Class 11 Geography Book Chapter 2 | (গোট ২ ভূ-প্ৰকৃতি) অধ্যায় ২ | গঠন আৰু ভূ-প্ৰকৃতি | MCQs Short Question Answer |

Chapter 2

গঠন আৰু ভূ-প্ৰকৃতি

১। ভাৰতৰ উপদ্বীপিয় অঞ্চল অতি পুৰণি ই কি শিলাৰে গঠিত?

(ক) গ্ৰেণাইট আৰু নিছ

(খ) তাপী আৰু মহানদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গ্ৰেণাইট আৰু নিছ

২। নদীয়ে কঢ়িয়াই অনা গেদীয় পদাৰ্থৰ পলসুৱা অৱক্ষেপনৰ গভীৰতা কিমান?

(ক) ১০০০-২০০০ মিটাৰ ভিতৰত

(খ) ১০০০-৩০০০ মিটাৰ ভিতৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১০০০-২০০০ মিটাৰ ভিতৰত

৩। মেঘালয় মালভূমি কেইটা ভাগত ভাগ কৰা হয়?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তিনিটা ভাগত

৪। সমভূমিখনৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান?

(ক) ৫০ –১৫০ মিটাৰ

(খ) ১০ — ১৫০ মিটাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৫০ –১৫০ মিটাৰ

৫। গ্ৰাৱ আৰু বোকামিশ্ৰত মাটি কি উৎপাদনৰ বাবে উপযোগী?

(ক) জাফ্ৰান

(খ) চাফ্ৰন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জাফ্ৰান

৬। উপদ্বীপিয় অঞ্চলটোক কেইটা প্ৰধান ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগ

(গ) চাৰিটা ভাগত

উত্তৰঃ (খ) তিনিটা ভাগ

৭। উওৰা-দক্ষিণাকৈ সমভূমি  কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তিনিটা ভাগত

৮। উওৰ আন্দামান আৰু দক্ষিণ  নিকোবৰ দ্বীপপুঞ্জকিমান ডিগ্ৰী প্ৰণালীয়ে পৃথক কৰিছে?

(ক) দহ ডিগ্ৰী

(খ) আঠ ডিগ্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দহ ডিগ্ৰী

৯। হিমালয় আৰু উওৰ পূৱৰ অঞ্চলটো কিহেৰে গঠিত?

(ক) পৰ্বত-পাহাৰে

(খ) শিলেৰে

(গ) ওপৰৰ ওটাও নহয়

উত্তৰঃ (ক) পৰ্বত-পাহাৰে

১০। শিৱালিকৰ পৰিবৰ্ওে তাত কি আছে?

(ক) দুৱাৰ গঠন

(খ) বিকাশৰ গঠন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