Class 11 Political Science Book Chapter 7 | অধ্যায় ৭ | জাতীয়তাবাদ | MCQs Short Question Answer |

Chapter 7

জাতীয়তাবাদ

১। ‘জাতীয়তাবাদৰ’  ইংৰাজী প্ৰতিশব্দ কি?

(ক) Nationalism

(খ) Nation

উত্তৰঃ (ক) Nationalism

২। জাতীয়তাবাদৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা  অসমৰ এটা স-সস্ত্ৰ  সংগঠন ৰ  নাম   লিখা ?

(ক) আলফা

(খ) মাওবাদী

উত্তৰঃ (ক) আলফা

৩। জাতীয়তাবাদী আদৰ্শৰে অনুপ্ৰাণিত পশ্চিমবংগৰ এটা স-স স্ত্ৰ  সংগঠনৰ নাম লিখা

(ক) মাওবাদী

(খ) আলফা

উত্তৰঃ (ক) মাওবাদী

৪। অসমৰ এটা জাতীয়তাবাদী আন্দোলনৰ  উদাহৰন হল-

(ক) অসমৰ ভাষা আন্দোলন

(খ) কা আন্দোলন

উত্তৰঃ (ক) অসমৰ ভাষা আন্দোলন

৫।  জাতীয়তাবাদ  ৰ  লগত জড়িত এটা  ধাৰণা হ’ল-

(ক) স্বদেশ প্ৰেম

(খ) দেশত দ্ৰোহী

উত্তৰঃ (ক) স্বদেশ প্ৰেম

৬। অসম ধৰ্ম প্ৰধান ৰাজ্য  হয় নে?

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

৭। অসমৰ মানুহৰ উমৈহতীয়া ৰাজনৈতিক পৰিচয়  হ’ ল –

(ক) অসমীয়া

(খ) হিন্দু

উত্তৰঃ (ক) অসমীয়া

৮।   জাতি আৰু জাতীয়তাবাদ একেইনে?

(ক) একে

(খ) একে নহয়

উত্তৰঃ (খ) একে নহয়

৯। জাতীয়তাবাদৰ আদৰ্শক কেন্দ্ৰ কৰি গঢ়ি উঠা এটা ৰাজনৈতিক দলৰ নাম  লিখা

(ক) অসম গণ পৰিষদ

(খ) ভাৰতীয় জনতা পাৰ্টি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অসম গণ পৰিষদ

১০। এটা জাতি  গঠন কৰিবলৈ একে ধৰ্মৰে ব্যক্তিৰ প্ৰয়োজন নে?

(ক) প্ৰয়োজন

(খ) প্ৰয়োজন নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰয়োজন নাই