Chapter 12 Biology Solution Assamese Medium | Chapter 2 | অধ্যায় ২ | সপুষ্পক উদ্ভিদত যৌন প্ৰজনন | HS 2nd Year Biology Answer Assam | Sexual Reproduction in Flowering Plants

Chapter 2

সপুষ্পক উদ্ভিদত যৌন প্ৰজনন

প্ৰশ্নমালা

(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. প্ৰ-প্ৰসুতক কাক বোলে? 

উত্তৰঃ

2. ৰেণুজনন কোষ কিহৰ পৰা সৃষ্টি হয়? 

উত্তৰঃ

3. স্ত্ৰীৰেণু মাতৃকোষৰ পৰা কি সৃষ্টি হয়?  

উত্তৰঃ

4. গৰ্ভাধানৰ পিচত ভ্ৰূণপোষক কোষকেন্দ্ৰৰ ক্ৰম’জম সংখ্যা তিনিগুণ কিয় হয়?  

উত্তৰঃ

5. বহুভ্ৰাণতাৰ চমু টোকা লিখা।

উত্তৰঃ

6. অপ্ৰকৃত ফল মানে কি বুজা?  

উত্তৰঃ

7. বীজহীন ফল মানে কি বুজা?  

উত্তৰঃ

8. এজোপা গুপ্তবীজী উদ্ভিদত টেপেটাম ক’ত থাক? ইয়াৰ কাম কি?  

উত্তৰঃ

9. বায়ুপৰাগী ফুলৰ অন্ততঃ দুটা চাৰিত্ৰিক বাশিষ্ট্য লিখা।

উত্তৰঃ

10. বেটুৰ কাৰ্য্য কি কি?  

উত্তৰঃ

11. দলমণ্ডলৰ কাৰ্য্য উল্লেখ কৰা।

উত্তৰঃ

12. দ্বি-গৰ্ভাধান বা দ্বি-নিষেচন মানে কি বুজায়?  

উত্তৰঃ

13. অমৰাবিন্যাস কাকে বোলে?  

উত্তৰঃ

14. ফুলৰ কোনটো অংশৰ পৰা প্ৰকৃত ফলৰ বিকাশ হয়? 

উত্তৰঃ

15. এজোপা উদ্ভিদৰ উদাহৰণ দিয়া যাৰ ফল গৰ্ভাশয়ৰ পৰা বিকাশক নহয়? 

উত্তৰঃ

16. পৰাগৰেণুৰ কোনখন বেৰত জনন ছিদ্ৰ পোৱা যায়?  

উত্তৰঃ

17. এটা ডিম্বকৰ নিষেচনৰ পিছত প্ৰতিবাদ কোষসমষ্টিৰ কি হয়? 

উত্তৰঃ

(B) চমু উত্তৰৰ প্ৰশ্নঃ  

1. পৰাগৰেণুৰ গঠন বৰ্ণনা কৰা?

উত্তৰঃ

2. পৰাগৰেণু কেনেকৈ উৎপন্ন হয়।

উত্তৰঃ

3. স্ত্ৰীৰেণুৰ বিকাশ কেনেকৈ হয়? 

উত্তৰঃ

4. গুপ্তবীজী উদ্ভিদৰ ডিম্বকৰ ভিতৰৰ বিভিন্ন কোষ কেন্দ্ৰ সমূহৰ সৈতে দীৰ্ঘচ্ছেদৰ চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ

6. উদ্ভিদৰ ডিম্বকৰ ভিতৰত ভ্ৰূণস্থলী সৃষ্টি হোৱা পৰ্য্যন্ত বিভিন্ন স্তৰসমূহ দেখুওৱা।

উত্তৰঃ

7. পুংজনন কোষৰ বিকাশ বৰ্ণনা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ

8. দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা আৰু একবীজপত্ৰী ভ্ৰূণৰ লগত পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

9. ডিম্বক আৰু বীজৰ মাজত থকা পাৰ্থক্যসমূহৰ এখন তালিকা প্ৰশ্তুত কৰা।

উত্তৰঃ

10. ফল পৰিপক্ক হোৱা (পকা) মানে কি বুজায়? 

উত্তৰঃ

11. অনিষেক বুলিলে কি বুজা? 

