জাতীয় আয় গণনা | Lesson 2 | Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam |

Chapter 2

জাতীয় আয় গণনা

১) জাতীয় কি? (What is National  income)

উত্তৰঃ কোনো এখন দেশৰ জাতীয় আয় হ’লে  দেশখনৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ এটা বিত্তিয় বছৰৰ দেশখনৰ ভিভিন্ন খণ্ড যেনে- কৃষি, উদ্যোগিক বা সেৱাকাৰ্য আদিৰ পৰা উৎপাদন কৰা সবমুঠ মুদ্ৰাগত মূল্য ।

২) মুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন কি? (What is national Product)

উত্তৰঃ কোনো এখন দেশৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন হ’ল দেশখনৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন আৰু দেশখনে বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণৰ যোগফল ।

৩) শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন কি? (What is net netional product)

উত্তৰঃ মুঠ জাতীয় উৎপাদনৰ পৰা হৰণ-ভৰণৰ খৰচ বিয়োগ কৰিলে যি পৰিমাণৰ উৎপাদন ৰৈ যায় সেই পৰিমাণৰ উৎপাদনেই হ’ব শুদ্ধ ৰাষ্ট্ৰীয় বা জাতীয় আয় । (N.N.P)

৪) মুঠ ঘৰুৱা উৎপাদন কি? (What is gross domestic product)

উত্তৰঃ এখন দেশত এটা বিত্তীয় বছৰত দেশখনৰ ভিতৰতেই উৎপাদিত হোৱা বিভিন্ন সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ’ল মুঠ ঘৰুৱা উৎপাদন এই যোগফৰলৰ ভিতৰত দেশখনৰ বাহিৰত হোৱা উৎপাদিত সামগ্ৰীৰ পৰা অহা পৰিমাণ ধৰা নহয় ।

৫. জাতীয় আয় কাক বোলে?

উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ সময়ছোৱাৰ ভিতৰত (এটা বিত্তীয় বছৰত) দেশত উৎপাদন কৰাী সমৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হ’ল সেইখন দেশৰ সেই সময়ছোৱাৰ বাবে জাতীয় আয়।

৬. জাতীয় আয় গণনা কৰাৰ পদ্ধতিঃ  i) Income Method (আয় পদ্ধতি)

 ii) Expenditure Method (ব্যয় পদ্ধতি)

iii) Value Added Method (মূল্য সংযোজিত)

i) আয় পদ্ধতিঃ চাৰিটা উৎপাদনৰ মুঠ বছৰৰপ উৎপাদনকে আয় পদ্ধতি হয়।এই পদ্ধতিত উৎপাদনৰ উপাদানকেইটাই উৎপাদন কাৰ্যত নিজ সেৱা আগবঢ়োৱাৰ ফলত যি আয় অৰ্জন কৰে সেই আয়ৰ যোগফল গণনা কৰি উলিওৱা হয় অৰ্থাৎ খাজনা (ভূমিৰ আয়) + মজুৰি (শ্ৰমিকৰ আয়) + সুতৰ হাৰ (মূলধন আয়)+ লাভ (সংগঠনৰ আয়)= মুঠ জাতীয় আয়।

ii) ব্যয় পদ্ধতিঃ এই পদ্ধতিত আটাইবোৰ উৎপাদন প্ৰতিষ্ঠানৰ চূড়ান্ত খৰচ বা ব্যয়ৰ পৰিমাণ যোগ কৰি জাতীয় আয় নিৰ্ধাৰণ কৰা হয়।চূড়ান্ত ঘাইকৈ চাৰি প্ৰকাৰৰ হ’ব পাৰে-ভাগ্য সামগ্ৰী বাবদ হোৱা ব্যয়, বিনিয়োগ ব্যয়, চৰকাৰী ব্যয়, ৰূপ্তানিৰ যোগেদি উৎপাদন প্ৰতিষ্ঠান লাভ কৰা ৰাজহৰ পৰিমাণ।

iii) মূল্য সংযোজিত পদ্ধতিঃ  এই পদ্ধতিত মুঠ অন্তিৰ ব্যৱহাৰৰ উপযোগী সা-সামগ্ৰীৰ মুঠ পৰিমাণ নিৰ্ণয় কৰা হয়।

