১৬ প্ৰেমচান্দ | AJB Class 4 Assamese Chapter 16 | MCQ Question Answer Solution |

প্ৰেমচান্দ

Chapter-16

১। চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল ?

ক) কেৰালাৰ পৰা বাৰাণসীলৈ

খ) অসমৰ পৰা ভাৰতলৈ

গ) আমেৰিকাৰ পৰা জাপানলৈ

উত্তৰঃ ক) কেৰালাৰ পৰা বাৰাণসীলৈ।

২। প্ৰেমচান্দ নামৰ পাঠটোত কিতাপ-পত্ৰ লিখা মানুহজনৰ ঘৰ বিচৰা মানুহজনৰ নাম কি ?

ক) প্ৰেমচান্দ

খ) চন্দ্ৰহাছান

গ) কৰমচান্দ

উত্তৰঃ খ) চন্দ্ৰহাছান।

৩। পাঠটোত উৰ্দু কবিজনৰ নাম কি ?

ক) প্ৰসাদ

খ) ৰহিম

গ) নাছাদ

উত্তৰঃ গ) নাছাদ।

৪। ক’ত হিন্দী লেখকসকলৰ এখন ডাঙৰ সভা বহিছিল ?

ক) দিল্লীত

খ) নেপাল

গ) ভূটান

উত্তৰঃ ক) দিল্লীত।

৫। প্ৰেমচান্দ কি সাহিত্য়ৰ এজন জনপ্ৰিয় সাহিত্য়িক ?

ক) অসমীয়া

খ) হিন্দী

গ) উৰ্দু

উত্তৰঃ খ) হিন্দী।

৬। প্ৰেমচান্দ কেনেকুৱা প্ৰকৃতিৰ লোক ?

ক) জ্ঞানী

খ) বেয়া

গ) সহজ-সৰল

উত্তৰঃ গ) সহজ-সৰল।

৭। সঁহাৰি শব্দৰ অৰ্থ কি ?

ক) সমিধান

খ) ব্য়াকুল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সমিধান।

৮। চুৰিয়া শব্দৰ অৰ্থ কি ?

ক) চেলেং

খ) চাদৰ

গ) ধুতি

উত্তৰঃ গ) ধুতি।

৯। ” আপুনি বিচৰা মানুহজন এইজনেই।” এই কথাষাৰ কোনে কৈছিল ?

ক) প্ৰেমচান্দ

খ) চন্দ্ৰহাছান

গ) নাছাদ

উত্তৰঃ ক) প্ৰেমচান্দ।

১০। বাটকুৰি বা শব্দৰ অৰ্থ কি ?

ক) ঘৰতে থকা

খ) কমদূৰলৈ খোজকাঢ়ি যোৱা

গ) বহুদূৰ খোজকাঢ়ি যোৱা

উত্তৰঃ গ) বহুদূৰ খোজকাঢ়ি যোৱা।