উত্তৰঃ

12. ভ্ৰূণপোষৰ বিকাশ ভ্ৰূণৰ বিকাশৰ আগতেই হয়। যুক্তি দিয়া।

উত্তৰঃ

13. টেপেটাম কি? ইয়াৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ

(C) পাৰ্থক্য নিৰ্দেখ কৰাঃ

1. নলিকা কোষকেন্দ্ৰ আৰু জননক্ষম কোষকেন্দ্ৰ।

উত্তৰঃ

2. স্পৰ’জেনেছিছ আৰু গেমেট’জেনেছিছ।

উত্তৰঃ

3. প্ৰকৃত ফল আৰু অপকৃত ফল।

উত্তৰঃ

4. সৰল ফল আৰু যৌগিক ফল।

উত্তৰঃ

5. ভ্ৰূণপোষী আৰু অভ্ৰূণপোষী বীজ।

উত্তৰঃ

6. ভ্ৰূণস্থলী আৰু ডিম্বক।

উত্তৰঃ

7. স্ত্ৰীৰেণু আৰু পুংৰেণু।

উত্তৰঃ

(D) তলত দিয়া সমূহৰ একোটা মূল কাৰ্য্য উল্লেখ কৰাঃ

1. জননক্ষম কোষকেন্দ্ৰ  2. ভ্ৰূণপোষ  3. ডিম্বক  4. ডিম্বক ৰন্ধ্ৰ  5. ভ্ৰূণস্থলী 

উত্তৰঃ

(E) বহু বিকল্পী প্ৰশ্নঃ

1. ভ্ৰূণস্থলী সৃষ্টি হয় কিহৰ পৰা? ঃ

(a) প্ৰপ্ৰসূতক   (b) ৰেণুজনন কোষ   (c) স্ত্ৰীৰেণু কোষ   (d) নিউচেলাচ

উত্তৰঃ

2. গৰ্ভাধানৰ আগলৈকে পূৰ্ণতা প্ৰাপ্ত ভ্ৰূণস্থলীৰ ভিতৰত থকা কোষকেন্দ্ৰৰ মুঠ সংখ্যাঃ

(a) দুটা    (b) চাৰিটা    (c) আঠটা    (d) নিৰ্দিষ্ট নহয়

উত্তৰঃ

3.ভ্ৰূণস্থলীৰ ভিতৰত দুগুণ ক্ৰম’জম থকা কোষকেন্দ্ৰ দেখা যায়ঃ

(a) স্ত্ৰীজনন কোষ    (b) প্ৰতিবাদ কোষ সমষ্টিত    (c) নিশ্চিত কোষকেন্দ্ৰত    (d) সহকাৰী কোষত 

উত্তৰঃ

4. ভ্ৰূণপোষী বীজৰ উদাহৰণ হ’লঃ

(a) বুটমাহ    (b) ধান    (c) উৰহী    (d) লাও

উত্তৰঃ

5. যৌগিক ফল সৃষ্টি হয়ঃ

(a) বহুগৰ্ভপত্ৰ থকা গৰ্ভাশয়ৰ পৰা    (b) পুষ্প বিন্যাসৰ ফুল বিলাক একেলগ হৈ    (c) ফলৰ একমাত্ৰ গৰ্ভাশয়ৰ পৰা    (d) পুষ্পাক্ষৰ পৰা

উত্তৰঃ

6. ভ্ৰূণসৃষ্টি হয়ঃ   

(a) স্ত্ৰীজনন কোষ    (b) নিশ্চিত কোষকেন্দ্ৰ    (c) প্ৰতিবাদ কোষ সমষ্টি    (d) সহকাৰী কোষৰ পৰা

উত্তৰঃ

7. ধান এক ধৰণৰঃ    

(a) ভ্ৰূণপোষী    (b) অভ্ৰূণপোষী    (c) বীজহীন    (d) অপকৃত ফল

উত্তৰঃ

8. পৰিণত ভ্ৰূণস্থলীত কোষৰ সংখ্যাঃ

(a) এটা    (b) দুটা    (c) পাঁচটা    (d) আঠটা

উত্তৰঃ

9. গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফল হৈছেঃ

(a) মাটি কঁঠাল    (b) আপেল    (c) আম    (d) ঔটেঙা

উত্তৰঃ

(F) ৰচনা ভিত্তিক প্ৰশ্নঃ

1. এটি আদৰ্শ ফলৰ বিভিন্ন অংশ আঁকি বৰ্ণনা কৰা।

উত্তৰঃ

2. ডিম্বক বিভিন্ন অংশ চিত্ৰ আঁকি বৰ্ণনা কৰা।

উত্তৰঃ

3. গুপ্তবীজী উদ্ভিদৰ পুং ৰেণু গঠনৰ প্ৰক্ৰিয়া উপযুক্ত চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। টোপেটামৰ কাম কি উল্লেখ কৰা।

উত্তৰঃ

4. জননকোষৰ গঠন আৰু তাৰ বিকাশ সম্পৰ্কে এটি চমু পৰ্য্যালোচনা কৰা।

উত্তৰঃ

5. গৰ্ভাধানৰ পিচত বীজে কেনেকৈ বিকাশ লাভ কৰে তাৈৰ চমু বৰ্ণনা কৰা।

উত্তৰঃ

6. গৰ্ভাশয় কেনেকৈ ফললৈ ৰূপান্তৰিত হয়? বিভিন্ন ধৰণৰ ফল কেনেকৈ শ্ৰেণী বিভাগ কৰা হয়? 

উত্তৰঃ

7. জননকোষ বুলিলে কি বুজা? উদ্ভিদৰ পুংজননকোষৰ উৎপত্তি, গঠন আৰু বিকাশ সম্পৰ্কে বিৱৰণ দিয়া।

উত্তৰঃ

8. পৰাগযোগ কি? ইতৰ-পৰাগযোগৰ বাবে উদ্ভিদৰ কৌশল সমূহ কি কি? 

