Class 8 Assamese Chapter 7 MCQ’s Jatiya Bidyalaya | ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ | AJB Class 8 Assamese Chapter 7 MCQ’s Assamese Medium | Class 8 Assamese Chapter 7 | MCQ’s Type Question Answer |

Chapter- 7

ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ

1. অসম এখন কি ৰাজ্য়?

(ক) বৈচিত্ৰপূৰ্ণ

(খ) অবৈচিত্ৰপূৰ্ণ

(গ) চিত্ৰপূৰ্ণ

উত্তৰ- (ক) বৈচিত্ৰপূৰ্ণ ।

2. অপৰূপ প্ৰাকৃতিক কিহেৰে অসমৰ বৃহৎ ভূমি?

(ক) ভাষাৰে

(খ) ৰূপেৰে

(গ) সৌন্দৰ্য্য়ৰে

উত্তৰ- (গ) সৌন্দৰ্য্য়ৰে ।

3. কিহৰ মিলনৰ বাবে অসমীয়া জাতি গঢ়ি উঠিছে?

(ক) চৰাইৰ

(খ) জন্তুৰ

(গ) জাতি-জনগোষ্ঠীৰ

উত্তৰ- (গ) জাতি-জনগোষ্ঠীৰ ।

4.ৰাভাসকল অসমৰ এটা বৃহৎ কি?

(ক) এলেকা

(খ) চৌপাশ

(গ) জনগোষ্ঠীৰ

উত্তৰ- (গ) জনগোষ্ঠীৰ ।

5. অসমৰ পাহাৰীয়া জিলা কেইখন?

(ক) এখন

(খ) সাতখন

(গ) দুখন

উত্তৰ- (গ) দুখন ।

6. সকলো খেলৰে পৰিয়ালসমুহৰ মূৰব্বী কোন ?

(ক) স্ত্ৰী

(খ) পুৰুষ

(গ) উভয়

উত্তৰ- (খ) পুৰুষ ।

7. ৰাভাসকলৰ সামাজিক জীৱন কি

(ক) বেয়া

(খ) ভাল

(গ) শৃংখলাবদ্ধ

উত্তৰ- (গ) শৃংখলাবদ্ধ ।

8. ৰাভা সমাজত বিভিন্ন প্ৰকাৰৰ কি প্ৰচলন আছে?

(ক) বিবাহ

(খ) কাম-কাজ

(গ) ৰীতি-নীতি

উত্তৰ- (ক) বিবাহ ।

9. ৰাভাসকল মূলতঃ কি?

(ক) কৃষিজীৱী

(খ) ব্য়ৱসায়

(গ) চাকৰি

উত্তৰ- (ক) কৃষিজীৱী ।

10. ৰাভা মহিলাই  ঘৰতে কি প্ৰস্তুত কৰি লয়?

(ক) বিভিন্ন ধৰণৰ কাঠৰ বস্তু

(খ) পিলাষ্টিকৰ পুতলা

(গ) সাজ-পাৰ

উত্তৰ- (গ) সাজ-পাৰ ।

11. পয়োভৰ শব্দ অৰ্থ কি?

(ক) হেঁচা

(খ) তললৈ যোৱা

(গ) ওপৰলৈ অহা

উত্তৰ- (ক) হেঁচা ।

12. ৰাভাসকলে ব্য়ৱহাৰ কৰা বাদ্য়ৰ নাম কি?

(ক) গমেনা, বাদুংদু’প্পা

(খ) পেঁপা

(গ) বাঁহী

উত্তৰ- (ক) গমেনা, বাদুংদু’প্পা ।

13. বাদ্য়যন্ত্ৰসমুহ কিহেৰে সাজি লয়?

(ক) পিলাষ্টিকেৰে

(খ) বেতেৰে

(গ) কাঠ-বাঁহেৰে

উত্তৰ- (গ) কাঠ-বাঁহেৰে ।

14. মৰিশালিৰ নাতিদুৰৈত থকা লঠঙা শিমলু এজোপাত কেইটা পৰি আছিল?

(ক) চাৰিটা

(খ) তিনিটা

(গ) ছয়টা

উত্তৰ- (ক) চাৰিটা ।

15. ৰাভাসকলৰ উৎসৱ-অনুষ্ঠানসমূহৰ ভিতৰত কি উৎসৱ অন্য়তম।

(ক) গণতন্ত্ৰ দিৱস

(খ) গণৰাজ্য় দিৱস

(গ) ফাৰকান্ত দিৱস

উত্তৰ- (গ) ফাৰকান্ত দিৱস ।

16.ৰাভাসকলৰ খেল প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে?

(ক) আঠটা ভাগত

(খ) সাতটা ভাগত

(গ) নটা ভাগত

উত্তৰ- (ক) আঠটা ভাগত ।

17. ফাৰকান্তি উৎসৱত কি নৃত্য় পৰিৱেশন কৰা হয়?

(ক) বিহু নৃত্য়

(খ) ফাৰকান্তি নৃত্য়

(গ) হুচৰি নৃত্য়

উত্তৰ- (খ) ফাৰকান্তি নৃত্য় ।

18. খেল শব্দ অৰ্থ কি?

(ক) ধৰ্মীয় ৰীতি-নীতি

(খ) ধেমালি

(গ) স্ফূৰ্তি

উত্তৰ- (ক) ধৰ্মীয় ৰীতি-নীতি ।

19. পানীয় শব্দ অৰ্থ কি?

(ক) পনীয়া

(খ) গোটা

(গ) পি খাব পৰা

উত্তৰ- (গ) পি খাব পৰা ।

20. প্ৰণালী শব্দ অৰ্থ কি?

(ক) কোনো কামৰ বাবে নিৰ্দিষ্ট নীতি-নিয়ম

(খ) তৈয়াৰী

(গ) অপ্ৰণালী

উত্তৰ- (ক) কোনো কামৰ বাবে নিৰ্দিষ্ট নীতি-নিয়ম ।

Type by- Bikul Mandal