Class 8 Assamese Chapter 10 MCQ’s Jatiya Bidyalaya | ভোকেন্দ্ৰ বৰুৱা | AJB Class 8 Assamese Chapter 10 MCQ’s Assamese Medium | Class 8 Assamese Chapter 10 | MCQ’s Type Question Answer |

Chapter- 10

ভোকেন্দ্ৰ বৰুৱা

1. কলীকতীয়া পুতেকৰ নাম শুনিয়েই কোন উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ  পালেহি?

(ক) জেতুকী

(খ) জেউতী

(গ) জোনাকী

উত্তৰ- (ক) জেতুকী ।

2. কি লাগে যদি একুৰি ৰূপ পঠিয়াই দিয়া?

(ক) টকা-পইচা

(খ) ধন-বিত

(গ) ৰূপ-গুণ

উত্তৰ- (খ) ধন-বিত ।

3. কি কথা যে মোৰ নামটো ভোকোন্দি আছিল?

(ক) বৰ ভাল কথা

(খ) বৰ লাজৰ কথা

(গ) বৰ বেয়া কথা

উত্তৰ- (খ) বৰ লাজৰ কথা ।

4. ভোকোন্দি এটা কি নাম?

(ক) বেয়া নাম

(খ) ভাল নাম

(গ) অসভ্য়

উত্তৰ- (গ) অসভ্য় ।

5. জোঙাল বুধীয়া শব্দ অৰ্থ কি?

(ক) তীক্ষ্ণ বুদ্ধিৰ

(খ) অতীক্ষ্ণ বুদ্ধিৰ

(গ) অধৈৰ্য্য় হোৱা

উত্তৰ- (ক) তীক্ষ্ণ বুদ্ধিৰ ।

6. এৱাঁ চৰা শব্দ অৰ্থ কি?

(ক) সান্ত হোৱা

(খ) ধৈৰ্য্য় ধৰা

(গ) অধৈৰ্য্য় হোৱা

উত্তৰ- (গ) অধৈৰ্য্য় হোৱা ।

7. দোপত দোপে শব্দ অৰ্থ কি?

(ক) ক্ৰমে এখোপৰ পৰা ওপৰৰ খোপলৈ

(খ) তলে তলে

(গ) সমানে সমানে

উত্তৰ- (ক) ক্ৰমে এখোপৰ পৰা ওপৰৰ খোপলৈ ।

8. হেদালি  শব্দ অৰ্থ কি?

(ক) লতা বগাবলৈ পাতি দিয়া সেৰেঙা চাং

(খ) হালি-জালি

(গ) হেণ্ডেলি

উত্তৰ- (ক) লতা বগাবলৈ পাতি দিয়া সেৰেঙা চাং ।

9. বিজুগ শব্দ অৰ্থ কি?

(ক) চিঠিৰ খামৰ ওপৰত লিখা নাম-ঠিকনা

(খ) বিজুলী

(গ) বিসাদ

উত্তৰ- (ক) চিঠিৰ খামৰ ওপৰত লিখা নাম-ঠিকনা ।

10. কাৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক?

(ক) গোন্ধাই ঘৰৰ

(খ) বোপাই ঘৰৰ

(গ) সোণৰ ঘৰৰ

উত্তৰ- (ক) গোন্ধাই ঘৰৰ ।

11. ভোকোন্দি বৰ কি নাম?

(ক) ভাল

(খ) বেয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ভাল ।

12. ভোকেন্দ্ৰ বৰুৱা আচল নাম কি?

(খ) ভোকোন্দি

(খ) ভকোন্দি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভোকোন্দি ।

13. গোন্ধাই গুৱালৰ ঘৰ ক’ত?

(ক) মাজুলীত

(খ) বৰপেটাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মাজুলীত ।

14. গোন্ধাই ছোৱালী জনীৰ নাম কি?

(ক) ভুৰ্ভৰী

(খ) জেউতী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) ভুৰ্ভৰী ।

15. ভোকোন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ক’লৈ গৈছিল?

(ক) লণ্ডনলৈ

(খ) কলিকতালৈ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) কলিকতালৈ ।

16. প্ৰথম অসমীয়া চুটি গল্পটো নাম কি ?

(ক) কন্য়া

(খ) ভয়

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) কন্য়া ।

17. গল্পটোত উল্লেখ থকা ডাকোৱালজনৰ নাম কি?

(ক) বগীৰাম ডাকবাবু

(খ) হেমন্ত মহন্ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বগীৰাম ডাকবাবু ।

18. ভোকোন্দি নামটো কলেজৰ ল’ৰাই কি কৰে?

(ক) বৰ হিংসা কৰে

(খ) বৰ ঠাট্টা কৰে

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) বৰ ঠাট্টা কৰে ।

19. ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক কি বৃত্তিৰ সৈতে জড়িত আছিল?

(ক) গুৱাল

(খ) গৰখীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৱাল ।

20. ভোকেন্দ্ৰ বৰুৱা আচল নাম কি?

(ক) ভোকোন্দি

(খ) ভকোন্দি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) ভোকোন্দি ।

Type by- Bikul Mandal