উত্তৰঃ

9. পুংৰেণু গঠনৰ প্ৰক্ৰিয়া উপযুক্ত চিত্ৰৰ সহায়ত লবৰ্ণনা কৰা।

উত্তৰঃ

10. পুংজননকোষ গঠনৰ প্ৰক্ৰিয়া উপযুক্ত চিত্ৰৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ

11. চিহ্নিত চিত্ৰৰ সহায়ত এজোপা গুপ্তবীজী উদ্ভিদৰ স্ত্ৰীলিঙ্গধৰ উদ্ভিদৰ (ভ্ৰূণস্থলীৰ) বিকাশ সম্পৰ্কে টোকা লিখা।

উত্তৰঃ

12. ভ্ৰূণ কি? দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ সম্পৰ্কে বৰ্ণনা কৰা। দ্বিবীজপত্ৰী ভ্ৰূণক একবীজপত্ৰী ভ্ৰূণৰ পৰা কেনেকৈ পৃথক কৰিবা?

 উত্তৰঃ

13. ‘পৰাগযোগ সপুষ্পক উদ্ভিদৰ জীৱনচক্ৰৰ এটা উল্লেখযোগ্য দিশ’ কথাফাকিৰ যথাৰ্থতা দেখুওৱা আৰু এই দায়িত্ব পালন কৰা বিভিন্ন কাৰকসমূহৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ

14. গুপ্তবীজী উদ্ভিদৰ ভ্ৰূণস্থলী গঠনৰ বিভিন্ন স্তৰসমূহ উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

15. গুপ্তবীজী উদ্ভিদৰ যঔন প্ৰজনন প্ৰক্ৰিয়াত ঘটা বিভিন্ন পৰিঘটনাসমূহ কি কি? উপযুক্ত চিত্ৰৰ সহায়ত চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

16. কৃত্ৰিম সংকৰণ কি? ত্ৰাণ সংকৰণত ব্যৱহাৰ হোৱা পদ্ধতিৰ বৰ্ণনা কৰা।

উত্তৰ(D) 1. (দুটা পুংজননকোষ সৃষ্টি কৰে) 2. (ভ্ৰূণক খাদ্য যোগান ধৰে), ৩. (গৰ্ভাধানৰ পিচত ডিম্বকৰ পৰা বীজ সৃষ্টি হয়),4. (ডিম্বক-ৰন্ধ্ৰইদি পুংজনন কোষ দুটা ভ্ৰূণস্থলীলৈ স্থানান্তৰ কৰা হয়।) 5. (ভ্ৰূণস্থলীৰ ভিতৰত ডিম্বাণু আৰু ভ্ৰূণাণুৰ বিকাশ ঘটে।)(E) 1 (c), 2. (c), 3. (c), 4. (b), 5.  (b), 6. (a), 7. (a), 8. (d), 9. (c)।(F) (a) প্ৰতিসম, (b) মঞ্জৰী পত্ৰাৱৰণ, (c) পুংধৰ, (d) অধিগৰ্ভ, (e) পখিলা সদৃশ, (f) একগুচ্ছ, (g) ক্ৰান্তিয়, (h) নেমু।           

NCERT পাঠ্যক্ৰমৰ প্ৰশ্নসমূহ

1. গুপ্তবীজী উদ্ভিদৰ ফুলৰ অংশ সমূহৰ নাম উল্লেখ কৰা য’ত পুং আৰু স্ত্ৰীজননকোষৰ গঠন হয়।

উত্তৰঃ

2. পুংৰেণু আৰু স্ত্ৰীৰেণুৰ বিকাশৰ মাজত পাৰ্থক্য কি? এনে ক্ষেত্ৰত কি ধৰণৰ কোষবিভাজন হয়? সৰ্বশেষত কি ধৰণৰ গঠন উৎপন্ন হয়? 

উত্তৰঃ

3. তলত উল্লেখ কৰা সমূহ বিকাশৰ পৰ্য্যায় হিচাবে সজোৱাঃ

পুংৰেণু, ৰেণুজনন কলা, ৰেণু চতুষ্টয়, ৰেণু মাতৃকোষ, পুংজননকোষ।

উত্তৰঃ

4. পৰিষ্কাৰ আৰু চিহ্নিত চিত্ৰৰ সহায়ত এটি আদৰ্শ গুপ্তবীজীৰ ডিম্বকৰ বৰ্ণনা দিয়া।

উত্তৰঃ

5. স্ত্ৰীজননকোষৰ একৰেণু বিকাশ মানে কি বুজা? 

