Class 11 Advanced Assamese Book Chapter 1 | অধ্যায় ১ (গোট ১) প্ৰহ্লাদ চৰিত্ৰ | MCQs Short Question Answer |

Chapter 1

প্ৰহ্লাদ চৰিত্ৰ

১। প্ৰহ্লাদৰ পিতৃৰ নাম কি?

(ক) ললিত

(খ) হিৰণ্যকশিপু

(গ) নিল

উত্তৰঃ (খ) হিৰণ্যকশিপু

২। মলচখু শব্দৰ অৰ্থ হ’ল ?

(ক) ভয়

(খ) দুখ

(গ) বেয়া বা লেতেৰা দৃষ্টি

উত্তৰঃ (গ) বেয়া বা লেতেৰা দৃষ্টি

৩।  প্ৰাক্ শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি ?

(ক) সৰস্বতী

(খ) হেম সৰস্বতী

(গ) ৰাম সৰস্বতী

উত্তৰঃ (খ) হেম সৰস্বতী

৪। ফটিক তম্ভতোৰ আৰত কোন আছিল ?

(ক) নৰসিংহ

(খ) হিৰণ্যকশিপু

(গ) প্ৰহ্লাদ

উত্তৰঃ (ক) নৰসিংহ

৫। হেম সৰস্বতীয়ে কেইখন কাব্যগ্ৰন্থ ৰচনা কৰিছিল ?

(ক) এখন

(খ) দুখন

(গ) তিনিখন

উত্তৰঃ (খ) দুখন

৬। ফটিক শব্দৰ অৰ্থ কি ?

(ক) বৰ বগা বহুমূলীয়া পাথৰ

(খ) লেতেৰা পাথৰ

(গ) হালধীয়া পাথৰ

উত্তৰঃ (ক) বৰ বগা বহুমূলীয়া পাথৰ

৭। তৰাস শব্দৰ অৰ্থ কি ?

(ক) দুখ

(খ) সুখ

(গ) ভয়

উত্তৰঃ (গ) ভয়

৮। জোজন শব্দৰ অৰ্থ হল ?

(ক) মতা হাতী

(খ) আঠ মাইল দূৰত্ব

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) আঠ মাইল দূৰত্ব

৯। মাতঈ শব্দৰ অৰ্থ কি ?

(ক) মতা হাতী

(খ) মাইকী হাতী

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) মতা হাতী

১০। নৰসিংহই কাক মাৰিছিল ?

(ক) প্ৰহ্লাদ

(খ) নাৰায়ন

(গ) হিৰণ্যকশিপু

উত্তৰঃ (গ) হিৰণ্যকশিপু

১১। ‘প্ৰহলাদ চৰিত্ৰ’ কেইখনি সৰু বৰ্ণনাত্মক কাব্য ?

(ক) এখনি

(খ) দুখনি

(গ) তিনিখনি

উত্তৰঃ (ক) এখনি

১২। প্ৰহ্লাদ চৰিত্ৰ কবিতাতি কোনে ৰচনা কৰিছিল ?

(ক) ৰাম সৰস্বতী

(খ) হেম সৰস্বতী

(গ) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ (খ) হেম সৰস্বতী

১৩। হেম সৰস্বতীৰ কোনখন অসমীয়া সাহিত্যৰ প্ৰথম লিখিত কাব্য-নিদৰ্শন ?

(ক) প্ৰহ্লাদ চৰিত্ৰ

(খ) হৰগৌৰী-সংবাদ

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) প্ৰহ্লাদ চৰিত্ৰ

১৪। হেম সৰস্বতীয়ে কিয় হিৰণ্যকশিপু আৰু ভক্ত প্ৰহলাদৰ তৰ্ক-বুিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায় ?

(ক) বামন পুৰাণ চাই

(খ) নাৰায়ণৰ কাৰণে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) বামন পুৰাণ চাই

১৫। কহন্তা শুনন্তা ৰক্ষা কৰে কোনে?

(ক) প্ৰহ্লাদ

(খ) নাৰায়ণে

(গ) হিৰণ্যকশিপু

উত্তৰঃ (খ) নাৰায়ণে