১৭ দেওবাৰ দেওবাৰ | AJB Class 4 Assamese Chapter 17 | MCQ Question Answer Solution |

দেওবাৰ দেওবাৰ

Chapter-17

১। দেওবাৰ দেওবাৰ কবিতাটেৰ কবিজনৰ নাম কি ?

ক) কৰবী ডেকা হাজৰিকা

খ) নৱকান্ত বৰুৱা

গ) আনন্দ চন্দ্ৰ আগৰৱালা

উত্তৰঃ ক) কৰবী ডেকা হাজৰিকা।

২। কৰবী ডেকা হাজৰিকাক কি কবি বুলি কয় ?

ক) ভাঙনি-কোৱৰ কবি

খ) কবি-কাহিনীকাৰ

গ) কবি-গাতিকাৰ

উত্তৰঃ খ) কবি-কাহিনীকাৰ।

৩। কবিতাটোত কি কি বস্তু সিহঁতে বিচাৰি ফুৰে ?

ক) কমলা, কল

খ) জামুক, মধুৰিআম

গ) আমলখি, জলফাই

উত্তৰঃ গ) আমলখি, জলফাই।

৪। দেওবাৰ দিনটোত সিহঁতে কি কি খেলে বুলি কৈছে ?

ক) ফুটবল, মাৰবল, ক্ৰিকেট

খ) ভলীবল, কাবাদী, দীঘল জাপ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ফুটবল, মাৰবল, ক্ৰিকেট।

৫। দেওবাৰ দিনটোত কাৰ খং নাই বুলি কৈছে ?

ক) মাৰ

খ) দেউতাৰ

গ) ককাৰ

উত্তৰঃ খ) দেউতাৰ।

৬। সিহঁতে কোনটো বাৰ ভাল বুলি কৈছে ?

ক) দেওবাৰ

খ) সোমবাৰ

গ) বুধবাৰ

উত্তৰঃ ক) দেওবাৰ।

৭। বেজাৰ শব্দটোৰ অৰ্থ কি ?

ক) সুখ

খ) লাজ

গ) দুখ

উত্তৰঃ গ) দুখ।

৮। লাহে-ধীৰে শব্দৰ অৰ্থ কি ?

ক) খৰধৰ নকৰাকৈ

খ) অসন্তোষ

গ) সুখ

উত্তৰঃ ক) খৰধৰ নকৰাকৈ।

৯। লৰা-লৰি শব্দৰ অৰ্থ কি ?

ক) ধীৰে-শাঁতে

খ) খৰ-খেদা

গ) দুখ

উত্তৰঃ খ) খৰ-খেদা।

১০। দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে ?

ক) স্কুল যাব নালাগে

খ) মাৰ-দেউতাৰ গালি খাব নালাগে

গ) ঘৰতে লগৰ লগত খেলিব পাওঁ

উত্তৰঃ গ) ঘৰতে লগৰ লগত খেলিব পাওঁ।