Class 12 Anthropology Book Chapter 4 | অধ্যায় ৪ | সামাজিক নৃতত্ব | MCQs Short Question Answer |

Chapter 4

সামাজিক নৃতত্ব

1. জি. পি. মাৰ্ডকে লিখা পুথিখনৰ নাম কি ?

(ক) “Social Structure”

(খ) “Elementary”

(গ) “Decent of Man”

উত্তৰঃ (ক) “Social Structure”

2. কৰ্তৃত্বৰ ভিত্তিত প্ৰাথমিক পৰিয়ালক কেইটা ভাগত ভাগ কৰে ?

(ক) তিনিটা

(খ) দুটা

(গ) সাতটা

উত্তৰঃ (খ) দুটা

3. এজন পুৰুষ, তেওঁৰ একাধিক পত্নী আৰু ল’ৰা-ছোৱালীৰে গঠিত পৰিয়ালক কি পৰিয়াল বোলে ?

(ক) একক পৰিয়াল

(খ) যুগ্ম পৰিয়াল

(গ) সংযুক্ত পৰিয়াল

উত্তৰঃ (খ) যুগ্ম পৰিয়াল

4. যুগ্ম পৰিয়াল কেই প্ৰকাৰৰ হ’ব পাৰে ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ (গ) তিনি প্ৰকাৰৰ

5. বহুপতিৰ  পৰিয়ালৰ উদাহৰণ হ’ল ?

(ক) হেহে সমাজ

(খ) মাৰকুৱেছাঁ সমাজ

(গ) টোডা সমাজ

উত্তৰঃ (গ) টোডা সমাজ

6. এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক কি পৰিয়াল বোলে ?

(ক) সংযুক্ত পৰিয়াল

(খ) যৌগিক পৰিয়াল

(গ) বিস্তৃত পৰিয়াল

উত্তৰঃ (ক) সংযুক্ত পৰিয়াল

7. পৰিয়ালৰ আন এটা উল্লেখযোগ্য প্ৰকাৰ্য কি ?

(ক) সম্প্ৰীতি

(খ) গোত্ৰ

(গ) প্ৰজনন

উত্তৰঃ (গ) প্ৰজনন

8. ছোটনাগপুৰ অঞ্চলৰ জনজাতি সকলৰ মাজত প্ৰত্যেক পৰিয়ালতে এখন কি থাকে ?

(ক) আদিং

(খ) নামঘৰ

(গ) মন্দিৰ

উত্তৰঃ (ক) আদিং

৯. বিবাহৰ ভিত্তিত পৰিয়াল সমূহক কেইটা ভাগত ভগাব পাৰি ?

(ক) চাৰিটা

(খ) এটা

(গ) ছয়টা

উত্তৰঃ (ক) চাৰিটা

10. বিয়াৰ পিছত নৱ-দম্পতিয়ে দৰাৰ ঘৰত থাকিলে তাক কি নিৱাস বোলে ?

(ক) মাতৃস্থানিক নিৱাস

(খ) পিতৃস্থানিক নিৱাস

(গ) মাতৃ-পিতৃস্থানিক নিৱাস

উত্তৰঃ (খ) পিতৃস্থানিক নিৱাস