Class 11 Political Science Book Chapter 2 | অধ্যায় ২ ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ | MCQs Short Question Answer |

Chapter 2

ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ

1। কিমান চনত এছিয়া খেলৰ নিৰ্মাণ কাৰ্যৰ সময়ত চৰকাৰে কিমান ঠিকাদাৰ নিয়োগ কৰিছিল?

(ক) ১৯৮২ চনত

(খ) ১৯৮৫ চনত

(গ) ১৯৭২ চনত

উত্তৰঃ (ক) ১৯৮২ চনত

2। অধিকাৰ কিহৰ দ্বাৰা পৰিৱৰ্তন কৰিব পৰা যায়। 

(ক) সংবিধান সংশোধনৰ দ্বাৰা

(খ) শিশুৰ অধিকাৰ দ্বাৰা

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) সংবিধান সংশোধনৰ দ্বাৰা

3। মাচাল লালুংঙক কেইবছৰ বয়সত গ্ৰেপ্তাৰ কৰা হৈছিল?

(ক) ১২

(খ) ২৩

(গ) ১৫

উত্তৰঃ (খ) ২৩

4। মাচাল লালুংঙক কত মানসিক চিকিতসা কৰা হৈছিল।

(ক) তেজপুৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ত চিকিৎসাৰ বাবে।

(খ) গুৱাহাটীৰ মানসিক চিকিৎসালয়ত

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) তেজপুৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ত চিকিৎসাৰ বাবে।

5। শুদ্ধ নে অশুদ্ধ লিখা? মাচালক সফলভাবে চিকিতসা কৰা হৈছিল?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শুদ্ধ

6। কিমান চনত মাচাল লালুংঙক এৰি দিয়া হৈছিল । 

(ক) ২০০৫ চনৰ জুলাই মাহত

(খ) ২০০৪ চনৰ অক্টোবৰ মাহত

(গ) ২০০৮ চনৰ মাৰ্চ মাহত

উত্তৰঃ (ক) ২০০৫ চনৰ জুলাই মাহত

7। মাচাল লালুংঙে কিমান বছৰ বিচাৰাধীন অৱস্থাত জেলত কটাইছিল

(ক) ৫৫ বছৰ

(খ) ৫২ বছৰ

(গ) ৫৪ বছৰ

উত্তৰঃ (গ) ৫৪ বছৰ

8। মাচাল লালুংঙক এৰি দিয়াৰ সময়ত বয়স  কিমান আছিল। 

(ক) ৭৭ বছৰ

(খ) ৬৬ বছৰ

(গ) ৫৫ বছৰ।

উত্তৰঃ (ক) ৭৭ বছৰ

9। আমাৰ সংবিধানে প্ৰত্যেক নাগৰিককে কি অধিকাৰ প্ৰদান কৰিছে।

(ক) সমতাৰ অধিকাৰ

(খ) সম্প্ৰতি অধিকাৰ

(গ) জীৱন আৰু স্বাধীনতা অধিকাৰ

উত্তৰঃ (গ) জীৱন আৰু স্বাধীনতা অধিকাৰ

10। কিমান চনত মতিলাল নেহেৰু সমিটিয়ে অধিকাৰৰ বিধেয়ক দাবী কৰিছিল।  

(ক) ১৯৭৩ চনত

(খ) ১৯২৮ চনত

(গ) ১৮২৬ চনত

উত্তৰঃ (খ) ১৯২৮ চনত

11। দক্ষিণ আফ্ৰিকাৰ সংবিধানখন কিমান চনত আৰম্ভ কৰা হৈছিল। 

(ক) ১৯৯৬ চনৰ ডিচেম্বৰ মাহত

(খ) ১৯৭৩ চনৰ জানুৱাৰী মাহত

(গ) ১৯৮৫ চনৰ জুলাই মাহত।

উত্তৰঃ (ক) ১৯৯৬ চনৰ ডিচেম্বৰ মাহত

12। আইন প্ৰণয়ন প্ৰক্ৰিয়া কিহৰ দ্বাৰা পৰিৱৰ্তন কৰিব পৰা যায়। 

(ক) বিধানমণ্ডলৰ দ্বাৰা

(খ) ন্যায়পালিকাৰ দ্বাৰা

(গ) কাৰ্যপালিকাৰ দ্বাৰা

উত্তৰঃ (ক) বিধানমণ্ডলৰ দ্বাৰা

13। অস্পৃশ্যতাৰ অভ্যাস হৈছে অসমতাৰ এটা ——–প্ৰক্ৰিয়া। 

(ক) অমাৰ্জিত

(খ) শান্তিপূৰ্ণ

(গ) ওপৰৰএটাও নহয়।

উত্তৰঃ (ক) অমাৰ্জিত

14। ড আম্বেদকাৰে সাংবিধানিক নিৰাময়ৰ অধিকাৰক কি বুলি কোৱা হয়. 

(ক) সংবিধানৰ হৃদপিণ্ড আৰু আত্মা

(খ) সমবিধানৰ শিক্ষানুষ্ঠান

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) সংবিধানৰ হৃদপিণ্ড আৰু আত্মা

15। দক্ষিণ আফ্ৰিকাৰ এটা অধিকাৰৰ নাম লিখা?

(ক) সংবাদৰ অধিকাৰ

(খ) মৌলিক অধিকাৰ

(গ) ধৰ্ম্মৰ স্বাধীনতা অধিকাৰ

উত্তৰঃ (ক) সংবাদৰ অধিকাৰ