উত্তৰঃ

6. পৰিষ্কাৰ চিত্ৰৰ সহায়ত ৭টা কোষ আৰু, ৮টা কোষকেন্দ্ৰ থকা স্ত্ৰীজননকোষৰ ব্যাখ্যা কৰা।

উত্তৰঃ

7. উন্মীলিত ফুল কোন বিলাক? অনুন্মীলিত ফুলত ইতৰ পৰাগযোগ হ’ব পাৰে নে? যুক্তিসহ উত্তৰ দিয়া।

উত্তৰঃ

8. স্ব-পৰাগযোগ নহবৰ বাবে উদ্ভৱ হোৱা দুটা উপায়ৰ উল্লেখ কৰা।

উত্তৰঃ

9. স্ব-বিৰোধী পৰাগযোগ মানে কি? এনে ধৰণৰ স্ব-বিৰোধী ফুলত স্ব-পৰাগযোগৰ ফভলত বীজ উৎপাদন নহয় কিয়?

 উত্তৰঃ

10. ‘বেগিং’ পদ্ধতি কি বুজায়? উদ্ভিদ প্ৰজনন বাবে ই কি ভাবে প্ৰয়োজন হয়? 

উত্তৰঃ

11. ত্ৰি-মিলন কাক বোলে? ক’ত আৰু কেনেকৈ ই সম্পন্ন হয়? ত্ৰি-মিলনত যুক্ত কোষকেন্দ্ৰ কেইটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ

12. পাৰ্থক্য লিখাঃ

(a) অৱকাণ্ড আৰু অধিকাণ্ড  (b) কাণ্ডাৱৰণ আৰু মূলাৱৰণ  (c) বীজৰ বহিস্ত্বক আৰু অন্তঃস্ত্বক  (d) অবিচ্ছিন্ন নিউচেলাচ যুক্ত ফল আৰু বহিঃফলত্বক।

উত্তৰঃ

13. আপেলক কিয় অপকৃত ফল বোলা হয়? ফুলৰ কোন অংশৰ পৰা ই সৃষ্টি হয়? 

উত্তৰঃ

14. পৰগৰেণু সৃষ্টিত ‘টেপেটামৰ’ ভূমুকা কি ব্যাখ্যা কৰা।

উত্তৰঃ

15. ‘এপ’মিক্সিচ’ মানে কি বুজায় আৰুূ ইয়াৰ গুৰুত্ব কি? 

উত্তৰঃ

I. এক নম্বৰৰ প্ৰশ্নঃ

(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. প্ৰজননৰ সংজ্ঞা দিয়া।

উত্তৰঃ

2. বন্ধ্যাত্ব মানে কি? 

উত্তৰঃ

3. শম্বুক পৰাগন কাক বোলে?

উত্তৰঃ

4. কোন ধৰণৰ ফুলে ইতৰ-পৰাগযোগ পছন্দ কৰে? 

উত্তৰঃ

5. স্ববন্ধ্যা উদ্ভিদত কি ধৰণৰ পৰগযোগ হয়? 

উত্তৰঃ

6. বেলিফুল কিয় পতঙ্গ পৰাগনৰ বাবে আটাইতকৈ সুবিধাজনক? 

উত্তৰঃ

7. দ্বি-নিষেচন কি? ইয়াক কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ

8. স্বপ’ৰপলেনিন কি?

উত্তৰঃ

9. গুপ্তবীজীৰ পুংজননকোষ আৰু স্ত্ৰীজননকোষত সৃষ্টি হোৱা প্ৰথম কোষ কোনটো? 

উত্তৰঃ

10. দুবিধ উদ্ভিদৰ নাম লিখা য’ত ঃ–(I) চৰাই আৰু (II) বাদুলিৰ দ্বাৰা পৰাগযোগ হয়।

উত্তৰঃ

11. ত্ৰি-সংলয়ন কি? 

উত্তৰঃ

12. অনিষেকতা আৰু অনিষেক ফল কাক বোলে? 

উত্তৰঃ

13. তলত উল্লেখ কৰা শব্দসমূহক প্ৰকৃত ক্ৰম অনুসৰি সজোৱাঃ পুংৰেণু, ৰেণুজনন কোষ, ৰেণু চতুষ্টয়, ৰেণুমাতৃকোষ, পুংজনন কোষ।

উত্তৰঃ

14. গুপ্তবীজীত ভ্ৰূণপোষ কেনেকৈ ত্ৰিগুণ ক্ৰম’জম বিশিষ্ট হয়? 

উত্তৰঃ

15. জননকোষৰ মিলন নোহোৱাকৈ যি ৰূপান্তৰিত প্ৰজননৰ ফলত বীজ উৎপাদন হয় সেই ৰূপান্তৰিত প্ৰজননৰ বৈজ্ঞানিক আখ্যা দিয়া।

উত্তৰঃ

16. দ্বিবেষ্টনিযুক্ত দ্বিকোষ্ঠী পৰাগধানীত 100টা পুঃৰেণু মাতৃকোষ আছে। ইয়াৰ পৰা কিমানটা পুংজনন কোষ সৃষ্টি হ’ব?

 উত্তৰঃ

17. মৌপালকে কিয় মৌবাহ শস্যৰ ফুল ফুলাৰ সময়ত শস্য পথাৰত নি ৰাখে? 