৭. জাতীয় আয়ৰ গুৰুত্বপূৰ্ণ দাৰণাসমূহঃ

i) অন্তিৰ ব্যৱহাৰোপযোগী সামগ্ৰী।

ii) মধ্যৱৰ্তী ব্যৱহাৰৰ দ্ৰব্য আৰু

iii) ভোগ্য সামগ্ৰী আৰু মূলধন জাত সামগ্ৰী।

৮. National Product (GNP)/ সৰ্বমুঠ জাতীয় উৎপাদনঃ (এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰৰ উপযোগী সামগ্ৰী আৰু সেৱাকাৰ্যৰ বজাৰ মূল্যই হ’ল সৰ্বমুঠ ঘৰুৱা উৎপাদন (GNP)- Gross Domestic Product).

             আনহাতে, সৰ্বমুঠ জাতীয় উৎপাদন হ’ল সৰ্বমুঠ ঘৰুৱা+বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ হ’ল বিদেশৰ পৰা লাভ কৰা আয় আৰু বিদেশ দিবলগীয়া আয়ৰ পাৰ্থক্য।

৯. হৰণ-ভগন ব্যয় (Depreciation): বাৰংবাৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰি থকা মূলধন জাত সামগ্ৰীৰ উৎপাদন ক্ষমতাৰ হৰণ-ভগন বুলি কোৱা হয়।

১০. শুদ্ধ জাতীয় আয়ঃ (Net National Product)-(NNP)-  NNP=GNP- Depreciation অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ পৰা হৰণ-ভগনৰ খৰচ বিয়োগ কৰিলে যি উৎপাদন ৰৈ যাব সেই উৎপাদনেই হ’ব শুদ্ধ জাতীয় আয় উৎপাদন।

                 NNP=GDP – Depreciation.

১১. জনমূৰি আয়ঃ (Percapita Income): মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ে হ’ল জনমূলি আয়।

১২. Nat DOMESTIC PRODUCT OF FACTOR CAST (NDDEC):উৎপাদনৰ ব্যয়ত শুদ্ধ ঘৰুৱা উৎপাদনঃ দেশ এখনৰ শুদ্ধ উৎপাদনলৈ এখন সমাজে সম্পদৰ ব্যৱহাৰৰ মাধ্যমত যি বৰঙণি যোগা, উৎপাদনৰ উপাদানৰ ব্যয়ত শুদ্ধ ঘৰুৱা উৎপাদন বোলা হয়।

NDPF c = NDPMP- IT+s (Subsiti-ৰাজ সাহাৰ্য)

                             কৰ

উৎপাদন ব্যয়ৰ যিটো অংশ চৰকাৰে গ্ৰহণ কৰে, তাকে ৰাজ সাহাৰ্য বোলে।

১৩. Personal Income (ব্যক্তিগত আয়): এখন সমাজত বাস কৰা ব্যক্তিসকলৰ মুঠ আৰ্থিক উপাৰ্জনৰ পৰিমাণেই হৈছে ব্যক্তিগত আয়।

ব্যক্তিগত আয় হৈছে মুঠ উপাৰ্জিত আয় আৰু অনুপাৰ্জিত আয়ৰ সমষ্টি।

ব্যক্তিগত আয়= ৰাষ্ট্ৰীয় আয়+হস্তান্তৰ পাওঁনা-বিতৰণ নকৰা লাভ

(PI) NT +TP – UP)

কোনো এটা কাৰ্যত নিয়োগ নোহোৱাকৈ লাভ কৰা আয়ক হস্তান্তৰ পাওঁনা বোলে।

1৪. Personal Dispasable Income (ব্যয়যোগ্য ব্যক্তিগত আয়): ব্যক্তিগত আয়ৰ পৰা দিবলগীয়া হোৱা প্ৰত্যক্ষ কৰখিনি বাদ দিলেই ব্যক্তিগত আয়ৰ পৰিমাণ পোৱা যায়।অৰ্থাৎ যি পৰিমাণৰ আয় এজন ব্যক্তিয়ে উপভোগৰ ক্ষেত্ৰত ব্যয় কৰিব সক্ষম হয়।তাকেই অৰ্থাৎ সেই আয়কে ব্যয়যোগ্য ব্যক্তিগত আয় বুলি কোৱা হয়।

PDI=PI- Personal Tex Payment- NonText Payment.

