Class 8 Assamese Chapter 14 MCQ’s Jatiya Bidyalaya | পুৰণি অসমৰ চিত্ৰকলা | AJB Class 8 Assamese Chapter 14 MCQ’s Assamese Medium | Class 8 Assamese Chapter 14 | MCQ’s Type Question Answer |

Chapter- 14

পুৰণি অসমৰ চিত্ৰকলা

1. চিত্ৰকলা হ’ল  ৰং-ৰেখা আৰু কি খেল?

(ক) লুডু খেল

(খ) কাবাডি খেল

(গ) ছাঁ-পোহৰৰ খেল

উত্তৰ- (গ) ছাঁ-পোহৰৰ খেল ।

2. মানুহ কি জীৱ?

(ক) সৌন্দৰ্য্য়পিয়াসী

(খ) জ্ঞানী

(গ) মূৰ্খ

উত্তৰ- (ক) সৌন্দৰ্য্য়পিয়াসী ।

3. কলাজগতৰ মূল আধাৰই হৈছে কি?

(ক) কৰ্ম

(খ) জ্ঞান

(গ) সৌন্দৰ্য্য়

উত্তৰ- (গ) সৌন্দৰ্য্য় ।

4. অসমৰ চিত্ৰকলাৰ ইতিহাস হ’ল এক কি?

(ক) সুপ্ৰাচীন ইতিহাস

(খ) প্ৰাচীন ইতিহাস

(গ) শিলালিপি

উত্তৰ- (ক) সুপ্ৰাচীন ইতিহাস ।

5. মহাপুৰুষজনা এজন সুনিপুণ কোন আছিল?

(ক) গীতিকাৰ

(খ) প্ৰবন্ধক

(গ) চিত্ৰশিল্পী

উত্তৰ- (গ) চিত্ৰশিল্পী।

6. অসমৰ পুথি চিত্ৰকলা কেইটা ভাগত ভগোৱা হৈছে?  

(ক) তিনিটা ভাগত

(খ) চাৰিটা ভাগত

(গ) দুইটা ভাগত

উত্তৰ- (গ) দুইটা ভাগত ।

7. কি পুথিচিত্ৰসমূহ মুলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল?

(ক) ৰজাঘৰীয়া

(খ) নামঘোষা

(গ) ধৰ্মীয়

উত্তৰ- (ক) ৰজাঘৰীয়া ।

8. শ্ৰীশংকৰদেৱৰ চিহ্নযাত্ৰ ভাওনাৰ বাবে সাত বৈকুণ্ঠ এখন কি পট আঁকিছিল?

(ক) ভাল

(খ) বেয়া

(গ) সুবৃহৎ

উত্তৰ- (গ) সুবৃহৎ ।

9.কোনে পুথি চিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে?

(ক) ৰচকসকলে

(খ) গীতিকাৰসকলে

(গ) অসমৰ চিত্ৰকৰসকলে

উত্তৰ- (গ) অসমৰ চিত্ৰকৰসকলে ।

10.  হৰ্ষচৰিত কোনে ৰচনা কৰিছি

(ক) বাণভট্টই

(খ) অসমৰ চিত্ৰকৰসকলে

(গ) শ্ৰীশংকৰদেৱে

উত্তৰ- (ক) বাণভট্টই ।

11. ডাঠ বিপৰীত শব্দ কি?

(ক) পাতল

(খ) টান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাতল ।

12. খ্ৰীষ্টীয় কিমান শ শতিকাত কামৰূপত ৰচিত এখন উপপুৰাণ?

(ক) ১২শ

(খ) ১১শ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১১শ ।

12. কিমান টা অধ্য়ায়ত মুঠতে ৯০০০টা শ্লোক আছে?

(ক) ৯টা

(খ) ৯০টা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ৯০টা ।

13. ওচৰ বিপৰীত শব্দ কি?

(ক) বাহিৰত

(খ) দূৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দূৰৰ ।

14. উজ্জ্বল বিপৰীত শব্দ কি?

(ক) কামনা

(খ) অনুজ্জ্বল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অনুজ্জ্বল ।

15. ওখ বিপৰীত শব্দ কি?

(ক) দীঘল

(খ) চাপৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চাপৰ ।

16. ছাঁ বিপৰীত শব্দ কি?

(ক) ৰ’দ

(খ) পোহৰ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) পোহৰ ।

17. শ্ৰী শংকৰদেৱে কি ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল?

(ক) চিহ্নযাত্ৰা

(খ) চিহ্নযত্ৰ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) চিহ্নযাত্ৰা ।

18. কোন আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে?

(ক) মোগল

(খ) আহোম

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) মোগল ।

19. মহাপুৰুষজনা এজন সুনিপুণ কি আছিল?

(ক) নৃত্য়শিল্পী

(খ) চিত্ৰ শিল্পী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) চিত্ৰ শিল্পী ।

20. মানুহ কি জীৱ? 

(ক) ৰূপৱতী জীৱ

(খ) সৌন্দৰ্য্য়পিয়াসী জীৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৌন্দৰ্য্য়পিয়াসী জীৱ ।

Type by- Bikul Mandal