Class 8 Assamese Chapter 9 MCQ’s Jatiya Bidyalaya | হিংসা নকৰোঁ কাকো | AJB Class 8 Assamese Chapter 9 MCQ’s Assamese Medium | Class 8 Assamese Chapter 9 | MCQ’s Type Question Answer |

Chapter- 9

হিংসা নকৰোঁ কাকো

1. আমোলাপটিৰ অনাদি চলিহা কিহৰ খঁকুৱা আছিল?

(ক) ভাতৰ

(খ) মাছৰ

(গ) কণিৰ

উত্তৰ- (খ) মাছৰ ।

2. সাজে পতি লাগে কি গৰাহত খায় পুঠি?

(ক) চিতল ভকুৱা

(খ) গৰৈ মাছ

(গ) মাংস

উত্তৰ- (ক) চিতল ভকুৱা ।

3. বৰদলনিৰ কিহেৰে ভাঙিলে নতুন ভেটা?

(ক) পোনামাছবোৰে

(খ) ৰৌমাছবোৰে

(গ) মাগুমাছবোৰে

উত্তৰ- (ক) পোনামাছবোৰে ।

4. কুট্-কুট্নিত কোনে থাকিবকে পৰা নাই?

(ক) চলিহা বেচেৰা

(খ) ৰমেনে

(গ) কমলে

উত্তৰ- (ক) চলিহা বেচেৰা ।

5. শুং কিডালেৰে ক’ত সু সুৰি দিছিল?

(ক) নাকৰ ফুটাত

(খ) কাণৰ ফুটাত

(গ) চকুত

উত্তৰ- (ক) নাকৰ ফুটাত ।

6.  কি কৰা মহাপাপ বুলি মনে মনে আওৰাইছিল?

(ক) জীৱ হিংসা

(খ) চিৰ কৰা

(গ) ভক্তি কৰা

উত্তৰ- (ক) জীৱ হিংসা ।

7. নৱকান্ত বৰুৱা জন্ম কিমান চনত হৈছিল?

(ক) ১৯২৬

(খ) ১৯৬২

(গ) ১৯১৫

উত্তৰ- (ক) ১৯২৬ ।

8. নৱকান্ত বৰুৱা ক’ত জন্ম হৈছিল?

(ক) গুৱাহাটীত

(খ) নগাঁও

(গ) মৰিগাওঁ

উত্তৰ- (ক) গুৱাহাটীত ।

9. নৱকান্ত বৰুৱাই কি ৰচনা কৰিছিল?

(ক) কবিতা , নাটক, উপন্য়াস

(খ) পদ্য়

(গ) গল্প

উত্তৰ- (ক) কবিতা , নাটক, উপন্য়াস ।

10. নৱকান্ত বৰুৱাই শিশু সকলৰ বাবে কি ৰচনা কৰি গৈছে?

(ক) সাহিত্য়

(খ) পদ্য়

(গ) গদ্য়

উত্তৰ- (ক) সাহিত্য় ।

11. চলিহাৰ লিংগ পৰিৱৰ্তন কি?

(ক) চলিহী

(খ) চলিহানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চলিহী।

12. বৰুৱাৰ লিংগ পৰিৱৰ্তন কি?

(ক) বৰুৱানী

(খ) শইকীয়ানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বৰুৱানী ।

13. কলিতাৰ লিংগ পৰিৱৰ্তন কি?

(ক) বৰুৱানী

(খ) কলিতানী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) কলিতানী ।

14. শইকীয়াৰ লিংগ পৰিৱৰ্তন কি?

(ক) কলিতানী

(খ) শইকীয়ানী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) শইকীয়ানী ।

15. বৰাৰ লিংগ পৰিৱৰ্তন কি?

(ক) বৰানী

(খ) বৰুৱানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বৰুৱানী ।

16. জীৱ হিংসা কি বুলি কৈছে?

(ক) মহাপাপ

(খ) ধৰ্ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মহাপাপ ।

17. বৰদলনিৰ পোনামাছবোৰে কি ভাঙিলে?

(ক) নতুন ভেটা

(খ) জেওৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নতুন ভেটা ।

18. অনাদি চলিহা ঘৰ ক’ত?

(ক) আমোলাপটিত

(খ) মৰিগাঁৱত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আমোলাপটিত ।

19. চলিহা কিয় খীণাই গ’ল?

(ক) গাখীৰ , দৈ নোখোৱা বাবে

(খ) মাছ, মঙহ নোখোৱা বাবে

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।

20. সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল’লে?

(ক) মাছ নামাৰো বুলি

(খ) মাছ,মঙহ, কণী এৰিম বুলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাছ,মঙহ, কণী এৰিম বুলি ।

Type by- Bikul Mandal