উত্তৰঃ

18. এটি উদ্ভিদৰ দৈহিক কোষত যদি 24 ডাল ক্ৰম’জম থাকে তেতিয়া তাৰ পুংজননকোষত আৰু ভ্ৰূণপোষকত কিমান ক্ৰম’জম থকিব?

উত্তৰঃ

19. ভ্ৰূণস্থলীৰ গৰ্ভযন্ত্ৰত থকা কোষ সমষ্টি কি কি? 

উত্তৰঃ

20. পৰাগকোষ পূৰঠ হৈ মোচনৰ পূৰ্বে যি তিনিটা কোষ থাকে সেই কেইটা কি কি? 

উত্তৰঃ

21. গৰ্ভকেশৰ কোন অংশৰ বিকাশ ঘটি ফল আৰু বীজ উৎপন্ন হয়? 

উত্তৰঃ

22. খেতি কৰা এবিধ উদ্ভিদৰ নাম উল্লেখ কৰা যাৰ ফল আৰু বীজ সৃষ্টি নহয়।

উত্তৰঃ

23. তলত উল্লেখিত কাৰ্যৰ নাম লিখাঃ

(I) উভয়লিংগী ফলৰ পৰাগকোষ আঁতৰাই স্ত্ৰীপুষ্পলৈ ৰূপান্তৰতকৰণ (II) গৰ্ভমুণ্ডৰ ওপৰত উপযুক্ত পুংৰেোণু ছটিয়াই দিয়া।

উত্তৰঃ

24. প্ৰপ্ৰসূতক আৰু টেপেটাম কাক বোলে? 

উত্তৰঃ

25. প্ৰকৃত ফল আৰু অপ্ৰকৃত ফলৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ

26. সপুষ্পক উদ্ভিদৰ স্ত্ৰীলিংগধৰত তিমান এগুণাত্মক কোষ থাকে? 

উত্তৰঃ

27. নিষেচন নোহোৱাকৈ কি কি প্ৰকাৰে বীজৰ বিকাশ হয় উল্লেখ কৰা।

উত্তৰঃ

28. ফুলে সিহঁতৰ পতংগ পৰাগযোগৰ বাহকবোৰ কেনেকৈ পুৰষ্কাৰ দিয়ে? 

উত্তৰঃ

(B) শূন্যস্থান পূৰণ কৰাঃ

1. বহিৰ্গঠন হিচাবে ফুল এটি ৰূপান্তৰিত                  ।

2. এটি ফুলৰ পৰা পৰাগৰেণু এওকেজোপা গছত থকা এটি ফুলৰ গৰ্ভমুণ্ডৰ স্থানান্তৰিত হোৱাক                         বোলে।

3. বায়ুপৰাগন ফুল বিলাক সাধাৰণতে                  প্ৰকৃতিৰ।

4. পৰগনলীৰ ডিম্বকৰন্ধ্ৰৰ মাজেৰে গৈ ডিম্বকত প্ৰবেশ কৰাকে                  বোলে।

5. পৰাগৰেণুই চৰম তাপ আৰু শুকানী সহ্য কৰিব পাৰে, কাৰণ ইয়াৰ বহিঃস্ত্বক                  ৰ দ্বাৰা গঠিত।

6. এন্থেছিছ এনেকুৱা এটা অৱস্থা য’ত                  ফুলে।

7. ডিম্বক অমৰাৰ লগত সংযুক্ত হোৱা স্থানক                  বোলে।

8. ভ্ৰূণস্থলীৰ প্ৰথম কোষ হ’ল                  ।

9. ডিম্বক নাভী এটি বিন্দু য’ত                  ৰ                  সংযুক্ত থাকে।

10. যোজন কোষৰ পৰা উৎপন্ন দৈহিক কোষ কিছুমানৰ পৰা গঠন হোৱা ভ্ৰূণক                  বোলা হয়।

11. অনিষেকতা জনিত কাৰণত গৰ্ভাধান নোহোৱা ফুলত উৎপন্ন                  প্ৰকৃততে                  ফল।

12. এপ’মিক্সিছ এক ধৰণৰ অপ্ৰচলিত যৌন প্ৰজনন য’ত                  আৰু                  না থাকে।

13. ভ্ৰূণস্থলীৰ গৰ্ভযন্ত্ৰ                  কোষেৰে গঠিত।

14. ভ্ৰূণস্থলীৰ নিশ্চিত কোষকেন্দ্ৰ                  আৰু                  ৰ উৎপাদন।

15. অনেক দ্বিবীজপত্ৰীৰ                  জমা থকা খাদ্য ক্ৰমাৎ বৃদ্ধি পোৱা                  ই গ্ৰহণ কৰি শেষ কৰে।

16. গৰ্ভকেশৰৰ                  য়ে ফল আৰু গৰ্ভকোষ্ঠৰ                  য়ে বীজ গঠন কৰে।

17. ডাব নাৰিকলৰ পানীখিনি                  ।

(C) সত্য আৰু অসত্য উক্তিবোৰ নিৰ্ণয় কৰাঃ

1. গুপ্তবীজীত পূৰ্ণতা প্ৰাপ্ত পুংজনন কোষ গঠিত হয় পুংৰেণু মাতৃকোষৰ পৰা এটি হ্ৰাসাত্মক আৰু দুটা দৈহিক বিভাজনৰ যোগেদি।