১৫. আয়ৰ বৃত্তাকাৰ প্ৰবাহৰ (Circular Flow Of Income); আয়ৰ বৃত্তাকাৰ প্ৰবাহ হৈছে এক প্ৰক্ৰিয়া য’ত এখন অৰ্থনীতিৰ ৰাষ্ট্ৰীয় আয় আৰু ব্যয় চক্ৰাকাৰে সময়ৰ লগে লগে এনেদৰে পৰিৱৰ্তন হয় যাতে পৰিয়ালসমূহৰ সৰ্বমুঠ ভোগ কাৰ্য, ব্যৱসায় প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা সামগ্ৰী আৰু সেৱাকাৰ্যৰ বাবে সৰ্বমুঠ ব্যয়ৰ সমান ।

১৬. ৰাষ্ট্ৰীয় আয় কল্যাণ (NI & Welfare): মানুহৰ মানসিক সুখ আৰু সন্ত্তষ্টিৰ সমষ্টিকে কল্যাণ বুলি কোৱা হয়।

নিৰ্ভৰশীল কাৰকঃ i) জিৰণী/ Leisure

ii) জীৱণ ধাৰণৰ মানদণ্ড/Standaed Of Living

iii) আৰ্থিক বৈষাম (Economic Dispority)

iv) বাহ্যিকতা/Externality

v) মুদ্ৰাস্ফিতী/Inflation

১৭) জাতীয় আয় কি? (What is National income)

উত্তৰঃ কোনো এখন দেশৰ জাতীয় আয় হ’লে  দেশখনৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ এটা বিত্তিয় বছৰৰ দেশখনৰ বিভিন্ন খণ্ড যেনে- কৃষি, উদ্যোগিক বা সেৱাকাৰ্য আদিৰ পৰা উৎপাদন কৰা সবমুঠ মুদ্ৰাগত মূল্য ।

১৮) মুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন কি? (What is gross national Product)

উত্তৰঃ কোনো এখন দেশৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন হ’ল দেশখনৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন আৰু দেশখনে বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণৰ যোগফল ।

১৯) শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন কি? (What is net national product)

উত্তৰঃ মুঠ জাতীয় উৎপাদনৰ পৰা হৰণ-ভৰনৰ খৰচ বিয়োগ কৰিলে যি পৰিমাণৰ উৎপাদন ৰৈ যায় সেই পৰিমাণৰ উৎপাদনেই হ’ব শুদ্ধ ৰাষ্ট্ৰীয় বা জাতীয় আ. । (N.N.P)

২০) মুঠ ঘৰুৱা উৎপাদন কি? (What is gross domestic product)

উত্তৰঃ এখন দেশত এটা বিত্তীয় বছৰত দেশখনৰ ভিতৰতেই উৎপাদিত হোৱা বিভিন্ন সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ’ল মুঠ ঘৰুৱা উৎপাদন।এই যোগফলৰ ভিতৰত দেশখনৰ বাহিৰত হোৱা উৎপাদিত সামগ্ৰীৰ পৰা অহা পৰিমাণ ধৰা নহয় ।

২১) জনমূৰি আয় কি? (What is per capita income)

উত্তৰঃ কোনো এখন দেশৰ মুঠ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি পৰিমাণৰ আয় পোৱা যায় সেই আয়েই দেশখনৰ জনমূৰি আয়।

২২) মুঠ বিনিয়োগ কি? (What is gross investment?)

উত্তৰঃ অন্তিম ব্যৱহাৰ দ্ৰব্যৰ যিটো অংশ মূলধনজাত সামগ্ৰী সেই অংশটোকেই সৰ্বমুঠ বিনিয়োগ বুলি কোৱা হয়।উদাহৰণস্বৰূপে- যন্ত্ৰপাতি, ৰাস্তা, পদূলি, দলং, বন্দৰ, গুদাম ঘৰ ইত্যাদি সৰ্বমুঠ বিনিয়োগৰ অন্তৰ্ভুক্ত।

২৩) শুদ্ধ বিনিয়োগ কি? (What is net investment?)

