Class 8 Assamese Chapter 13 MCQ’s Jatiya Bidyalaya | তেজীমলা | AJB Class 8 Assamese Chapter 13 MCQ’s Assamese Medium | Class 8 Assamese Chapter 13 | MCQ’s Type Question Answer |

Chapter- 13

তেজীমলা

1. উত্ৰাৱল পানী কি সানি খলকিছে ছুই ভৰি?

(ক) ক’লা হাঁহি

(খ) বগা হাঁহি

(গ) ৰঙা হাঁহি

উত্তৰ- (গ) ৰঙা হাঁহি ।

2. ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি কোনে জকমকায়?

(ক) মইনাই

(খ) ধনে

(গ) তেজীমলাই

উত্তৰ- (গ) তেজীমলাই ।

3. চৌপাশে বেৰি কিহেৰে পানীৰ লতা বগায়?

(ক) স্ফূৰ্তিৰে

(খ) আনন্দৰে

(গ) মৰমে সাদৰে

উত্তৰ- (গ) মৰমে সাদৰে ।

4. হাতো নেমেলিবি আৰু কি নিছিঙিবি কৰে নাৱৰীয়াতই বুলি কৈছে?

(ক) তামুল নিছিঙিবি

(খ) পানো নিছিঙিবি

(গ) ফুলো নিছিঙিবি

উত্তৰ- (গ) ফুলো নিছিঙিবি ।

5.কবি চন্দ্ৰকুমাৰ আগৰৱালা জন্ম কিমান চনত হৈছিল?

(ক) ১৯৩৮

(খ) ১৯৫৭

(গ) ১৮৬৭

উত্তৰ- (গ) ১৮৬৭ ।

6.কবি চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৯৩৮

(খ) ১৮২৩

(গ) ১৯০৪

উত্তৰ- (ক) ১৯৩৮ ।

7.কবি চন্দ্ৰকুমান আগৰৱালা পিতৃৰ নাম কি?

(ক) হৰিবিলাস আগৰৱালা

(খ) ভোকেন্দ্ৰ বৰুৱা

(গ) তৰুণৰাম ফুকন

উত্তৰ- (ক) হৰিবিলাস আগৰৱালা ।

8.  কবি চন্দ্ৰকুমাৰ আগৰৱালা মাতৃৰ নাম কি?

(ক) মলমা আগৰৱালা

(খ) ভোগেশ্বৰী ফুকননি

(গ) প্ৰেমাৱতী বৰুৱা

উত্তৰ- (ক) মলমা আগৰৱালা ।

9. মিতিৰ শব্দ অৰ্থ কি?

(ক) মিত্ৰৰ, বন্ধু

(খ) শত্ৰু

(গ) মিল

উত্তৰ- (ক) মিত্ৰৰ, বন্ধু ।

10. ভাও শব্দ অৰ্থ কি?

(ক) ভাওনা

(খ) অভিনয়

(গ) অভিপায়

উত্তৰ- (খ) অভিনয় ।

11. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(ক) ১৮৭৬

(খ) ১৮৬৭

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৮৬৭ ।

12. চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৯৩৮

(খ) ১৯৮৩

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৯৩৮ ।

13. তেওঁৰ পিতৃৰ নাম কি?

(ক) হৰিবিলাস আগৰৱালা

(খ) চন্দধৰ আগৰৱালা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হৰিবিলাস আগৰৱালা ।

14. তেওঁৰ মাতৃৰ নাম কি?

(ক) নিৰদা দেৱী

(খ) মলমা আ়গৰৱালা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) মলমা আ়গৰৱালা ।

15. বেথা সমাৰ্থক শব্দ কি?

(ক) সমস্য়া

(খ) অসুবিধা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) সমস্য়া ।

16. বাতৰি সমাৰ্থক শব্দ কি? 

(ক) খবৰ

(খ) খা-খবৰ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) খবৰ ।

17. চকুলো সমাৰ্থক শব্দ কি?

(ক) অশ্ৰু

(খ) চকুপানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অশ্ৰু ।

18. ফুল সমাৰ্থক শব্দ কি?

(ক) ফুলনি

(খ) পুষ্প

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) পুষ্প ।

19. আশা বিপৰীত শব্দ কি?

(ক) নিৰাশা

(খ) বিশ্বাস

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) নিৰাশা ।

20. স্বপ্ন সমাৰ্থক শব্দ কি? 

(ক) দিথক

(খ) সপোন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সপোন ।

Type by- Bikul Mandal