Class 11 Advanced Assamese Book Chapter 2 | অধ্যায় ২ (গোট ১) শিৱৰ কৃষি-কৰ্ম | MCQs Short Question Answer |

Chapter 2

শিৱৰ কৃষি-কৰ্ম

1. শিৱৰ কৃষি-কৰ্ম কবিতাটো কোনে ৰচনা কৰিছিল ?

ক) ৰামসৰস্বতী

খ) হেম সৰস্বতী

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) ৰামসৰস্বতী

2.  ৰামসৰস্বতীয়ে লিখা কাব্যক  কি আখ্যা দিয়া হৈছে ?

ক) ডাঙৰ কাব্য

খ) সৰুকাব্য

গ) বধকাব্য

উত্তৰঃ গ) বধকাব্য

3. ৰামসৰস্বতী কেইখন বধকাব্য আছে ?

ক) পাঁচখন

খ) তিনিখন

গ) চাৰিখন

উত্তৰঃ ক) পাঁচখন

4. শংঙ্কী যুগৰ কবি ৰামসৰস্বতী অসমীয়া সাহিত্যত কি ৰূপে পৰিচিত ?

ক) ইংৰাজী ব্যাস

খ) অসমীয়া ব্যাস

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) অসমীয়া ব্যাস

5. ৰামসৰস্বতীয়ে কেতিয়া বিশাল মহাভাৰতৰ পদ ভাঙনিৰ কাম আৰম্ভ কৰে ?

ক) ষোড়শ শতিকা

খ) ষোড়শ খ্ৰীষ্টিয়

গ) ষোড়শ হাজাৰ

উত্তৰঃ ক) ষোড়শ শতিকা

6. ৰামসৰস্বতী প্ৰধানভাৱে কি কবি ?

ক) অসমীয়া

খ) সাহিত্য

গ) মহাভাৰতৰ

উত্তৰঃ গ) মহাভাৰতৰ

7. ৰামসৰস্বতীয়ে মহাভাৰতৰ বনপৰ্বৰ ঘটনাৰ আধাৰত একশ্ৰেণীৰ কি কাব্য ৰচনা কৰিছিল ?

ক) লঘু

খ) সৰু

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) লঘু

8.  শিৱৰ কৃষিকৰ্ম কি নামৰ লঘু কাব্য এখনৰ পৰা তুলি লোৱা হৈছে ?

ক) প্ৰহ্লাদ চৰিত্ৰ

খ) ভীম চৰিত্ৰ

গ) এটাও শুদ্ধ নহয়

উত্তৰঃ খ) ভীম চৰিত্ৰ

9. শিৱৰ বুঢ়া বলধটো ৰাখিবলৈ কোন গৰখীয়াৰূপে শিৱৰ ঘৰত থাকে ?

ক) ভীম

খ) হনুমান

গ) এটাও শুদ্ধ নহয়

উত্তৰঃ ক) ভীম

10. ভীমৰ খাদ্য যোগান ধৰি কোন ভাগৰি পৰে ?

ক) শিৱ

খ) হনুমান

গ) পাৰ্বতী

উত্তৰঃ গ) পাৰ্বতী

11.শিৱৰ আন এটা নাম কি ?

ক) মণ্ডমালী

খ) ৰণ্ডমালী

গ) অণ্ডমালী

উত্তৰঃ মণ্ডমালী

12. আৰৱ শব্দ অৰ্থ হল ?

ক) কন্দা

খ) চিঞৰ

গ) দুখ

উত্তৰঃ খ) চিঞৰ

13. দুষ্কৰ শব্দৰ অৰ্থ কি?

ক) চিঞৰ

খ) সুখ

গ) অসাধ্য

উত্তৰঃ গ) অসাধ্য

14. বিষভ শব্দ অৰ্থ কি?

ক) বলধ

খ) বলি

গ) অসাধ্য

উত্তৰঃ ক) বলধ

15. আঁৰে শব্দ অৰ্থ হল

ক) মনে মনে

খ) কলে

গ) কয়

উত্তৰঃ ক) মনে মনে