উত্তৰঃ সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আচুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে যি পৰিমাণৰ বিনিয়োগ পোৱা যায় তাকে শুদ্ধ বিনিয়োগ বোলা হয়।

২৪) ভোগদ্ৰব্য কি? (What is Consumption Goods?)

উত্তৰঃ যিবোৰ দ্ৰব্য আৰু সেৱাকাৰ্য এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ সেই একেখিনি দ্ৰব্য আৰু সেৱাকাৰ্য ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ সামগ্ৰীয়েই হ’ল ভোগ্য সামগ্ৰী।উদাহৰণস্বৰূপে- খাদ্য সামগ্ৰী, চিকিৎসাৰ সেৱা ইত্যাদি।

২৫) মূলধনজাত দ্ৰব্য বুলিলে কি বুজা? (What is Capital goods)

উত্তৰঃ যিবোৰ সামগ্ৰী মানুহে নিজে তৈয়াৰ কৰি লয় আৰু সেই সামগ্ৰীবোৰ উৎপাদন কাৰ্যত আহিলা হিচাপে ব্যৱহাৰ কৰা হয়,সেইবোৰ সামগ্ৰীয়েই হ’ল মূলধনজাত সামগ্ৰী।উদাহৰণস্বৰূপে- উৎপাদন কাৰ্যত ব্যৱহৃত নানান যন্ত্ৰপাতি আৰু আহিলা।

২৬) ভোগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰীৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ ভোগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰীৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’লঃ

ভোগ্যসামগ্ৰীমূলধনজাত সামগ্ৰী
a) ভোগ্য সামগ্ৰীবোৰ অস্থায়ী।a) মূলধনজাত সামগ্ৰীবোৰ তুলনামূলকভাৱে স্থায়ী।
b) ভোগ্য সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰ কৰিলে সেই একেইবোৰ ভোগ্য সামগ্ৰী পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা নাযায়।b) মূলধনজাত সামগ্ৰীবোৰ উৎপাদন কাৰ্যত বাৰম্বাৰ ব্যৱহাৰ কৰিব পৰা যায়।
c) ভোগ্যসামগ্ৰীৰ উৎকৃষ্ট উদাহৰণ হ’ল- খাদ্য সামগ্ৰী আৰু চিকিৎসাৰ সেৱা ইত্যাদি।c) উৎপাদন কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি আৰু আহিলা মূলধনজাত সামগ্ৰীৰ উদাহৰণ।

২৭) মূলধন সদৃশ ভোগ্য দ্ৰব্য বুলিলে কি বুজা?

উত্তৰঃ কিছুমান ভোগ্য সামগ্ৰী আছে যিবোৰ মূলধনজাত সামগ্ৰীৰ সৈতে মিল আছে।এই ভোগ্য সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে অন্ত হৈ নাযায়।আৰু সামগ্ৰীবোৰ কিছুদিনলৈ টিকি থাকে।এইবোৰ ভোগ্যসামগ্ৰীকে মূলধন সদৃশ ভোগ্য সামগ্ৰী বোলা হয়।উদাহৰণস্বৰূপে- টেলিভিছন, কম্পিউটাৰ, শীত তাপ নিয়ন্ত্ৰইত যন্ত্ৰ, মোবাইল ফোন ইত্যাদি।

২৮) আয়ৰ প্ৰবাহ আৰু অপ্ৰবাহ ধাৰণাৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ আয়ৰ প্ৰবাহ আৰু অপ্ৰবাহ ধাৰণাৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হ’লঃ

i) যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয় সেই পৰিমাণবোৰেই হ’ব প্ৰবাহ

 আনহাতে, আন কেতবোৰ পৰিমাণ আছে যিবোৰ প্ৰতিটো সময় বিন্দুৰ সৈতে জড়িত হৈ থাকে।এই পৰিমাণবোৰেই হ’ব অপ্ৰবাহ বা ষ্টক

ii) আয়, উতপাদন, লাভ ইত্যাদিবোৰ হ’ল প্ৰবাহ।

  আনহাতে, যন্ত্ৰপাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ আদিয়েই হ’ল ষ্টক বা অপ্ৰবাহ।

iii) প্ৰবাহ কোনো এটা নিৰ্দিষ্ট সময়ছোৱাৰ সৈতে জড়িত।

  আনহাতে, অপ্ৰবাহ বা ষ্টক আকৌ সময় বিন্দুৰ সৈতেহে জড়িত। 

                     অতিৰিক্ত প্ৰশ্ন উত্তৰ

1. জাতীয় আয় কাক বোলে?

উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ সময়ছোৱাৰ ভিতৰত (এটা বিত্তীয় বছৰত) দেশত উৎপাদন কৰাী সমৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হ’ল সেইখন দেশৰ সেই সময়ছোৱাৰ বাবে জাতীয় আয়।

২. জাতীয় আয় গণনা কৰাৰ পদ্ধতিঃ

i) Income Method (আয় পদ্ধতি)

ii) Expenditure Method (ব্যয় পদ্ধতি)

iii) Value Added Method (মূল্য সংযোজিত)

i) আয় পদ্ধতিঃ চাৰিটা উৎপাদনৰ মুঠ বছৰৰপ উৎপাদনকে আয় পদ্ধতি হয়।এই পদ্ধতিত উৎপাদনৰ উপাদানকেইটাই উৎপাদন কাৰ্যত নিজ সেৱা আগবঢ়োৱাৰ ফলত যি আয় অৰ্জন কৰে সেই আয়ৰ যোগফল গণনা কৰি উলিওৱা হয় অৰ্থাৎ খাজনা (ভূমিৰ আয়) + মজুৰি (শ্ৰমিকৰ আয়) + সুতৰ হাৰ (মূলধন আয়)+ লাভ (সংগঠনৰ আয়)= মুঠ জাতীয় আয়।

ii) ব্যয় পদ্ধতিঃ এই পদ্ধতিত আটাইবোৰ উৎপাদন প্ৰতিষ্ঠানৰ চূড়ান্ত খৰচ বা ব্যয়ৰ পৰিমাণ যোগ কৰি জাতীয় আয় নিৰ্ধাৰণ কৰা হয়।চূড়ান্ত ঘাইকৈ চাৰি প্ৰকাৰৰ হ’ব পাৰে-ভাগ্য সামগ্ৰী বাবদ হোৱা ব্যয়, বিনিয়োগ ব্যয়, চৰকাৰী ব্যয়, ৰূপ্তানিৰ যোগেদি উৎপাদন প্ৰতিষ্ঠান লাভ কৰা ৰাজহৰ পৰিমাণ।

iii) মূল্য সংযোজিত পদ্ধতিঃ  এই পদ্ধতিত মুঠ অন্তিৰ ব্যৱহাৰৰ উপযোগী সা-সামগ্ৰীৰ মুঠ পৰিমাণ নিৰ্ণয় কৰা হয়।

3. জাতীয় আয়ৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহঃ

i) অন্তিৰ ব্যৱহাৰোপযোগী সামগ্ৰী।

ii) মধ্যৱৰ্তী ব্যৱহাৰৰ দ্ৰব্য আৰু

iii) ভোগ্য সামগ্ৰী আৰু মূলধন জাত সামগ্ৰী।

4. National Product (GNP)/ সৰ্বমুঠ জাতীয় উৎপাদনঃ (এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰৰ উপযোগী সামগ্ৰী আৰু সেৱাকাৰ্যৰ বজাৰ মূল্যই হ’ল সৰ্বমুঠ ঘৰুৱা উৎপাদন (GNP)- Gross Domestic Product).

আনহাটে, সৰ্বমুঠ জাতীয় উৎপাদন হ’ল সৰ্বমুঠ ঘৰুৱা+বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ হ’ল বিদেশৰ পৰা লাভ কৰা আয় আৰু বিদেশ দিবলগীয়া আয়ৰ পাৰ্থক্য।

5. হৰণ-ভগন ব্যয় (Depreciation): বাৰংবাৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰি থকা মূলধন জাত সামগ্ৰীৰ উৎপাদন ক্ষমতাৰ হৰণ-ভগন বুলি কোৱা হয়।

6. শুদ্ধ জাতীয় আয়ঃ (Net National Product)-(NNP)-  NNP=GNP- Depreciation অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ পৰা হৰণ-ভগনৰ খৰচ বিয়োগ কৰিলে যি উৎপাদন ৰৈ যাব সেই উৎপাদনেই হ’ব শুদ্ধ জাতীয় আয় উৎপাদন।

                 NNP=GDP – Depreciation.

