১৪ মাধৱদেৱৰ গুৰুসেৱা | AJB Class 4 Assamese Chapter 14 | MCQ Question Answer Solution |

মাধৱদেৱৰ গুৰুসেৱা

Chapter-14

১। শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱ কি আছিল ?

ক) শিষ্য়

খ) গুৰু

গ) সেৱক

উত্তৰঃ ক) শিষ্য়।

২। শংকৰদেৱে কাক মৰমতে বঢ়াৰ পো বুলি মাতিছিল ?

ক) মাধৱ কন্দলিক

খ) মাধৱদেৱক

গ) দামোদৰক

উত্তৰঃ খ) মাধৱদেৱক।

৩। গুৰুজনাই ক’ত সৰিয়হৰ খেতি কৰিছিল ?

ক) দীপৰ বিলত

খ) সোণাই বিল

গ) যজ্ঞধাৰি বিল

উত্তৰঃ গ) যজ্ঞধাৰি বিল।

৪। মাধৱদেৱে আই গোসাঁনীক খুজি কিমান দোণমান চাউল লৈছিল ?

ক) চাৰিদোণমান

খ) তিনিদোণমান

গ) পাচঁদোণমান

উত্তৰঃ ক) চাৰিদোণমান।

৫। কেইখন গাঁৱৰ মানুহে মাছ মাৰিবলৈ বিলত নামিছিল ?

ক) ৫ খনে

খ) ৬ খনে

গ) ৭ খনে

উত্তৰঃ গ) ৭ খনে।

৬। গাঁৱৰ মানুহে মাছ মৰা দিনাখন কি পৰিল ?

ক) একাদশী পৰিল

খ) তিথি পৰিল

গ) অম্বুবাচী পৰিল

উত্তৰঃ ক) একাদশী পৰিল।

৭। জাৰণি শব্দৰ অৰ্থ কি ?

ক) শলি

খ) কাঠনি

গ) পাতল হাবি

উত্তৰঃ খ) কাঠনি।

৮। বকৰাণি শব্দৰ অৰ্থ কি ?

ক) চন নথকা মাটি

খ) চন পৰি থকা মাটি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) চন নথকা মাটি।

৯। ক্ত যুতাক্ষৰ ভাঙিলে কি কি বৰ্ণ যোগ হ’ব ?

ক) ক+ৰ

খ) ত+ৰ

গ) ক+ত

উত্তৰঃ গ) ক+ত।

১০। তাঁৰ শব্দৰ অৰ্থ কি ?

ক) সৰু জৰী

খ) ডাঙৰ জৰী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সৰু জৰী।