মোহন আৰু কলীয়া | AJB Class 4 Assamese Chapter 7 | MCQ Question Answer Solution |

মোহন আৰু কলীয়া

Chapter- 7

১। মাহীয়েকৰ ভৰলৈ অহা নৱাৰুণৰ আজি কিমান দিন হ’ল ?

ক) ১৫ দিন

খ) ১০ দিন

গ) ৫ দিন

উত্তৰঃ ক) ১৫ দিন।

২। পাঠটোত থকা ল’ৰাজনৰ নাম কি ?

ক) মোহন

খ) নৱাৰুণ

গ) ভাস্কৰ

উত্তৰঃ খ) নৱাৰুণ

৩। নৱাৰুণৰ মৰম লগা কুকুৰটোৰ নাম কি ?

ক) নৱাৰুণ

খ) ভাস্কৰ

গ) মোহন

উত্তৰঃ গ) মোহন।

৪। নৱাৰুণৰ মাহীয়েকৰ ল’ৰাজনৰ নাম কি ?

ক) বজেন

খ) ভাস্কৰ

গ) মোহন

উত্তৰঃ খ) ভাস্কৰ।

৫। ভাস্কৰ নৱাৰুণতকৈ কিমান বছৰ ডাঙৰ ?

ক) দুবছৰ

খ) তিনিবছৰ

গ) চাৰিবছৰ

উত্তৰঃ ক) দুবছৰ।

৬। নৱাৰুণে ভাস্কৰৰ স’তে কি নেখেলে বুলি কৈছিল ?

ক) ক্ৰিকেট

খ) হকী

গ) বল

উত্তৰঃ গ) বল।

৭। ভাস্কৰে পোহা কুকুৰটোৰ নাম কি ?

ক) কলীয়া

খ) মোহন

গ) চিকু

উত্তৰঃ ক) কলীয়া।

৮। নৱাৰুণে কাক খং কৰিছিল ?

ক) মোহনক

খ) ভাস্কৰক

গ) কলীয়াক

উত্তৰঃ খ) ভাস্কৰক।

৯। ” হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ।” কথাষাৰ কোনে কৈছে ?

ক) ভাস্কৰে

খ) নৱাৰুণে

গ) মোহনে

উত্তৰঃ খ) নৱাৰুণে

১০। পহৰা দি অৰ্থ কি ?

ক) চোকা দৃষ্টিৰে চাই থকা

খ) চোকা দৃষ্টি নিদিয়াকে থকা

গ) একো চায় নথকা

উত্তৰঃক) চোকা দৃষ্টিৰে চাই থকা।