উত্তৰঃ

2. টেপেটামটো হ’ল ৰেণুধানীৰ আটাইতকৈ ভিতৰৰ তৰপ যিয়ে ৰেণুজনন কোষসমূহক ৰক্ষা কৰে।

উত্তৰঃ

3. ভ্ৰূণপোষ সৃষ্টিকাৰী গৌণ কোষকেন্দ্ৰ ভ্ৰূণস্থলীৰ মধ্েযত অৱস্থান কৰে যাৰ ক্ৰম’জম সংখ্যা দুগুণ।

উত্তৰঃ

4. এপ’মিক্সিচ এনে এটি ঘটনা য’ত জনন কোষৰ মিলন নোহোৱাকৈয়ে নতুন উদ্ভিদৰ বিকাশ হয়।

উত্তৰঃ

5. Xanogamy এনে এক ধৰণৰ পৰাগযোগ যি বংশগত ভাবে পাৰ্থক্য থকা পৰাগৰেণু গৰ্ভমুণ্ডত স্থাপিত কৰে।

উত্তৰঃ

6. সকলো ধৰণৰ সপুষ্পক উদ্ভিদেই ফল উৎপাদন হয়।

উত্তৰঃ

7. সকলো গৰ্ভাধান হোৱা পূৰ্ণতা প্ৰাপ্ত ডিম্বকত n, 2n আৰু 3n অৱস্থা যথাক্ৰমে সহকাৰী কোষ যোজন কোষ আৰু ভ্ৰূণপোষত দেখা যায়।

উত্তৰঃ

8. যি উভয়লিংগী ফুল জীৱনত কেতিয়াও উন্মুক্ত নহয় তাক সমপৰিণতি বোলা হয়।

উত্তৰঃ

9. বায়ু পৰাগন হোৱা ফুল বিলাক সৰু আৰু প্ৰচুৰ মাত্ৰাত পৰাগৰেণু উৎপাদন কৰে।

উত্তৰঃ

10. গুপ্তবীজীৰ ভ্ৰূণস্থলীত থকা গৰ্ভযন্ত্ৰ এটি ডিম্বক আৰু দুটা প্ৰতিপাদ কোষ সমষ্টিৰে গঠিত।

উত্তৰঃ

11. একগৰ্ভপত্ৰী উদ্ভিদৰ এখন মাত্ৰ গৰ্ভপত্ৰ থাকে।

উত্তৰঃ

12. সপুষ্পক উদ্ভিদত দ্বিনিষেচনৰ ভূমিকা হৈছে কেৱল ভ্ৰূণপোষ উৎপন্ন কৰা।

উত্তৰঃ

13. যদি ৰেণুধাৰীৰ কায়িক কোষে হ্ৰাসাত্মক বিভাজন নোহোৱাকৈ বীজধীৰী উদ্ভিদ উৎপন্ন কৰে তাক অনিষেচিত জনন বোলে।

উত্তৰঃ

14. সপুষ্পক উদ্ভিদৰ ভ্ৰূণস্থলীৰ গৰ্ভযন্ত্ৰত এটা ডিম্বাণু আৰু দুটা সহকাৰী কোষ থাকে।

উত্তৰঃ

II . দুই নম্বৰৰ প্রশ্নঃ 

1. গুপ্তবীজীৰ ডিম্বকৰ এটি দীর্ঘচ্ছেদ আঁকি তাত থকা কোষকেন্দ্র সমূহ চিহ্নিত কৰা ।

উত্তৰঃ

2. ৰেণুজনন কাক বােলে ? পুংৰেণুজনন আৰু স্ত্রীৰেণুজননৰ পার্থক্য দেখুওৱা ।

উত্তৰঃ

3. ত্রি – মিলন মানে কি ? ই ক’ত সংঘটিত হয় ? ইয়াৰ লগত জড়িত কোষকেন্দ্ৰবােৰৰ নাম লিখা । 4. মােনা কৌশল কাক বােলে ? উদ্ভিদ প্রজননত ইয়াৰ প্ৰয়ােজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ

5. আপেলক কিয় অপ্রকৃত ফল বােলা হয় ? ফুলৰ যি অংশৰ পৰা এই অপ্রকৃত ফল উৎপন্ন হয় তাৰ নাম লিখা ।

উত্তৰঃ

 6. মােনাকৰণৰ সংজ্ঞা দিয়া । কেতিয়া আৰু কিয় উদ্ভিদ প্রজননকাৰীয়ে এই কৌশল প্রয়ােগ কৰে ?

