১৮ শিলৰ চোলা | AJB Class 4 Assamese Chapter 18 | MCQ Question Answer Solution |

শিলৰ চোলা

Chapter-18

১। শিলৰ চোলা পাঠটোত থকা মহাৰাজ জনৰ নাম কি ?

ক) শিলাদিত্য়

খ) আকবৰ

গ) বীৰবল

উত্তৰঃ ক) শিলাদিত্য়।

২। এই মূৰ্তিটো কোনে সজাইছিল ?

ক) শিলাদিত্য়ই

খ) জলাদিত্য়ই

গ) আদিত্য়ই

উত্তৰঃ খ) জলাদিত্য়ই।

২। এই মূৰ্তিটো কোনে সজাইছিল ?

ক) শিলাদিত্য়ই

খ) জলাদিত্য়ই

গ) আদিত্য়ই

উত্তৰঃ খ) জলাদিত্য়ই

৩। কেইদিনৰ ভিতৰত তেওঁক এটা শিলৰ চোলা আনি দিব লাগিব বুলি কৈছে ?

ক) ৫দিন

খ) ৬দিন

গ) ৭দিন

উত্তৰঃ গ) ৭দিন।

৪। পাঠটোত থকা মন্ত্ৰীৰ জীয়েক জনীৰ নাম কি ?

ক) মনোমতী

খ) ৰাধিকা

গ) ৰীণা

উত্তৰঃ ক) মনোমতী

৫। নাটকখন কোনে ৰচনা কৰিছে ?

ক) কৰৱী ডেকা হাজৰিকা

খ) নৱকান্ত বৰুৱা

গ) আনন্দ চন্দ্ৰ আগৰৱালা

উত্তৰঃ খ) নৱকান্ত বৰুৱা।

৬। ৰজাই মন্ত্ৰীৰ জীয়েক জনীক কি ছোৱালী বুলি কৈছিল ?

ক) দুষ্ট ছোৱালী

খ) সহজ-সৰল ছোৱালী

গ) বুদ্ধিমতী ছোৱালী

উত্তৰঃ গ) বুদ্ধিমতী ছোৱালী।

৭। প্ৰাণদণ্ড শব্দৰ অৰ্থ কি ?

ক) মৃত্য়ুদণ্ড

খ) মাৰ-পিত কৰা

গ) শাস্তি দিয়া

উত্তৰঃ ক) মৃত্য়ুদণ্ড।

৮। অবুজন শব্দৰ অৰ্থ কি ?

ক) কথা নুশুনা

খ) বুজনি নোলোৱা

গ) বিশ্বাসহানতা

উত্তৰঃ খ) বুজনি নোলোৱা।

৯। সকাম শব্দৰ অৰ্থ কি ?

ক) অবুজন

খ) চিলাই কৰি থকা

গ) দৰকাৰ

উত্তৰঃ গ) দৰকাৰ।

১০। লেঠা শব্দৰ অৰ্থ কি ?

ক) আহুকাল

খ) দৰকাৰ

গ) এবিধ মুগা-সূতা

উত্তৰঃ ক) আহুকাল।