7. জনমূৰি আয়ঃ (Per capita Income)- মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ে হ’ল জনমূলি আয়।

8. Nat DOMESTIC PRODUCT OF FACTOR CAST (NDDEC)- 

উৎপাদনৰ ব্যয়ত শুদ্ধ ঘৰুৱা উৎপাদনঃ দেশ এখনৰ শুদ্ধ উৎপাদনলৈ এখন সমাজে সম্পদৰ ব্যৱহাৰৰ মাধ্যমত যি বৰঙণি যোগা, উৎপাদনৰ উপাদানৰ ব্যয়ত শুদ্ধ ঘৰুৱা উৎপাদন বোলা হয়।

NDPF c = NDPMP- IT+s (Subsiti-ৰাজ সাহাৰ্য)

                             কৰ

উৎপাদন ব্যয়ৰ যিটো অংশ চৰকাৰে গ্ৰহণ কৰে, তাকে ৰাজ সাহাৰ্য বোলে।

9. Personal Income (ব্যক্তিগত আয়): এখন সমাজত বাস কৰা ব্যক্তিসকলৰ মুঠ আৰ্থিক উপাৰ্জনৰ পৰিমাণেই হৈছে ব্যক্তিগত আয়।

ব্যক্তিগত আয় হৈছে মুঠ উপাৰ্জিত আয় আৰু অনুপাৰ্জিত আয়ৰ সমষ্টি।

ব্যক্তিগত আয়= ৰাষ্ট্ৰীয় আয়+হস্তান্তৰ পাওঁনা-বিতৰণ নকৰা লাভ

    (PI) NT +TP – UP)

কোনো এটা কাৰ্যত নিয়োগ নোহোৱাকৈ লাভ কৰা আয়ক হস্তান্তৰ পাওঁনা বোলে।

10. Personal Disposable Income (ব্যয়যোগ্য ব্যক্তিগত আয়): ব্যক্তিগত আয়ৰ পৰা দিবলগীয়া হোৱা প্ৰত্যক্ষ কৰখিনি বাদ দিলেই ব্যক্তিগত আয়ৰ পৰিমাণ পোৱা যায়।অৰ্থাৎ যি পৰিমাণৰ আয় এজন ব্যক্তিয়ে উপভোগৰ ক্ষেত্ৰত ব্যয় কৰিব সক্ষম হয়।তাকেই অৰ্থাৎ সেই আয়কে ব্যয়যোগ্য ব্যক্তিগত আয় বুলি কোৱা হয়।

PDI=PI- Personal T ex Payment- NonText Payment.

11. আয়ৰ বৃত্তাকাৰ প্ৰবাহৰ (Circular Flow Of  Income): আয়ৰ বৃত্তাকাৰ প্ৰবাহ হৈছে এক প্ৰক্ৰিয়া য’ত এখন অৰ্থনীতিৰ ৰাষ্ট্ৰীয় আয় আৰু ব্যয় চক্ৰাকাৰে সময়ৰ লগে লগে এনেদৰে পৰিৱৰ্তন হয় যাতে পৰিয়ালসমূহৰ সৰ্বমুঠ ভোগ কাৰ্য, ব্যৱসায় প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা সামগ্ৰী আৰু সেৱাকাৰ্যৰ বাবে সৰ্বমুঠ ব্যয়ৰ সমান ।

12. ৰাষ্ট্ৰীয় আয়& কল্যাণ (NI & Welfare): মানুহৰ মানসিক সুখ আৰু সন্ত্তষ্টিৰ সমষ্টিকে কল্যাণ বুলি কোৱা হয়।

নিৰ্ভৰশীল কাৰকঃ i) জিৰণী/ Leisure

ii) জীৱণ ধাৰণৰ মানদণ্ড/Standaed Of Living

iii) আৰ্থিক বৈষাম (Economic Dispority)

vi) বাহ্যিকতা/Externality

v) মুদ্ৰাস্ফিতী/Inflation