Class 8 Assamese Chapter 15 MCQ’s Jatiya Bidyalaya | প্ৰত্য়াগত | AJB Class 8 Assamese Chapter 15 MCQ’s Assamese Medium | Class 8 Assamese Chapter 15 | MCQ’s Type Question Answer |

Chapter- 15

প্ৰত্য়াগত

1. মধ্য়মীয়া গঢ়ৰ আগমূৰত কি নাই বুলি কৈছে?

(ক) চুলি নাই

(খ) চকু নাই

(গ) কাণ নাই

উত্তৰ- (ক) চুলি নাই ।

2.আৰু চকু দুটা উজ্জ্বল আৰু কি?

(ক) ক’লা

(খ) বগা

(গ) ৰঙা

উত্তৰ- (ক) ক’লা ।

3. মানুহজনে তেওঁক ঘৰত কি নামেৰে মাতিছে?

(ক) বাপু

(খ) মতা

(গ) ৰাম

উত্তৰ- (খ) মতা ।

4. আজিকালি এই নামেৰে মতা মানুহৰ সংখ্য়া প্ৰায় কি হ’ল?

(ক) বেছি

(খ) কম

(গ) নাইকিয়া হ’ল

উত্তৰ- (গ) নাইকিয়া হ’ল ।

5. তোমাক মই সৰুতে ক’ত লগ পোৱা?

(ক) গুৱাহাটীত

(খ) শ্বিলঙত

(গ) যোৰহাটত

উত্তৰ- (খ) শ্বিলঙত ।

6. মানুহ জনৰ নাম কি আছিল?

(ক) হোমেশ্বৰ বৰুৱা

(খ) ৰবীন বৰুৱা

(গ) ৰথীন বৰুৱা

উত্তৰ- (গ) ৰথীন বৰুৱা ।

7. মোৰ দৰে ডাক্তৰ এজনক এতিয়া কোনেও কি বুলি নামাতে?

(ক) চাকৰ বুলি নামাতে

(খ) খুড়া বুলি নামাতে

(গ) ইঞ্জিনীয়াৰ বুলি নামাতে

উত্তৰ- (গ) ইঞ্জিনীয়াৰ বুলি নামাতে ।

8. পিছে তেওঁ ইঞ্জিনীয়াৰ নহৈ কি হ’ল?

(ক) ডাক্তৰ

(খ) গেৰেজৰ মেকাৰ

(গ) কাম কৰা মানুহ হ’ল

উত্তৰ- (ক) ডাক্তৰ ।

9. কোনে হাৰ্টৰ অপাৰেশ্য়ন কৰে?

(ক) কাৰ্ডিঅ’থ’ৰাছিক ছাৰ্জনেহে

(খ) ভৱেন বৰুৱাই

(গ) চন্দ্ৰধৰ বৰুৱাই

উত্তৰ- (ক) কাৰ্ডিঅ’থ’ৰাছিক ছাৰ্জনেহে ।

10.ভিট্ৰিফিকেশ্য়ন নামৰ এটা পদ্ধতিৰে অংগবোৰ কি কৰা হয়?

(ক) পৰিস্কাৰ কৰা হয়

(খ) লেতেৰা কৰা হয়

(গ) সংৰক্ষণ কৰা হয়

উত্তৰ- (গ) সংৰক্ষণ কৰা হয় ।

11. এই বিষয়ত তোমাৰ কি দেখি ভাল পালে?

(ক) কৰ্ম দেখি

(খ) বুধি দেখি

(গ) জ্ঞান দেখি

উত্তৰ- (গ) জ্ঞান দেখি ।

12. তেওঁৰ কি অভাৱ নাছিল?

(ক) বয়-বস্তু

(খ) ঘৰ-দুৱাৰ

(গ) টকা-পইচাৰ

উত্তৰ- (গ) টকা-পইচাৰ ।

13. ষ্টেথস্কপেৰে কি শুনা যায়?

(ক) গান শুনা যায়

(খ) বেমাৰ শুনা যায়

(গ) বুকুৰ ধপধপনি শুনা যায়

উত্তৰ- (গ) বুকুৰ ধপধপনি শুনা যায় ।

14. ডাঃ জয়ন্ত কুমাৰ গোস্বামী বৃত্তিত এগৰাকী কোন আছিল?

(ক) সাহিতিক আছিল

(খ) গায়ক আছিল

(গ) চিকিৎসক আছিল

উত্তৰ- (গ) চিকিৎসক আছিল ।

15. সম্প্ৰতি তেওঁ গুৱাহাটা চিকিৎসা কি আধ্য়াপনা কৰি আছে?

(ক) মহাবিদ্য়ালয়ত

(খ) কলেজত

(গ) ডাক্তৰ

উত্তৰ- (ক) মহাবিদ্য়ালয়ত ।

16. প্ৰত্য়াগত সন্ধি ভাঙা কি?

(ক) প্ৰতি + আগত

(খ) প্ৰত + আগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) প্ৰতি + আগত ।

17. প্ৰত্য়াৰোপন সন্ধি ভাঙা কি? 

(ক) প্ৰতি + ৰোপন

(খ) প্ৰতি + ৰূপন

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) প্ৰতি + ৰোপন ।

18. অস্ত্ৰোপচাৰ সন্ধি ভাঙা কি?

(ক) অস্ত্ৰ + উপাচাৰ

(খ) অস্ত্ৰ + পচাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অস্ত্ৰ + উপাচাৰ ।

19. যোগাযোগ সন্ধি ভাঙা কি?

(ক) যোগ + অযোগ

(খ) যোগ + যোগ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) যোগ + যোগ ।

20. প্ৰতিষ্ঠান সন্ধি ভাঙা কি ?

(ক) প্ৰতি + থান

(খ) প্ৰতি + স্থান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰতি + স্থান ।

Type by- Bikul Mandal