সাধাৰণ বাক্য়ক বচনলৈ পৰিৱৰ্তন | দ্বিতীয় খণ্ড | অধ্য়ায় ৩ | Chapter 3 | Class 11 Logic & Philosophy All Question Answer Assamese Medium | HS 1st Year Logic & Philosophy All Question Answer Assamese Medium |

Chapter 3

সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন

1. তলত কিছুমান বাক্য়ক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা হ’ল।

(a) সকলো ৰাজহাঁহ বগা নহয়।

O- কিছুমান ৰাজহাঁহ বগা নহয়।

(b) প্ৰত্য়েক জন্তুৱেই মাংসভোজী নহয়।  

O- কিছুমান জন্তু নহয় মাংসভোজী।

(c) কোনো লিখকেই অজ্ঞানী নহয়।

E- কোনো লিখক নহয় অজ্ঞানী।

(d) একমাত্ৰ ধাৰ্মিকসকলেই নম্ৰ।

A- সকলো নম্ৰ লোক নহয় ধাৰ্মিক।

E- কোনো অধাৰ্মিক নহয় নম্ৰ।

I- কিছুমান ধাৰ্মিক নহয় নম্ৰ।

(e) মানুহৰ শিক্ষণ কেতিয়াও সম্পূৰ্ণ নহয়।

E- কোনো মানুহৰ শিক্ষণ নহয় সম্পূৰ্ণ।

(f) সাধু লোকৰ বাহিৰে আন কোনো বিশ্বাসী নহয়।

E- সাধু লোকৰ বাহিৰে কোনো লোক নহয় বিশ্বাসী।

(g) কেৱল সৎ ব্য়ক্তিয়েই বিশ্বাসযোগ্য়।

A- সকলো বিশ্বাসযোগ্য় ব্য়ক্তি সৎ।

E- কোনো অসৎ ব্য়ক্তি নহয় বিশ্বাসযোগ্য়।

I- কিছুমান সৎ ব্য়ক্তি নহয় বিশ্বাসযোগ্য়।

(h) কোনেনো নিজৰ জন্মস্থান ভাল নাপায়।

A- সকলো লোক হয় এনে যি নিজৰ জন্মস্থান ভাল পায়।

(i)  যি চিন্তা কৰিব পাৰে তেওঁৰেই অস্তিত্ব আছে।

A- সকলো চিন্তা কৰিব পৰা ব্য়ক্তি নহয় অস্তিত্বশীল।

(j) কম মানুহে শাৰীৰিক বাধাগ্ৰস্ত।

O- কিছুমান মানুহ নহয় শাৰীৰিক বাধাগ্ৰস্ত।

(k) কেৱল প্ৰাপ্তবয়স্কসকলেহে ভোটাধিকাৰৰ যোগ্য়।

A- সকলো ভোটাধিকাৰ যোগ্য় লোক হয় প্ৰাপ্তবয়স্ক।

E- কোনো অপ্ৰাপ্তবয়স্ক নহয় ভোটাধিকাৰ যোগ্য়।

I- কিছুামন প্ৰাপ্তবয়স্ক হয় ভোটাধিকাৰৰ যোগ্য়।

2. তলত দিয়া বাক্য়বোৰ বচনলৈ ৰূপান্তৰ কৰা  আৰু উপযুক্ত বচন চিহ্নৰে চিহ্নিত কৰাঃ

(a) জ্ঞানীসকলে সাধাৰণতে উদাৰ।

(b) বেছিবাগ ছাত্ৰই খেলা-ধূলাতে দক্ষ নহয়।

(c) কেৱল অশিক্ষিতসকলেই কুসংস্কাৰত বিশ্বাসী।

(d) সকলো বিজ্ঞানী আমেৰিকান নহয়।

(e) দয়া এটা মহৎ গুণ।

(f) প্ৰত্য়েক ৰোগেই দুৰাৰোগ্য় নহয়।

(g) শিক্ষকসকল প্ৰায়েই উদাৰ হয়।

(i) কম মানুহেই বিবেকবান।

(j) পণ্ডিতসকল সদায়েই নমস্য়।

(k) সকলো ছাত্ৰ সমানে দক্ষ নহয়।

(l) অধিকাংশ লোকেই সভাত উপস্থিত নাই।

(m) কেৱল পূৰুষসকলহে মছজিদত সোমাব পাৰে।

(n) মানুহ মাত্ৰেই বৃদ্ধি-বৃত্তিপন্ন জীৱ।

(o) এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ।

(p) প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু।

(q) ত্ৰিভূজ কেতিয়াওঁ বৰ্গক্ষেত্ৰ হ’ব নোৱাৰে।

(r) জাতিভেদ প্ৰথাই কেতিয়াওঁ ঐক্য় নানে।

(s) জ্ঞানী ব্য়ক্তি মাত্ৰেই শান্তিপ্ৰিয়।

3. খালী ঠাই পূৰণ কৰাঃ

(a) এটা বচনত অংশসমূহ              থাকে।

(b) সৰলীকৰণত তৰ্কবিজ্ঞানসন্মত বচনবোৰ                   ৰূপলৈ নিয়া হয়।

(c) বচনৰ সৰলীকৰণত বাক্য় আৰু পৰিৱৰ্তিত বচনৰ                 সলনি নহয়।

(d) বচনৰ ক্ষেত্ৰত নঞৰ্থক চিনটো সদায়            ৰ লগত লিখা হয়।

(e) বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্য়ৱহৃত শব্দটো হ’ল              

(f)               উদ্দেশ্য আৰু বচনৰ মাজত থাকে।

(g) সকলো, প্ৰত্য়েক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্য়বোৰক             বচনলৈ ৰূপান্তৰিত কৰা হয়।

(h) ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্য়বোৰক              বচনলৈ ৰূপান্তৰিত কৰা হয়।

(i) ‘কমেই’ শব্দটো থকা বাক্য়বোৰক সদায়              বচনলৈ নিয়া হয়।

4. চমু উত্তৰ দিয়াঃ

(a) বাক্য়ৰ সৰলীকৰণ কাক বোলে? উদাহৰণসহ লিখা।

উত্তৰঃ

(b) বাক্য় সৰলীকৰণ কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায়?

উত্তৰঃ

(c) সাৰ্বিক পৰিমাণৰ যুক্ত নঞৰ্থক বাক্য়বোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয়। উদাহৰণসহ লিখা।

উত্তৰঃ

(d) কমেই, কাৎচিতহে আদি শব্দযুক্ত বাক্য়বোৰক কিয় নঞৰ্থক ৰূপ দিয়া হয়?

উত্তৰঃ

(e) সকলো প্ৰকাৰৰ বাক্য়ক বচনলৈ নিওতে পালন কৰিব লগীয়া তিনিটা সাধাৰণ নিয়ম লিখা।

উত্তৰঃ

(f) উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্য়বোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে? সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰণ লিখা।

উত্তৰঃ