Class 8 Assamese Chapter 16 MCQ’s Jatiya Bidyalaya | ভূমিকম্পৰ বিষয়ে অধ্য়য়ন | AJB Class 8 Assamese Chapter 18 MCQ’s Assamese Medium | Class 8 Assamese Chapter 16 | MCQ’s Type Question Answer |

Chapter- 16

ভূমিকম্পৰ বিষয়ে অধ্য়য়ন

1. কি আগতেও হোৱা নাছিল এনে নহয়?

(ক) বতাহ

(খ) ধুমুহা

(গ) ভূমিকম্প

উত্তৰ- (গ) ভূমিকম্প ।

2. কি বিষয়টোৰ নাম হৈছে ছিজমলজি?

(ক) অসমীয়া

(খ) ইংৰাজী

(গ) হিন্দী

উত্তৰ- (খ) ইংৰাজী ।

3. ছিজম’ল’জি শব্দটোৰ মূল উৎস হৈছে কি ভাষাৰ ছিজমছ?

(ক) বাংলা ভষা

(খ) হিন্দী ভাষা

(গ) গ্ৰীক ভাষা

উত্তৰ- (গ) গ্ৰীক ভাষা ।

4. লগ’ছৰ অৰ্থ কি?

(ক) শব্দ

(খ) লগা

(গ) লৰা-লৰি

উত্তৰ- (ক) শব্দ ।

5. ভূকম্পলেখ প্ৰস্তুত কৰা যন্ত্ৰটোৰ নাম কি?

(ক) থাৰ্মমিটাৰ

(খ) ছিজম’মিটাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ছিজম’মিটাৰ ।

6. ক্ষয়-ক্ষতি শব্দ অৰ্থ কি?

(ক) ক্ষমা কৰা

(খ) হানি, লোকচান

(গ) হ্ৰাস

উত্তৰ- (খ) হানি, লোকচান ।

7. গ্ৰাস শব্দ অৰ্থ কি?

(ক) গ্ৰাহক

(খ) গৰাহ

(গ) কমি যোৱা

উত্তৰ- (খ) গৰাহ ।

8. পৰিঘটনা শব্দ অৰ্থ কি?

(ক) বোধ

(খ) পৰিকল্পনা

(গ) অপৰিকল্পনা

উত্তৰ- (ক) বোধ ।

9. ওতপ্ৰোত শব্দ অৰ্থ কি?

(ক) আতৰে আতৰে

(খ) কাষে কাষে

(গ) অতি ওচৰত

উত্তৰ- (গ) অতি ওচৰত ।

10. বৃত্তিধাৰী শব্দ অৰ্থ কি?

(ক) চাকৰি

(খ) ব্য়ৱসায়

(গ) বাণিজ্য়

উত্তৰ- (খ) ব্য়ৱসায় ।

11. ভূকম্পন শব্দৰ অৰ্থ কি? 

(ক) ভূঁইকঁপ

(খ) ভূমিকম্প

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

12. ক্ষয়-ক্ষতি শব্দৰ অৰ্থ কি? 

(ক) হানি

(খ) লোকচান

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

13. গ্ৰাস শব্দৰ অৰ্থ কি? 

(ক) গৰাহ

(খ) কবল

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

14. দুৰ্য্য়োগ শব্দৰ অৰ্থ কি? 

(ক) বিপদ

(খ) দুৰ্দিন

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

15. প্ৰসাৰিত শব্দৰ অৰ্থ কি? 

(ক) বহলোৱা কাৰ্য্য়

(খ) বহল হৈ যোৱা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

16. চ্য়ুতি-বিচ্য়ুতি শব্দৰ অৰ্থ কি?

(ক) ভাগি-ছিগি যোৱা

(খ) বেঁকা-বেঁকি হা পৰা অৱস্থা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

17. ওতপ্ৰোত শব্দৰ অৰ্থ কি? 

(ক) ঘনিষ্ঠ

(খ) অতি ওচৰত

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

18. বিধ্বংসী শব্দৰ অৰ্থ কি?

(ক) ধ্বংসাত্মক

(খ) ভয়াৱহ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

19. বুদ্ধিমান বিপৰীত অৰ্থ বোধক শব্দ কি? 

(ক) বুদ্ধিহীন

(খ) বুদ্ধিমতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বুদ্ধিহীন ।

20. বৃদ্ধি বিপৰীত অৰ্থবোধক শব্দ কি?

(ক) নিববুদ্ধি

(খ) নিবৃদ্ধি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নিববুদ্ধি ।

Type by- Bikul Mandal