১৫ সাঁকো | AJB Class 4 Assamese Chapter 15 | MCQ Question Answer Solution |

সাঁকো

Chapter-15

১। কোনখন নদীৰ ওপৰত শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু নিৰ্মাণ কৰা হৈছে ?

ক) ব্ৰহ্মপুত্ৰ নদী

খ) বৰাক নদী

গ) সোণাই নদী

উত্তৰঃ ক) ব্ৰহ্মপুত্ৰ নদী।

২। নদীখনৰ ওপৰেদি কি অনা-নিয়া কৰিব পাৰে ?

ক) খোৱা-বস্তু

খ) বয়-বস্তু

গ) যান-বাহন

উত্তৰঃ খ) বয়-বস্তু।

৩। দলং শব্দটোৰ একে অৰ্থ বুজাবলৈ কেইটা শব্দ ব্য়ৱহাৰ কৰা হয় ?

ক) ৩টা

খ) ৪টা

গ) ২টা

উত্তৰঃ গ) ২টা।

৪। কোনখন মহাকাব্য়ত এখন বিখ্য়াত সেতুৰ কথা পোৱা যায় ?

ক) ৰামায়ণ

খ) আদিকাণ্ড

গ) সুন্দৰাকান্দ

উত্তৰঃ ক) ৰামায়ণ

৫। লংকাৰ অধিপতি ৰাৱণে কাক হৰণ কৰি নিছিল ?

ক) উৰ্মীক

খ) সীতাক

গ) ৰাধাক

উত্তৰঃ খ) সীতাক।

৬। কাৰ সৈন্য়বাহিনী লৈ ৰাম-লক্ষ্মণে সীতাক উদ্ধাৰ কৰি আনিবলৈ লংকালৈ বুলি যাত্ৰা কৰিছিল ?

ক) ৰামৰ

খ) ৰাৱণৰ

গ) হনুমানৰ

উত্তৰঃ গ) হনুমানৰ।

৭। ৰামচন্দ্ৰ ভক্ত হনুমান আৰু বান্দৰ সৈন্য়সকলে কিহেৰে সেতু নিৰ্মাণ কৰিছিল ?

ক) শিলেৰে

খ) কাঠৰে

গ) লোহাৰেৰে

উত্তৰঃ ক) শিলেৰে।

৮। কিমান বছৰ আগতে আমাৰ ৰাজ্য়খনত দলং, সেতু অথবা সাঁকো নিৰ্মাণ কৰা হৈছিল ?

ক) ৫বছৰ

খ) ১বছৰ

গ) ৩বছৰ

উত্তৰঃ খ) ১বছৰ।

৯। সৰ্বমুঠ কিমানটা ডাঙৰ খুঁটাৰ এই সাঁকোখন নিৰ্মাণ কৰা হৈছিল ?

ক) ১০টা

খ) ১৪টা

গ) ১৬টা

উত্তৰঃ গ) ১৬টা।

১০। গুৱাহাটীৰ পৰা কিমান নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱসাগৰলৈ যাওঁতে এই পথৰ ওপৰতেই এই সাঁকোখন নিৰ্মাণ কৰিছে ?

ক) ৩৭ নম্বৰ

খ) ৩৮ নম্বৰ

গ) ৪০ নম্বৰ

উত্তৰঃ ক) ৩৭ নম্বৰ।