে ?

ক) আৰৱ সাগৰত

খ) বংগোপসাগৰত

গ) এটাও নহয়

উত্তৰঃ খ) বংগোপসাগৰত।

১৪। জলচক্ৰৰ মূলত কেইটা প্ৰক্ৰিয়া সংঘটিত হয় ? 

ক) চাৰিটা

খ) তিনিটা

গ) এটাও নহয়

উত্তৰঃ ক) চাৰিটা।

১৫। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি ?

ক) বেৰ’মিটাৰ

খ) বৰষুণ জোখা সঁজুলি

গ) এটাও নহয়

উত্তৰঃ খ) বৰষুণ জোখা সঁজুলি।

১৬। তাপ গ্ৰহণ কৰি বৰফ আৰু পানী কিহলৈ ৰূপান্তৰিত হয় ?

ক) বৰফ পানীলৈ আৰু পানী জলীয় বাষ্পলৈ

খ) বৰফ জলীয় বাষ্পলৈ আৰু পানী বৰফলৈ

গ) এটাও নহয়

উত্তৰঃ ক) বৰফ পানীলৈ আৰু পানী জলীয় বাষ্পলৈ।

১৭। কুঁৱলীৰ স্থান ক’ত ?

ক) ধৰাপৃষ্ঠত

খ) আকাশত

গ) এটাও নহয়

উত্তৰঃ ক) ধৰাপৃষ্ঠত।

১৮। বৰষুণ বা বৰফ হিচাপে পৃথিৱীলৈ অহা প্ৰক্ৰিয়াক কি বোলে ?

ক) বৰষুণ

খ) অধঃক্ষেপণ

গ) এটাও নহয়

উত্তৰঃ খ) অধঃক্ষেপণ।

১৯। বাষ্পীকৰণ বুলিলে কি বুজা ?

ক) পানীক কম সময়ত জলীয় বাষ্পত পৰিণত কৰা

খ) প্ৰাকৃতিৰভাৱে বৰফ হোৱা

গ) এটাও নহয়

উত্তৰঃ ক) পানীক কম সময়ত জলীয় বাষ্পত পৰিণত কৰা।

২০। আমাৰ দেহত থকা পানীও __________ হৈ থাকে ।

ক) বাষ্পীকৰণ

খ) বাষ্পীভূত

গ) এটাও নহয়

উত্তৰঃ খ) বাষ্পীভূত