Class 11 Political Science Book Chapter 3 | অধ্যায় ৩ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব | MCQs Short Question Answer |

Chapter 3

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব

1. নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ গণতন্ত্ৰ হ’ব পাৰেনে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নোৱাৰে

2. গণতন্ত্ৰ নাথাকিলে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিনে?

(ক) নোৱাৰি

(খ) পাৰি

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নোৱাৰি

3. গণতন্ত্ৰ কেইপ্ৰকাৰৰ?

(ক) ২

(খ) ৪

(গ) ৬

উত্তৰঃ (ক) ২

4. এজন নাগৰিকে কেইবছৰৰ পৰা ভোটাধিকাৰ হ’ব পাৰে। 

(ক) ১৫

(খ) ১৮

(গ) ২০

উত্তৰঃ (খ) ১৮

5. ১৯৮৪ চনৰ লোক সভা নিৰ্বাচনত কংগ্ৰেছ দলে কেইখন আসনৰ ভিতৰত ৪১৫ খন আসন লাভ কৰিছিল। 

(ক) ৫৪৫

(খ) ৫৪৩

(গ) ৫৪৮

উত্তৰঃ (খ) ৫৪৩

6. ৫ জন ভাৰতীয় ভোটাদাতাৰ ভিতৰত  কেইজনে কংগ্ৰেছ দলৰ সপক্ষে ভোট দিছিল?

(ক) ৩ জন

(খ) ৪ জন

(গ) ৬ জন

উত্তৰঃ (খ) ৪ জন

7. কংগ্ৰেছ দলে কিমান শতাংশ ভোট লাভ কৰিছিল। 

(ক) ৪৫

(খ) ৪৮

(গ) ৫২

উত্তৰঃ (খ) ৪৮

8. লোকসভাই কিমান শতাংশ অধিক আসন লাভ কৰিছিল। 

(ক) ৭০

(খ) ৮০

(গ) ৯০

উত্তৰঃ (খ) ৮০

9. সমগ্ৰ দেশখনক কেইটা সমষ্টিত ভাগ কৰি লোৱা হয়। 

(ক) ৫৪২

(খ) ৫৪৩

(গ) ৫৪৫

উত্তৰঃ (খ) ৫৪৩

10. সদন কেইপ্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৬ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

11. তামিলনাডু বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কিমান চনত দিয়া হৈছিল। 

(ক) ১৯৯৬ চনত

(খ) ১৯৮৩ চনত

(গ) ১৯৯০ চনত

উত্তৰঃ (ক) ১৯৯৬ চনত

12. ভাৰতৰ কিমান শতাংশ লোক মুছলমান। 

(ক) ১৩.৫%

(খ) ১৩.৮%

(গ) ১৩.৬%

উত্তৰঃ (ক) ১৩.৫%

13. প্ৰাপ্তবয়স্ক ভাৰতীয় বুলিলে কিমান বছৰ নাগৰিকক বুজায়। 

(ক) ২১ বছৰ

(খ) ২৫ বছৰ

(গ) ২৮ বছৰ

উত্তৰঃ (ক) ২১ বছৰ

14. সংবিধান সংশোধন কিমান চনত হৈছিল। 

(ক) ১৯৮৯ চনত

(খ) ১৯৯০ চনত

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ১৯৮৯ চনত

15. ৫৫ বছৰত কেইটা লোকসভা নিৰ্বাচন হৈ গৈছিল। 

(ক) ১২ টা

(খ) ১৪ টা

(গ) ১৬ টা।

উত্তৰঃ (খ) ১৪ টা