Class 8 Assamese Chapter 2 MCQ’s Jatiya Bidyalaya | সৰস্বতীৰ বৰ | AJB Class 8 Assamese Chapter 2 MCQ’s Assamese Medium | Class 8 Assamese Chapter 2 | MCQ’s Type Question Answer |

Chapter- 2

সৰস্বতীৰ বৰ

1. এখন দেশত থকা প্ৰতাপী ৰজা জনৰ ছোৱালী জনীৰ নাম কি?

(ক) বিদ্য়াৱতী

(খ) ৰূপৱতী

(গ) গুণৱতী

উত্তৰ- (ক) বিদ্য়াৱতী ।

2. পণ্ডিত সকলে বিদ্য়াৱতীক কাৰ লগত বিয়া দিবলৈ বুধি পাঙিলে?

(ক) জ্ঞানীৰ

(খ) শিক্ষা নথকাৰ

(গ) জধামূৰ্খৰ

উত্তৰ- (গ) জধামূৰ্খৰ ।

3. বিদ্য়াৱতী কাৰ লগত বিয়া দিবলৈ ৰজা বাধ্য় হ’ল?

(ক) কালিদাসৰ

(খ) বলভদ্ৰৰ

(গ) দীপুৰ

উত্তৰ- (ক) কালিদাসৰ ।

4. কালিদাসে আঁঠুৱা  তলেদি বাট নাই বুলি ভাবি  কোন ফালে সোমাল?

(ক) তলেদি

(খ) ওপৰেদি জাঁপ মাৰি

(গ) কাষৰেদি

উত্তৰ- (খ) ওপৰেদি জাঁপ মাৰি ।

5. বিদ্য়াৱতীয়ে কালি দাসক কি নোহোৱালৈকে এই ঘৰত থাকিব নিদিয়ে?

(ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে

(খ) বুধি নোহোৱালৈকে

(গ) কঠুৰ নোহোৱালৈকে

উত্তৰ- (ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে ।

6. ঘৈণীয়েকে অপমান কৰা দেখি কালিদাসে কোন ফালে খোজ ল’লে?

(ক) ৰাস্তাৰ ফালে

(খ) হাবিৰ ফালে

(গ) ঘৰৰ ফালে

উত্তৰ- (খ) হাবিৰ ফালে ।

7. কালিদাসে বহুত পুথি লিখি জগতৰ কি সাধি থৈ গৈছে?

(ক) অপকাৰ

(খ) উপকাৰ

(গ) ক্ষমা

উত্তৰ- (খ) উপকাৰ ।

8. কৃষ্ণকান্ত সন্দিকৈ জন্ম ক’ত হৈছিল?

(ক) গুৱাহাটীত

(খ) যোৰহাটত

(গ) বৰদুৱাত

উত্তৰ- (খ) যোৰহাটত ।

9. কৃষ্ণকান্ত সন্দিকৈ পিতৃৰ নাম কি?

(ক) ৰাধাকান্ত সন্দিকৈ

(খ) হৰিকান্ত সন্দিকৈ

(গ) ৰামকান্ত সন্দিকৈ

উত্তৰ- (ক) ৰাধাকান্ত সন্দিকৈ ।

10. কৃষ্ণকান্ত সন্দিকৈ মাতৃৰ নাম কি?

(ক) নাৰায়ণী সন্দিকৈ

(খ) ৰয়ণী সন্দিকৈ

(গ) ৰামায়ণী সন্দিকৈ

উত্তৰ- (ক) নাৰায়ণী সন্দিকৈ ।

11. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত গুৱাহাটী বিশ্ব বিদ্য়ালয় প্ৰথম উপাচাৰ্য হয়?

(ক) ১৯৪৮

(খ) ১৯৩২

(গ) ১৮৪৮

উত্তৰ- (ক) ১৯৪৮ ।

12. কৃষ্ণকান্ত সন্দিকৈ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৮৯

(খ) ১৮৯৮

(গ) ১৯৮৫

উত্তৰ- (খ) ১৮৯৮ ।

13. কৃষ্ণকান্ত সন্দিকৈ মৃত্য়ু  কিমান চনত হৈছিল?

(ক) ১৯৮২

(খ) ১৮২৮

(গ) ১৯৯২

উত্তৰ- (ক) ১৯৮২ ।

14. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ কেইখন?

(ক) চাৰিখন

(খ) পাঁচখন

(গ) তিনিখন

উত্তৰ- (গ) তিনিখন ।

15. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ এখন হ’ল?

(ক) শ্ৰীহৰ্ষৰ নৈষধ

(খ) হালধীয়া চৰাই বাওধান খাই

(গ) বৰগীত

উত্তৰ- (ক) শ্ৰীহৰ্ষৰ নৈষধ ।

16. পণ্ডিত সকলে কি বিচাৰি গ’ল?

(ক) এটা জধামূৰ্খক

(খ) এটা গুণীক

(গ) এটা বেঙাক

উত্তৰ- (ক) এটা জধামূৰ্খক ।

17. কোন বিভাগত কৃষ্ণকান্ত সন্দিকৈ আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

(ক) দ্বিতীয়

(খ) প্ৰথম

(গ) চতুৰ্থ

উত্তৰ- (খ) প্ৰথম ।

18.  তেখেতে কিমান চনত সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. উপাধি লয়?

(ক) ১৯১৭

(খ) ১৯৭১

(গ) ১৮৯১

উত্তৰ- (ক) ১৯১৭ ।

19. তেখেতে কিমান চনত এম.এ উপাধি লাভ কৰে?

(ক) ১৯২৩

(খ) ১৯৩৯

(গ) ১৮৯৩

উত্তৰ- (ক) ১৯২৩ ।

20. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত  যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্টেন্স পৰীক্ষা পাছ কৰি কটন কলেজত পঢ়ে?

(ক) ১৯৩২

(খ) ১৮২৩

(গ) ১৯১৩

উত্তৰ- (গ) ১৯১৩ ।

Type by- Bikul Mandal