Class 11 Advanced Assamese Book Chapter 2 | অধ্যায় ২ (গোট ৪) ভ্ৰষ্টলগ্ন | MCQs Short Question Answer |

Chapter 2

ভ্ৰষ্টলগ্ন

1.ভ্ৰষ্টলগ্ন গল্পটো কোনে লিখিছিল ?

ক) নিৰুপমা বৰগোহাঞি

খ) সত্যেন্দনাথ শৰ্মা

গ) হেমচন্দ্ৰ বৰুৱা

উত্তৰঃ ক) নিৰুপমা বৰগোহাঞি

2. তেখেতৰ কিমান চনত জন্ম হৈছিল ?

ক) ১৯৩৪ চনত

খ) ১৯৭৫ চনত

গ) ১৯৩২ চনত

উত্তৰঃ গ) ১৯৩২ চনত

3. তেখেতৰ ক’ত জন্ম হৈছিল ?

ক) নগাঁও

খ) গুৱাহাটী

গ) তেজপুৰ

উত্তৰঃ খ) গুৱাহাটী

4. কি সাহিত্যৰ তেখেত এগৰাকী শ্ৰেষ্ঠ সাহিতিক্য ?

ক) অসমীয়া

খ) ইংৰাজী

গ) হিন্দী

উত্তৰঃ ক) অসমীয়া

5. তেওঁ একা ধাৰে গল্পকাৰ, উপন্যাসিক আৰু কি ?

ক) প্ৰবন্ধকাৰ

খ) নিবন্ধকাৰ

গ) গীতিকাৰ

উত্তৰঃ খ) নিবন্ধকাৰ

6. তেওঁৰ উল্লেখযোগ্য গল্পপুথি কেইখন?

ক) পাঁচ খন

খ) তিনিখন

গ) দুখন

উত্তৰঃ ক) পাঁচ খন

7. তেওঁৰ উপন্যাস কেইখন ?

ক) তিনিখন

খ) সাত খন

গ) আঠ খন

উত্তৰঃ খ) সাত খন

8. উল্লেখযোগ্য যে ‘অভিয়াত্ৰী’ উপন্যাসৰ বাবে শ্ৰীমতী বৰগোহাঞিয়ে কিমান চনত সাহিত্য় অকাডেমী বঁটা লাভ কৰে? 

ক) ১৯৭৬ চনত

খ) ১৯৭৭চনত

গ) ১৯৯৬ চনত

উত্তৰঃ গ) ১৯৯৬ চনত

9. কিমান চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?

ক) ২০০৩ চনত

খ) ২০০৮ চনত

গ) ২০০৫চনত

উত্তৰঃ ক) ২০০৩ চনত

10. ইংৰাজী আৰু অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰীমতী বৰগোহাঞিয়ে ১৯৫৪ চনৰ পৰা কিমান চনলৈ স্কুল আৰু কলেজত শিক্ষকতা কৰিছিল ?

ক) ১৯৭৭ চনত

খ) ১৯৬৬ চনত

গ) ১৯৬৭ চনত

উত্তৰঃ খ) ১৯৬৬ চনত

11.  পৰৱৰ্তী কালত তেওঁ কি বৃত্তিৰ সৈতে জড়িত হৈ পৰে ?

ক) সাংবাদিকতা

খ) গীতিকাৰ

গ) সাহিত্যিকাৰ

উত্তৰঃ ক) সাংবাদিকতা

12. গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক কি কাকতৰ সম্পাদিকা হিচাপে তেওঁ সেৱা আগবঢ়ায় ?

ক) নীলাচল

খ) জনজীৱন

গ) ওপৰৰ দুইখনে শুদ্ধ

উত্তৰঃ গ) ওপৰৰ দুইখনে শুদ্ধ

13.  ‘ভ্ৰষ্টলগ্ন’ শীৰ্ষক গল্পটি প্ৰথমতে কিহত প্ৰকাশিত হৈছিল ?

ক) অসম বাণী

খ) বৰ্ষা বৰ্ণন

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) অসম বাণী

14. মেহনত শব্দ আৰ্থ কি ?

ক) প্ৰশ্ন

খ) পৰিশ্ৰম

গ) লাগ-বান্দ নোহোৱাকৈ

উত্তৰঃ খ) পৰিশ্ৰম

15. জিজ্ঞাসা শব্দ অৰ্থ কি ?

ক) পৰিশ্ৰম

খ) ভালকৈ মনিব নোৱাৰা

গ) জানিবৰ ইচ্ছা

উত্তৰঃ গ) জানিবৰ ইচ্ছা