উত্তৰঃ

 7. “ গুপ্তবীজী উদ্ভিদে দ্বি – গর্ভাধান কৰে | এই উক্তিটা ব্যাখ্যা কৰা । 

উত্তৰঃ

৪. উদ্ভিদৰ যৌনতা মানে কি ? সহবাসী আৰু ভিন্নবাসী উদ্ভিদৰ পৰা একোটা উদাহৰণ দিয়া ।

উত্তৰঃ

 9. কি কি ধৰণৰ কোষ পূর্ণবিকশিত ক্ৰণস্থলীত পােৱা যায় ? এই বিলাকৰ নাম আৰু ক্ৰমজম সংস্থিতি উল্লেখ কৰা ।

উত্তৰঃ

 10. পৰাগযােগ কি ; গুপ্তবীজী উদ্ভিদত ইয়াৰ প্ৰয়ােজনীয়তা আৰু গুৰুত্ব সংক্ষেপে বর্ণনা কৰা ।

উত্তৰঃ

 11 , তলত উল্লেখ কৰা সমূহৰ একোটাকৈ উদাহৰণ দিয়াঃ–

( a ) যিবােৰ ফুলত পুংকেশৰ চক্ৰ ( পুংস্তৱক ) আৰু গর্ভকেশৰ চক্র ( স্ত্রীস্তৱক ) উভয়কে পােৱা যায় ।

উত্তৰঃ

( b ) একোটা উদ্ভিদ দেহ য’ত পুংপুষ্প আৰু স্ত্রীপুষ্প উভয়েই থাকে ।

উত্তৰঃ

( c ) এটি উদ্ভিদ য’ত গর্ভাশয়ৰ পৰা ফল উৎপন্ন হয় ।

উত্তৰঃ

( d ) এটি সপুষ্পক উদ্ভিদ য’ত ফলাে নহয় বীজো নহয় ।

উত্তৰঃ

12. বীজৰ কোন অংশক বৃদ্ধি পােৱা ক্ৰণৰ প্রথম খাদ্য বােলা হয় ? এই খাদ্যৰ প্রাথমিক উৎস কি ? 

উত্তৰঃ

13. বিস্তাৰ হােৱাৰ পূর্বে পূর্ণাঙ্গ এটি পৰাগৰেণুৰ কোষ সমূহৰ কাম কি কি ?

উত্তৰঃ

14. গর্ভাধান প্রক্রিয়াৰ বাবে সাজু হােৱা গুপ্তবীজীৰ গৰ্ভদণ্ডৰ এটা দীর্ঘচ্ছেদ অংকন কৰা । ইয়াত থকা বিভিন্ন অংশ চিহ্নিত কৰা ।

উত্তৰঃ

15 , কলম কৰা জাপা কলমৰ পার্থক্য দেখুওৱা । কৃষিত ব্যৱহৃত এনে পদ্ধতি প্রত্যেকৰে উদাহৰণ দিয়া ।

উত্তৰঃ

16. কল হৈছে অনিষেচিত ফল অথচ কমলাই বহুজ্বণতা দেখুৱায়ছে । বীজৰ ফলৰ পৰা দুয়ােটাকে কেনেকৈ পৃথক কৰিব পাৰি ?

উত্তৰঃ

17. ‘ জননকোষৰ মিলনত বন্ধ্যাত্ব এক প্রাকৃতিক অৱৰােধ ‘ — কথাষাৰৰ আলােচনা কৰা ।

উত্তৰঃ

18. পৰাগযােগ প্রতিৰােধ কৰিবলৈ কিছুমান ফুলে অৱলম্বন কৰা কৌশলবােৰ কি কি ?

উত্তৰঃ

IV . তিনি নম্বৰৰ প্রশ্নঃ–

1 . স্ববন্ধ্যাত্ব কি ? স্ববন্ধ্যা ফুলত – স্ব – পৰাগযােগৰ ফলত বীজ উৎপাদন নহয় কিয় ?

উত্তৰঃ

2. পৰাগযােগ মানে কি বুজা ? সপুষ্পক উদ্ভিদত ইয়াৰ গুৰুত্ব বর্ণনা কৰা । ইয়াৰ বাবে বিভিন্ন বাহকৰ ভূমিকা বর্ণনা কৰা ।

উত্তৰঃ

3. অংগজ প্রজনন কি ? উদাহৰণ দি উদ্যান কৃষিত অংগজ প্রজননৰ গুৰুত্ব সম্পর্কে লিখা । 

উত্তৰঃ

4. ত্রি মিলনৰ সংজ্ঞা দিয়া । ইয়াৰ পৰা উৎপাদিত বস্তু কি ? এই উৎপাদিত বস্তু বিকশিত হৈ কি হয় ?

উত্তৰঃ

5. স্তম্ভ ‘A’ আৰু ‘B’ ৰ পদসমূহ মিলোৱা

স্তম্ভ-A                                                 স্তম্ভ-B 

1. স্বযুগ্মন                                        (i) স্ত্ৰীজননকোষ

2. এপ’মিক্সিচ                                  (ii) স্ব-পৰাগযোগ

     3. ডিম্বক                                          (iii) ইতৰ-পৰাগযোগ

     4. ভ্ৰূণস্থলী                                        (iv) অযৌন প্ৰজনন  

5. পৰাগকোষ                                   (v) পৰাগৰেণুধানী  

6. ইতৰ-পৰাগযোগ                           (vi) স্ত্ৰীৰেণুধানী     

6. এগাম’স্পাৰমি কি? ইয়াৰ আনিষেকতা আৰু অনিষেক গৰ্ভীৰ পাৰ্থক্য? 

