Class 8 Assamese Chapter 18 MCQ’s Jatiya Bidyalaya | গুৰু-গৃহত মাধৱ | AJB Class 8 Assamese Chapter 18 MCQ’s Assamese Medium | Class 8 Assamese Chapter 18 | MCQ’s Type Question Answer |

Chapter- 18

গুৰু-গৃহত মাধৱ

1. গুৰু বোলে কাৰ মাক মাধৱ আহিলে আমাক জগাবা?

(ক) ৰামৰমাক

(খ) হৰিৰমাক

(গ) ৰামান্দৰ মাক

উত্তৰ- (গ) ৰামান্দৰ মাক ।

2. কোনে জগাইগৈ বোলে আতা মাধৱ বান্ধৱ আহি ৰৈ আছে উঠা জক?

(ক) হৰিপ্ৰিয়া আপি

(খ) হৰিয়ে

(গ) ৰীমাই

উত্তৰ- (ক) হৰিপ্ৰিয়া আপি ।

3. কিহৰ বস্তু আমাৰ গোসাই বুলিবা?

(ক) ভগৱানৰ বস্তু

(খ) নামঘৰৰ বস্তু

(গ) বৈকুণ্ঠৰ বস্তু

উত্তৰ- (গ) বৈকুণ্ঠৰ বস্তু ।

4. বিনা গৰে যুজিলে কি হয়?

(ক) বেয়া হয়

(খ) ভাল হয়

(গ) ভয় হয়

উত্তৰ- (গ) ভয় হয় ।

5. বিষ্ণুপ্ৰিয়াক কাৰ সৈতে বিয়া দিয়াৰ কথা ওলাইছিল?

(ক) গোসাঁই লগত

(খ) বাপুৰ লগত

(গ) গোসানিৰ লগত

উত্তৰ- (গ) গোসানিৰ লগত ।

6. কি লাগি আশা ভাৰষা কৰা নাই বাপ?

(ক) মনটে বেয়া লাগি

(খ) আক লাগি

(গ) মনটো বেয়া লাগি

উত্তৰ- (খ) আক লাগি ।

7. কিহেৰে যুজিলেহে যুদ্ধাৰু?

(ক) অকলে

(খ) বিনা অনুমতি

(গ) বিনাগৰে

উত্তৰ- (গ) বিনাগৰে ।

8. পাচদিনা আহি গুৰুজনক কিকৈ ভিতৰে গল?

(ক) সেৱাকৈ

(খ) বেয়া কথা কৈ

(গ) মৰমৰ মাত এটা দি

উত্তৰ- (ক) সেৱাকৈ ।

9. বোলে মোৰ গুৰুজনাক কি বুলি মানিচা?

(ক) স্বামী বুলি

(খ) ভগৱান বুলি

(গ) শংকৰদেৱ বুলি

উত্তৰ- (ক) স্বামী বুলি ।

10. নিতে কাৰ কথা সুনে দুও বেলা আহি গৈ?

(ক) ঈশ্বৰৰ কথা

(খ) কৃষ্ণৰ কথা

(গ) বকাসুৰৰ কথা

উত্তৰ- (খ) কৃষ্ণৰ কথা ।

11. গোসাঁই লিংগ পৰিৱৰ্তন কি? 

(ক) গোসাঁনী

(খ) সোণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গোসাঁনী ।

12. ভকত লিংগ পৰিৱৰ্ত কি? 

(ক) ভকতনী

(খ) আইসকল

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) ভকতনী ।

13. স্বামী লিংগ পৰিৱৰ্তন কি? 

(ক) স্ত্ৰী

(খ) পত্নী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) পত্নী ।

14. বান্ধৱ লিংগ পৰিৱৰ্তন কি? 

(ক) বন্ধু

(খ) বান্ধৱী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) বান্ধৱী ।

15. পিতৃ লিংগ পৰিৱৰ্তন কি? 

(ক) মহিলা

(খ) মাতৃ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) মাতৃ ।

16. ককাইদেউ লিংগ পৰিৱৰ্তন কি?

(ক) বৌ

(খ) বাইদেও

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

17. শশী সমাৰ্থক শব্দ কি? 

(ক) জোন

(খ) বেলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জোন ।

18. ৰবি সমাৰ্থক শব্দ কি? 

(ক) সৃৰ্য্য়

(খ) তৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সৃৰ্য্য় ।

19. নৌকা সমাৰ্থক শব্দ কি? 

(ক) নাও

(খ) নাৱৰীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নাও ।

20. গুৰু সমাৰ্থক শব্দ কি? 

(ক) শিষ্য়

(খ) শিক্ষক

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) শিক্ষক ।

Type by- Bikul Mandal