Class 8 Assamese Chapter 6 MCQ’s Jatiya Bidyalaya | সেতুবন্ধন | AJB Class 8 Assamese Chapter 6 MCQ’s Assamese Medium | Class 8 Assamese Chapter 6 | MCQ’s Type Question Answer |

Chapter- 6

সেতুবন্ধন

1. অযোধ্য়াৰ ৰজা দশৰথৰ পুত্ৰৰ নাম কি?

(ক) ৰাম

(খ) লক্ষ্মণ

(গ) হনুমান

উত্তৰ-(ক) ৰাম ।

2. সীতাক কোনে হৰণ কৰিছিল?

(ক) ৰামে

(খ) লক্ষ্মণে

(গ) লঙ্কাপতি দশানন ৰাৱণে

উত্তৰ- (গ) লঙ্কাপতি দশানন ৰাৱণে ।

3. ৰাৱণে সীতাক তেওঁ ৰাজ্য়ৰ ক’ত বন্দী কৰি ৰাখিছে?

(ক) এটা ঘৰত

(খ) এখন হাবিত

(গ) এটা অশোক বাটিকাত

উত্তৰ- (গ) এটা অশোক বাটিকাত ।

4. শৰতৰ আগমন লগে লগে ৰাম  কি বাবে সাজু হ’ল?

(ক) যুদ্ধজয়ৰ

(খ) পলাবৰ

(গ) লুকাবৰ

উত্তৰ- (ক) যুদ্ধজয়ৰ ।

5. সুগ্ৰীৱৰ জ্ঞান গৰ্ভ কি বানৰ সেনাক প্ৰথমতে উদ্বুদ্ধ কৰিব পৰা নাছিল?

(ক) কথাৰে

(খ) ভাষাৰে

(গ) ভাষণে

উত্তৰ- (গ) ভাষণে ।

6.বানৰ ৰাজৰ  গুৰু-গম্ভীৰ আস্ফোলনত কপিগণো হঠাৎ কি হৈ পৰিল?

(ক) আচৰিত

(খ) উত্তেজিত

(গ) ভয়

উত্তৰ- (ক) আচৰিত ।

7. পুৰ্ব বিবশ কিহৰ বাবে কিছু লজ্জিতও হ’ল?

(ক) ব্য়ৱহাৰৰ বাবে

(খ) কামৰ বাবে

(গ) আচৰণৰ বাবে

উত্তৰ- (গ) আচৰণৰ বাবে ।

8. সকলোৱে কিহৰ অনুশীলনীত ৰত হৈ পৰিল?

(ক) ৰণৰ

(খ) ধেমালীৰ

(গ) নাচৰ

উত্তৰ- (ক) ৰণৰ ।

9. কোনে পৰ্বতৰ শৃঙ্গ এটা ভাঙি বাঁঁও কান্ধত থেকেচি খণ্ড-বিখণ্ড কৰিলে?

(ক) ঋষভে

(খ) হনুমানে

(গ) ৰামে

উত্তৰ- (ক) ঋষভে ।

10.খণ্ডিত গিৰিশৃঙ্গ ধূলি কিহে উৰিল?

(ক) ঘৰৰ দিশে

(খ) চৌদিশে

(গ) বাটৰ দিশে

উত্তৰ- (খ) চৌদিশে ।

11. কোনে কাণ-তাল মৰা চিঞৰ এটা মাৰিলে?

(ক) ৰামে

(খ) শৰভে

(গ) লক্ষ্মণে

উত্তৰ- (খ) শৰভে ।

12. কিহেৰে ভৰা সাগৰখন দেখাত প্ৰশান্ত যেন লাগে?

(ক) বস্তুৰে

(খ) ৰঙৰে

(গ) সম্পদেৰে

উত্তৰ- (গ) সম্পদেৰে ।

13. যুদ্ধ জয়ৰ পথত বাধা নিদিবলৈ কোনে ওৰে নিশা সাগৰক তুতি কৰিছিল?

(ক) ৰামে

(খ) হনুমানে

(গ) লক্ষ্মণে

উত্তৰ- (ক) ৰামে ।

14. শীতল সমুদ্ৰজলেৰে ,স্নান কৰি নলে পোলতে পিতৃ কালৈ প্ৰণাম জনালে?

(ক) বিশ্বকৰ্মালৈ

(খ) ভগৱানলৈ

(গ) ৰামলৈ

উত্তৰ- (ক) বিশ্বকৰ্মালৈ ।

15. ৰামে প্ৰাণৰ কাক উদ্ধাৰ কৰিলে?

(ক) পুতলী সীতাক

(খ) ৰামৰ সীতাক

(গ) হৰিৰ সীতাক

উত্তৰ- (ক) পুতলী সীতাক ।

16. ৰাম বাহিনীয়ে কিযাত্ৰা আৰম্ভ কৰিলে?

(ক) সমৰযাত্ৰা

(খ) অমৰযাত্ৰা

(গ) ভাগৰুৱা যাত্ৰা

উত্তৰ- (ক) সমৰযাত্ৰা ।

17. আনন শব্দ অৰ্থ কি?

(ক) মুখ

(খ) আনন্দ

(গ) স্ফৰ্তি

উত্তৰ- (ক) মুখ ।

18. কপি শব্দ অৰ্থ কি ?

(ক) কপি যোৱা

(খ) বান্দৰ

(গ) বান্দৰি

উত্তৰ- (খ) বান্দৰ।

19.সেতুবন্ধ হ’ল প্ৰাকৃত ভাষাত ৰচিত এখন কি?

(ক) সাধু

(খ) গল্প

(গ) মহাকাব্য়

উত্তৰ- (গ) মহাকাব্য় ।

20. এই মহাকাব্য়খন প্ৰসিদ্ধ কবি কোনে ৰচনা কৰিছিল?

(ক) বেন্দ্ৰ নাথ শইকীয়া

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) প্ৰবৰসেনে

উত্তৰ- (গ) প্ৰবৰসেনে ।

Type by- Bikul Mandal