উত্তৰঃ

7. মোনাকৰণ মানে কি? উদ্ভিদ প্ৰজননকাৰীয়ে কেতিয়া আৰু কিয় এই কৌশল অৱলম্বন কৰে? 

উত্তৰঃ

8. বহুভ্ৰূণতা কি আৰু কেনেকৈ ইয়াক ব্যৱসায়ীক ভিত্তিক কামত লগাব পাৰি? 

উত্তৰঃ

9. বায়ুপৰাগন হোৱা ফুলৰ পৰাগকোষ, পৰাগৰেণু আৰু গৰ্ভমুণ্ডৰ চাৰিত্ৰিক বৈশিষ্ট্য লিখা। ফুলে কেনেকৈ তাৰ পৰাগযোগকাৰী পতঙ্গক পুৰস্কৃত কৰে চমুকৈ আলোচনা।

উত্তৰঃ

10. গুপ্তবীজী উদ্ভিদত পৰাগযোগ হোৱাৰ পিছত পৰাগনালী, ষেতিয়া পূৰ্ণতাপ্ৰাপ্ত ভ্ৰূণস্থলীত প্ৰৱেশ কৰে তেনে অৱস্থাত গৰ্ভকেশৰৰ এটি লম্বচ্ছেদৰ চিত্ৰ আঁকা। তাত দেখা পোৱা প্ৰতিটো অংশ চিহ্নিত কৰবা।

উত্তৰঃ

11. উদ্ভিদৰ পৰাগযোগৰ প্ৰয়োজনীয়তা আৰু উপযোগীতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

12. বীজৰ সুপ্ততা বুলিলে কি বুজা? কৃষিজাত উদ্ভিদত বীজৰ সুপ্ততাৰ উপকাৰিতাৰ বিষয়ে লিখা? 

উত্তৰঃ

13. অসংগজনন কি? বহুভ্ৰূণৰ পৰা কেনেকৈ পৃথক? 

উত্তৰঃ

V. (E) পাঁচ নম্বৰৰ প্ৰশ্নঃ

1. ভ্ৰূণ মানে কি? দ্বিবীজ পত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশৰ স্তৰ বৰ্ণনা কৰা। একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ লগত কেনেকৈ পাৰ্থক্য কৰিবা? 

উত্তৰঃ

2. বন্ধ্যতা জননকোষৰ মিলনত এটি প্ৰকৃতিক বাধা’। ইয়াৰ যথাৰ্থতা ব্যাখ্যা কৰা।

উত্তৰঃ

3. ‘পৰাগযোগ গুপ্তবীজী উদ্ভিদৰ জীৱন চক্ৰৰ এটি অত্যন্ত প্ৰয়োজনীয় পৰিঘটনা’। এই উক্তি আলোচনা কৰা আৰু চমুকৈ পৰাগযোগ ঘটনাৰ লগত জড়িত বিভিন্ন কাৰক সমূহৰ বৰ্ণনা দিয়া।

উত্তৰঃ

4. গুপ্তবীজীত পুংৰেণুমাতৃকোষৰ পৰা পৰাগৰেণু সৃষ্টি হোৱালৈকে সকলো পৰিঘটনা ক্ৰমানুসাৰে বৰ্ণনা কৰা।

উত্তৰঃ

5. ইতৰ-পৰাগযোগ কাক বোলে? ইতৰ-পৰাগযোগৰ আটাইতকৈ সুবিধাজনক কৌশল সমূহ বৰ্ণনা কৰা।

উত্তৰঃ

6. গৰ্ভাধান কাক বোলে? ইয়াৰ ওপৰত গুৰুত্ব দি সপুষ্পক উদ্ভিদৰ বীজ উৎপত্তি হোৱালৈকে গৰ্ভধানোত্তৰ ঘটনা সমূহ বৰ্ণঁনা কৰা।

উত্তৰঃ

7. এটা আদৰ্শ প্ৰতীপ ডিম্বকৰ ব্যাখ্যাত্মক চিত্ৰ আঁকি নিষেচনৰ বিভিন্ন স্তৰসমূহ চিহ্নিত কৰা।

উত্তৰঃ

8. ভ্ৰূণ কি? উপযুক্ত চিত্ৰৰ সহায়ত এটা দ্বিবীজপত্ৰী ভ্ৰূণৰ বিকাশ বৰ্ণনা কৰা।

উত্তৰঃ

9. তলত দিয়াবোৰৰ বৰ্ণনা কৰাঃ

উত্তৰঃ

(a) ভ্ৰূণপোষকৰ বিকাশৰ পিছতেই ভ্ৰূণৰ বিকাশ হয়।

উত্তৰঃ

(b) সপুষ্পক উদ্ভিদত বীজৰ সৃষ্টি সুবিধাজনক।

উত্তৰঃ